• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

2 days ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

39 minutes ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

1 hour ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

2 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

3 hours ago
সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

20 hours ago
এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

22 hours ago
কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

23 hours ago
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

24 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

1 day ago
মাঘী পূৰ্ণিমাত সৰ্বাৰ্থ সিদ্ধি যোগ, মনোকামনা পূৰণ হ’ব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

editor by editor
January 26, 2026
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা
0
SHARES
966
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ধুৰন্ধৰ’ ছবিখন যদি চাইছে তেন্তে ৰহমান মতা তথা অক্ষয় খান্নাৰ ৰান্ধনিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনক সকলোৱে জানে৷ চিনেমাত তেওঁক দীৰ্ঘদিন পুৰণি মালিকৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ বাবে মাৰ খাইছিল ৰণবীৰ সিঙৰ হাতত৷ এইবাৰ বাস্তৱতো সেই অভিনেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে৷ বিবাহৰ প্ৰতিশ্ৰুতি দি বিগত ১০ বছৰ ধৰি ঘৰৰ পৰিচাৰিকাক লেথাৰিকৈ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে৷ মুম্বাই আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰিছে৷

৪১ বছৰীয়া সেই মহিলাৰ অভিযোগ অনুসৰি নাদিম খানক ২২ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছে৷ বৰ্তমানলৈ আৰক্ষীৰ জিম্মাতেই আছে৷ নাদিমক সম্প্ৰতি ধুৰন্ধৰ ছবিতো দেখা গৈছে৷ সেই মহিলাৰ অভিযোগ অনুসৰি তেওঁ একাধিক অভিনেতাৰ ঘৰত পৰিচাৰিকাৰ কাম কৰি আহিছে আৰু কেইবা বছৰ পূৰ্বে নাদিমৰ তেওঁৰ সৈতে পৰিচয় হয়৷ তাৰপিছতেই দুয়োৰে মাজত সম্পৰ্ক গঢ়ি উঠে৷ মহিলাৰ অভিযোগ, নাদিম খানে তেওঁক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি দিয়েই নাদিম খানে তেওঁক একাধিকবাৰ ধৰ্ষণ কৰিছে৷ কেতিয়াবা পৰিচাৰিকাৰ ঘৰ মালৱানিত আৰু কেতিয়াবা অভিনেতাৰ ভাৰ্ছোভাত থকা ঘৰত ধৰ্ষণ চলাইছিল৷ বিগত ১০ বছৰে তেওঁক ধৰ্ষণ কৰি অহাৰো অভিযোগ দিছে পৰিচাৰিকাই৷

শেহতীয়াভাৱে মহিলাক বিয়া কৰোৱাত অস্বীকাৰ কৰে তেওঁ৷ ইয়াৰপাছতেই মহিলাগৰাকীয়ে ভাৰ্ছোভা আৰক্ষী থানালৈ গৈ অভিযোগ দাখিল কৰে৷ যিহেতু প্ৰথমবাৰ এই অপৰাধ মালোৱানি এলেকাত পৰিচাৰিকাৰ ঘৰত হৈছে সেয়ে ভাৰ্ছোভা আৰক্ষীয়ে সেয়া স্থানান্তৰ কৰে মালৱানি থানাত৷ ভয় দেখুৱাই জোৰ কৰি সহবাসৰো অভিযোগ উঠিছে নাদিমৰ বিৰুদ্ধে৷ ইতিমধ্যেই ঘটনাৰ তদন্ত আৰম্ভ হৈছে৷ প্ৰশাসনে কৈছে যে অভিনেতাৰ বিৰুদ্ধে এই ধৰণৰ কোনো অভিযোগ পূৰ্বে দাখিল হোৱা নাছিল৷ এইবাৰেই প্ৰথমবাৰৰ বাবে এই অভিযোগ উত্থাপিত হৈছে অভিনেতাৰ বিৰুদ্ধে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?
জীৱনশৈলী

January 28, 2026
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

January 28, 2026
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ
জীৱনশৈলী

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

January 28, 2026
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?
জীৱনশৈলী

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

January 28, 2026
Next Post
ফেব্ৰুৱাৰীত এই ৫ৰাশিৰ হাতলৈ আহিব ধন, বক্ৰী হ’ব বুধ

পোষ্ট অফিচৰ FDত ২৫০০০ টকা ১ বছৰৰ বাবে থৈছে? কিমান টকা ৰিটাৰ্ণ পাব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন