• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

1 year ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

11 minutes ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

46 minutes ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

1 hour ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

2 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

3 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

4 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

13 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

14 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

editor by editor
February 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
0
SHARES
955
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টাইপ-২ ডায়বেটিছ এক দীৰ্ঘস্থায়ী ৰোগ যি বিশ্বজুৰি বহু মানুহক প্ৰভাৱিত কৰিছে৷ সাধাৰণতে, এয়া উচ্চ ৰক্ত ছুগাৰ লেভেল আৰু মেটাবলিজম সমস্যাৰ কাৰণে হয়৷ ই প্ৰজননৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়৷ টাইপ-২ ডায়বেটিছ আক্ৰান্ত পুৰুষ আৰু নাৰীৰ হৰমোনেল ভাৰসাম্যহীনতা, অংগ বিকলতা আৰু মেটাবলিক সমস্যাৰ কাৰণে গৰ্ভধাৰণৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হয়৷

স্পাৰ্ম কাউণ্ট কম হোৱাৰ অন্যতম কাৰণ ডায়বেটিছ হ’ব পাৰে বুলি চিকিৎসকেও মত পোষণ কৰি আহিছে৷ ডায়বেটিছত পেনক্ৰিয়াছৰ কাৰ্যক্ষমতা কমি যায় যিয়ে ইনছুলিন ৰেজিষ্টেন্সৰ সমস্যাৰ সৃষ্টি কৰে৷ পেনক্ৰিয়াছে ঠিকমতে কাম নকৰিলে পুৰুষৰ স্পাৰ্ম উৎপাদনত ব্যাঘাত ঘটে৷ যি পুৰুষৰ বন্ধ্যাত্বৰ অন্যতম কাৰণ হ’ব পাৰে৷

বিশেষজ্ঞই লগতে জনাইছে যে ডায়বেটিছ ৰোগীসকলক মিঠা খাবলৈ বাধা দিয়া হয় কিন্তু তেওঁলোকৰ শৰ্কৰা গ্ৰহণৰ প্ৰবণতা বেছি থাকে৷ এই অতিৰিক্ত শৰ্কৰা গ্ৰহণে পুৰুষৰ যৌন উত্তেজনা কমাই দিয়ে আৰু ফাৰ্টিলিটিৰ সমস্যা বঢ়ায়৷ ডায়বেটিছ আক্ৰান্ত পুৰুষৰ শৰীৰত এনাৰ্জি কম থকাৰ বাবে তেওঁলোকৰ যৌনজীৱনত সমস্যাই দেখা দিয়ে৷ টাইপ ২ ডায়বেটিছে হৰমন লেভেল পৰিবৰ্তন কৰে, যিয়ে প্ৰজনন অংগসমূহৰ কাম ব্যাহত কৰে আৰু শৰীৰৰ বিপাকীয় কাৰ্যক্ৰম দুৰ্বল কৰে৷

পুৰুষৰ বাবে বেছি সমস্যাপূৰ্ণ কিয় টাইপ-২ ডায়বেটিছ? টাইপ-২ ডায়বেটিছ আক্ৰান্ত পুৰুষৰ স্পাৰ্মৰ গুণমান বেয়া হ’ব পাৰে, যিয়ে স্পাৰ্ম কাউণ্ট কমোৱাৰ ওপৰিও বীৰ্যৰ পৰিমাণ আৰু গঠনলৈকো পৰিবৰ্তন আনে৷ ইয়াৰ ফলত শুক্ৰাণু আৰু ডিম্বানুৰ মিলনো বাধাগ্ৰস্থ হয়৷

ইৰেকটাইল ডিছফাংছন টাইপ-২ ডায়বেটিছৰ সাধাৰণ পাৰ্শ্বপ্ৰতিক্ৰিয়া, কাৰণ ই নাৰ্ভ আৰু ৰক্তনলীৰ ক্ষতি কৰে৷ ইয়াৰোপৰি ডায়বেটিছে পুৰুষৰ শৰীৰৰ টেষ্টোষ্টেৰণ হৰমনৰ মাত্ৰা কমাই দিয়ে, যাৰ ফলত যৌন আকাংক্ষা হ্ৰাস পায় আৰু স্পাৰ্ম উৎপাদনো কমাই দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ
জীৱনশৈলী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

April 10, 2026
Next Post
২২ ডিচেম্বৰ ২০৩২! হাতত মাত্ৰ ৬ বছৰ, বৃহৎ আকাৰৰ গ্ৰহাণুৱে ধ্বংস কৰিব ভাৰতক? ধ্বংস হৈ যাব কেইবাখনো দেশ? কি তথ্য দিছে নাছাই?

হিন্দু তৰুণীক বিয়া কৰাবলৈ আদালতকৈ লৈ গৈছিল মুছলমান যুৱকে, তাৰপিছতেই অধিবক্তাৰ সৈতে মাৰপিট, প্ৰকৃত ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন