• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাপোৰ ধোৱাৰ চাবোন কেনেকৈ সৌন্দৰ্য্যৰ সামগ্ৰীলৈ পৰিণত হ’ল, ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী

কাপোৰ ধোৱাৰ চাবোন কেনেকৈ সৌন্দৰ্য্যৰ সামগ্ৰীলৈ পৰিণত হ’ল, ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী

2 years ago
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

34 minutes ago
অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

1 hour ago
একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

2 hours ago
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

17 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

18 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

18 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

19 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

20 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

20 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাপোৰ ধোৱাৰ চাবোন কেনেকৈ সৌন্দৰ্য্যৰ সামগ্ৰীলৈ পৰিণত হ’ল, ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী

editor by editor
May 24, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
কাপোৰ ধোৱাৰ চাবোন কেনেকৈ সৌন্দৰ্য্যৰ সামগ্ৰীলৈ পৰিণত হ’ল, ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী
0
SHARES
254
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাপোৰ ধোৱাৰ চাবোন কেনেকৈ সৌন্দৰ্য্যৰ সামগ্ৰীলৈ পৰিণত হ’ল, ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী

লাক্স চাবোনে সগৌৰৱেৰে ১০০ বছৰত ভৰি দিলে। ভাৰতত লাক্স চাবোনেৰে গা নোধোৱা মানুহ প্ৰায়েই নাই বুলিব পাৰি। পাছে জানেনে ইয়াৰ আৰম্ভণি হৈছিল কাপোৰ ধোৱাৰ চাবোন হিচাপেহে। পিছলৈ ই নাৰীৰ সৌন্দৰ্য্যৰ সৈতে জড়িত প্ৰধান সামগ্ৰীত পৰিণত হয়।

পৃথিৱীৰ বহু প্ৰান্তৰ বহু নামী দামী তাৰকাই এই চাবোনৰ বিজ্ঞাপন কৰিছে। কোম্পানীয়ে ইয়াক মহিলাৰ বাবে মূল সৌন্দৰ্য্য সামগ্ৰী হিচাপে উপস্থাপন কৰাৰ বিপৰীতে শ্বাহৰুখ খানেও ইয়াৰ বিজ্ঞাপন কৰিছে।

১৮৮৫ চনত ইংলেণ্ডৰ পৰা অহা উইলিয়াম লিভাৰ আৰু জেমছ লিভাৰ নামৰ দুজন ভাতৃয়ে এটা সৰু চাবোন নিৰ্মাণ কাৰখানা আৰম্ভ কৰে। এই ভাতৃদ্বয়ক লিভাৰ ব্রাদাৰ্ছ বুলিও কোৱা হয়। প্ৰথমে কাপোৰ ধোৱাৰ বাবে চাবোন তৈয়াৰ কৰিছিল। পিছত তেওঁলোকে গম পালে যে মহিলাসকলে ইয়াক গা ধোৱাতো ব্যৱহাৰ কৰে।

ইয়াৰ পৰাই তেওঁলোকৰ মনলৈ আহে যে ইয়াৰ নিৰ্মাণত কিছু পৰিৱৰ্তন কৰিব লাগে যাতে মহিলাসকলে গা ধোৱাৰ সময়তহে ইয়াক ব্যৱহাৰ কৰে। ইয়াৰ পিছত লিভাৰ ব্রাদার্ছে এজন ৰসায়নবিদক নিজৰ সংগী কৰি চাবোনত গ্লিচাৰিন আৰু পাম অইল যোগ কৰে। ইয়াৰ কাৰণে চাবোনত ফেন গঠন হ’বলৈ ধৰিলে আৰু ইয়াৰ সুগোন্ধ ওলাবলৈ ধৰিলে।

লিভাৰ ব্রাদার্ছে প্ৰথমে ইয়াক হানি চাবোন নামেৰে মুকলি কৰিছিল৷ কিছু সময়ৰ পাছত তেওঁ ইয়াক নতুন নাম দিলে Sunlight। ইয়াৰ নামটো বাৰে বাৰে সলনি হৈ তাৰ পিছত লাক্স হ’ল। লিভাৰ ব্ৰাদাৰ্ছ নামৰ এই কোম্পানীটো বৰ্তমান ইউনিলিভাৰ নামেৰে জনাজাত।

লাক্স নাম কিয় হ’ল-
লিভাৰ ব্রাদার্ছে বিচাৰিছিল যে তেওঁলোকৰ চাবোনৰ নামটোত বিলাসী অনুভৱ হওক৷ লগতে নামটো এনেকুৱা হ’ব লাগে যাতে সকলোৰে ওঁঠত খুন্দা মাৰে। সহজভাৱে ক’বলৈ গ’লে বিলাসীতাৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ চাবোনৰ নাম ৰাখিলে লাক্স। লাক্স লেটিন শব্দ যাৰ অৰ্থ পোহৰ।

কোম্পানীটোৱে নিজৰ বিজ্ঞাপনত ব্ৰেণ্ড এম্বেছাদৰ হিচাপে সমগ্ৰ বিশ্বৰ পৰা বিখ্যাত চলচ্চিত্ৰ তাৰকা ব্যৱহাৰ কৰিছে। বলীউডৰ পৰা মধুবালা, ৰেখা, মীনা কুমাৰী, হেমা মালিনী, মাধুৰী দীক্ষিত, শ্ৰীদেৱী, ঐশ্বৰ্য ৰায়, কৰীণা কাপুৰ, কেটৰিনা কাইফ, অনুষ্কা শৰ্মা, দীপিকা পাডুকন, আলিয়া ভাট আদি।

শ্বাহৰুখ খানো লাক্সৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰিছে। এতিয়া ১০০ বছৰত ভৰি দিয়া লাক্সে শ্বাহৰুখ খানৰ কন্যা চুহানা খানক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছে। হলিউডৰ বিখ্যাত অভিনেত্ৰী মেৰিলিন মনৰোও ইয়াৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 100 yearBollywood Ambassadorbrand ambassadorLUXLUX 100 yearLux Soap
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?
বিনোদন

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

August 2, 2026
অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?
বিনোদন

অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

August 2, 2026
একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!
বিনোদন

একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

August 2, 2026
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক
জীৱনশৈলী

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

August 2, 2026
Next Post
নিয়ন্ত্ৰণ হেৰুৱাই পাকঘূৰণি খাই পৰিল কেদাৰনাথমুখী হেলিকপ্টাৰ, কিমান যাত্ৰী আছিল এই বিশেষ হেলিকপ্টাৰত?

নিয়ন্ত্ৰণ হেৰুৱাই পাকঘূৰণি খাই পৰিল কেদাৰনাথমুখী হেলিকপ্টাৰ, কিমান যাত্ৰী আছিল এই বিশেষ হেলিকপ্টাৰত?

ঠিক ৭দিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশিৰ জাতক, দূৰ হ’ব সকলো বাধা

ঠিক ৭দিন পাছতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশিৰ জাতক, দূৰ হ’ব সকলো বাধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.