পার্লাৰলৈ গৈ মুখ জ্বলিল গোলাঘাটৰ যুৱতীৰ। সৰস্বতী পূজাত পার্লাৰলৈ যাম বুলি ভাবিছে যদি সাৱধান! পাবগৈ লগা হ’ব পাৰে হাস্পতাল।