• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ধিয়া এই ৫ সামগ্ৰী ভুলতো দান নকৰিব, ৰুষ্ট হব লক্ষ্মী, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

সন্ধিয়া এই ৫ সামগ্ৰী ভুলতো দান নকৰিব, ৰুষ্ট হব লক্ষ্মী, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

2 years ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

30 minutes ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

8 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

8 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

9 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

9 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

9 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

10 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

10 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

11 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

11 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

13 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্ধিয়া এই ৫ সামগ্ৰী ভুলতো দান নকৰিব, ৰুষ্ট হব লক্ষ্মী, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

সন্ধিয়া এই ৫ সামগ্ৰী ভুলতো দান নকৰিব, ৰুষ্ট হব লক্ষ্মী, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

editor by editor
May 24, 2024
in জীৱনশৈলী, বিবিধ
0
সন্ধিয়া এই ৫ সামগ্ৰী ভুলতো দান নকৰিব, ৰুষ্ট হব লক্ষ্মী, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মত যিকোনো শুভ কাম ক ৰাৰ সময়ত বিশেষ দিন, সময় আদি চাই লোৱা হয়। কোন সময়ত কি কাম কৰিলে শুভ ফল লাভ কৰিব সেই কথাও শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ সৈতে কোনটো কাম কেতিয়া কৰিলে ইয়াৰ অশুভ  প্ৰভাৱ পৰে সেই কথাও শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰই কৈছে কোনো ভাল কাম ভুল সময়ত কৰিলে তাৰ শুভ প্ৰভাৱ লাভ নকৰিব। হিন্দুধৰ্মত সন্ধিয়াবেলা কেইটামান কাম কৰিব নালাগে বুলি পৰামৰ্শ দিয়া হৈছে। এই কামসমূহ সন্ধিয়া কৰিলে জীৱন দুখ-দৰিদ্ৰতাৰে ভৰি পৰে বুলিও উল্লেখ আছে। জানি থওক সন্ধিয়া কি কি কাম নকৰিব?

সন্ধিয়া কি কি কাম নকৰিব?

এনে কিছু কাম আছে যি কাম সন্ধিয়া কৰিলে মা লক্ষ্মী ৰুষ্ট হয়। ইয়াৰ ফলত দেৱী লক্ষ্মীয়ে আমাৰ সংসাৰ এৰি বিদায় লয়। লক্ষ্মীয়ে বিদায় ললেই জীৱনত অভাৱ আহে।

সন্ধিয়া কাকোৱেই গাখীৰ দান নকৰিব

সন্ধিয়াসময়ত কাকোৱেই গাখীৰ, দৈ আদি দান নকৰিব। এই সামগ্ৰীসমূহ  শুক্ৰ গ্ৰহৰ সৈতে সম্পৰ্কযুক্ত। শুক্ৰ গ্ৰহৰ অধিপতি হৈছে মা লক্ষ্মী। সেয়ে সন্ধিয়া এইসমূহ সামগ্ৰী ঘৰৰ পৰা ওলাই গলে মা লক্ষ্মীও ঘৰৰ পৰা ওলাই যায়। ঘৰৰ পৰা মা লক্ষ্মী ওলাই গলেই ঘৰত অশান্তি আহে।

সন্ধিয়া কাকোৱেই হালধী দান নকৰিব

সন্ধিয়া কাকোৱেই ভুলতো হালধী দান নকৰিব। হালধী দান কৰিলে লক্ষ্মীও লগে লগে ঘৰৰ পৰা ওলাই যায়। বিশেষকৈ বৃহস্পতিবাৰে সন্ধিয়া ভুলতো হালধি কাকো দান নিদিব। আপুনি নিজেই নিজৰ ক্ষতি কৰা কাম এয়া। হালধী হৈছে বিষ্ণু আৰু বৃহস্পতিৰ সৈতে সম্পৰ্কযুক্ত। সন্ধিয়া হালধী দান কৰিলে আপোনাৰ জীৱনৰ পৰা সৌভাগ্য, সম্পদ, সমৃদ্ধিয়ে বিদায় লয়। ইয়াৰ ফলত আপোনাৰ সৌভাগ্য় দুৰ্ভাগ্যত পৰিণত হয়।

সন্ধিয়া ঘৰ ঝাড়ু নিদিব

সন্ধিয়া ঘৰ ঝাড়ু দিলে মা লক্ষ্মীয়ে ঘৰত প্ৰৱেশ নকৰে। সেয়ে এই সময়ত ভুলতো ঘৰ ঝাড়ু দিয়া উচিত নহয়। সূৰ্যাস্তৰ আগতেই ঘৰ ঝাড়ু দিব লাগে। সূৰ্য ডুবি যোৱাৰ পাছত ঘৰ ঝাড়ু দিলে সংসাৰলৈ দৰিদ্ৰতা আহে।

ঘৰৰ মূল দুৱাৰ আন্ধাৰ কৰি নাৰাখিব

সন্ধাবেলা ভুলতো ঘৰৰ মূল দুৱাৰ নিষ্প্ৰদীপ কৰি নাৰাখিব। সন্ধিয়া হোৱাৰ পূৰ্বেই ঘৰৰ মূল দুৱাৰৰ লাইট জ্বলাই ৰাখক। ঘৰৰ গেট অন্ধকাৰ হৈ থাকিলে ঘৰত লক্ষ্মী প্ৰৱেশ কৰিব নোৱাৰে। লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ ঘৰৰ মূল দুৱাৰ সদায়ে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি লাইট জ্বলাই ৰাখিব।

সন্ধিয়া কাকো নিমখ নিদিব

সন্ধাবেলা কাকোৱেই নিমখ দান নকৰিব। সন্ধিয়া কাৰোবাক নিমখ ধাৰে দিলে জীৱনলৈ নানান সমস্যা আহে। জীৱনৰ উন্নতিৰ পথতো বাধা আহে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
Next Post
কাপোৰ ধোৱাৰ চাবোন কেনেকৈ সৌন্দৰ্য্যৰ সামগ্ৰীলৈ পৰিণত হ’ল, ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী

কাপোৰ ধোৱাৰ চাবোন কেনেকৈ সৌন্দৰ্য্যৰ সামগ্ৰীলৈ পৰিণত হ’ল, ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী

নিয়ন্ত্ৰণ হেৰুৱাই পাকঘূৰণি খাই পৰিল কেদাৰনাথমুখী হেলিকপ্টাৰ, কিমান যাত্ৰী আছিল এই বিশেষ হেলিকপ্টাৰত?

নিয়ন্ত্ৰণ হেৰুৱাই পাকঘূৰণি খাই পৰিল কেদাৰনাথমুখী হেলিকপ্টাৰ, কিমান যাত্ৰী আছিল এই বিশেষ হেলিকপ্টাৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.