• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৱীক সন্তষ্ট কৰাৰ নামত মাক-ভয়েককেই …জ্যেষ্ঠ পুত্ৰক আটক আৰক্ষীৰ

দেৱীক সন্তষ্ট কৰাৰ নামত মাক-ভয়েককেই …জ্যেষ্ঠ পুত্ৰক আটক আৰক্ষীৰ

2 years ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

30 minutes ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

57 minutes ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

2 hours ago
সাজঘৰ

সাজঘৰ

2 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

13 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

14 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

14 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

14 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

15 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

15 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

15 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেৱীক সন্তষ্ট কৰাৰ নামত মাক-ভয়েককেই …জ্যেষ্ঠ পুত্ৰক আটক আৰক্ষীৰ

editor by editor
March 22, 2024
in ভাৰত
0
দেৱীক সন্তষ্ট কৰাৰ নামত মাক-ভয়েককেই …জ্যেষ্ঠ পুত্ৰক আটক আৰক্ষীৰ
0
SHARES
39
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেৱীক সন্তষ্ট কৰাৰ নামত মাক-ভয়েককেই …জ্যেষ্ঠ পুত্ৰক আটক আৰক্ষীৰ

দেৱীক কোনে কৰিব সন্তুষ্ট, তাকে লৈ মাক আৰু দুই পুত্ৰৰ মাজত কাজিয়া। শেষত জ্যেষ্ঠ পুত্ৰই চুৰিৰে আক্ৰমণ কৰি হত্যা কৰি দিলে মাক আৰু ভয়েকক। ঘটনাৰ পাছত আৰক্ষীয়ে প্ৰমাণ সহকাৰে আটক কৰিলে হত্যাকাৰীক।

ৰাজধানী দিল্লীৰ দ্বাৰকা নগৰৰ এই লোমহৰ্ষক ঘটনা। ঘটনাৰ বিষয়ে জানিব পৰা অনুসৰি এখন ঘৰত দেৱী পূজা চলি আছিল। পূজাৰ শেষত দেৱীক সন্তুষ্ট কৰাৰ বাবে বলি দিয়াৰ কথাও আছিল।

পাছে কোনে দিব বলি। তাকে লৈ মাক আৰু দুজন পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। বহু কাজিয়াৰ অন্তত ডাঙৰ পুত্ৰই এখন চুৰিৰে আক্ৰমণ কৰি দিয়ে মাকৰ লগতে সৰু ভায়েককো। যি আক্ৰমণৰ ফলতে মৃত্যু হয় মাতৃ আৰু ভাতৃৰ।

ঘটনাৰ বিষয়ে খবৰ লাভৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰৰ লগতে হত্যাকাৰী পুত্ৰক আটক কৰে। লগতে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত সামগ্ৰীয়ো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Devi PujaindiaOffering Sacrifice
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন
বাণিজ্য

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

June 7, 2026
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট
বিশ্ব

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

June 7, 2026
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি
ভাৰত

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

June 6, 2026
Next Post
ISROৰ পুনৰ সফলতা, দেশৰ প্ৰথম ৰিইউজুৱেল ‘পুষ্পক’ বাহনৰ সফল পৰীক্ষণ

ISROৰ পুনৰ সফলতা, দেশৰ প্ৰথম ৰিইউজুৱেল 'পুষ্পক' বাহনৰ সফল পৰীক্ষণ

ভাইৰেল ভিডিঅ’, ৰোগীয়ে কিবা এটা কোৱাৰ লগে লগে লাগি গ’ল হাহাকাৰ, চিকিৎসকে কৰিলে এই কাম

ভাইৰেল ভিডিঅ', ৰোগীয়ে কিবা এটা কোৱাৰ লগে লগে লাগি গ'ল হাহাকাৰ, চিকিৎসকে কৰিলে এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.