ধুবুৰীত অব্যাহত বালি-মাটিৰ চিণ্ডিকেট। চৰকাৰে হেৰুৱাই আহিছে বৃহৎ পৰিমাণৰ ৰাজহ। ধুবুৰীৰ চৌমোৰত জব্দ কেইবাখনো ডাম্পাৰ আৰু ট্ৰাক। মেডিকেল কলেজৰ নাম লৈ অইন ঠাইলৈ বালি-মাটি সৰবৰাহ। ৰেঞ্জাৰ হৰিশ নাথৰ ছত্ৰছায়াত ছিণ্ডিকেট চলি থকাৰ অভিযোগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ