• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে, জানি থওক লক্ষণ

পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে, জানি থওক লক্ষণ

11 months ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

28 minutes ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

1 hour ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

3 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

4 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

4 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

4 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

5 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

5 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

6 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

6 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

6 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে, জানি থওক লক্ষণ

পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে

editor by editor
May 3, 2025
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
পুৱা টোপনিৰ পৰা উঠি শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে? সাৱধান, নিঃশব্দে ডায়বেটিছে শৰীৰত ঠাই লৈছে, জানি থওক লক্ষণ
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত কেইবা দশকত ভাৱিব নোৱৰা ধৰণে বৃদ্ধি হৈছে ডায়বেটিছ আক্ৰান্তৰ সংখ্যা৷ বহুতৰে ধাৰণা যে ডায়বেটিছ বয়স্কসকলৰ ৰোগ৷ কিন্তু বৰ্তমান ৩০ পাৰ নৌহওঁতেই ব্লাড ছুগাৰত ভূগি আছে৷ নেপথ্যত অনিয়ন্ত্ৰিত জীৱনযাপন, শৰীৰচৰ্চাৰ অভাৱ, অতিৰিক্ত দুশ্চিন্তাসহ একাধিক কাৰণ৷ শৰীৰত শৰ্কৰাৰ পৰিমাণ বঢ়াবলৈ আৰম্ভ কৰিলে বহু জটিল সমস্যাই শৰীৰত সমস্যা বঢ়াই৷ সেয়ে ডায়বেটিছৰ লক্ষণ বুজাটো অতি জৰুৰী৷

বিশেষকৈ পুৱা টোপনিৰ পৰা উঠাৰ পাছতেই শৰীৰত কিছু উপসৰ্গই দেখা দিয়ে৷ যি ঠিক সময়ত চিহ্নিত কৰিলে প্ৰাথমিক অৱস্থাতেই ডায়বেটিছক নিয়ন্ত্ৰণত ৰখা সম্ভৱপৰ হৈ উঠে৷ কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব আপুনি?

ডিঙি শুকাই যোৱা

পুৱাই টোপনিৰ পৰা ওঠাৰ পাছত যদি ডিঙি শুকাই যায় আৰু বাৰে বাৰে পানী খাবলৈ ইচ্ছা হয় তেতিয়াই বুজিব ডায়বেটিছৰ কাৰণেই এয়া হ’ব পাৰে৷ ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়িলে শৰীৰত পানীশূন্যতাই দেখা দিয়ে৷

বাৰে বাৰে প্ৰস্ৰাৱ

যদি মূত্ৰ ত্যাগৰ কাৰণে আপুনি নিশা বাৰে বাৰে উঠিব লাগে আৰু পুৱা ক্লান্ত অনুভৱ কৰে তেতিয়া সেয়া ব্লাড ছুগাৰ বাঢ়ি যোৱাৰ লক্ষণ হ’ব পাৰে৷ প্ৰকৃততে শৰীৰে মূত্ৰৰ মাধ্যমেৰে অতিৰিক্ত গ্লুকজ বাহিৰ কৰি দিয়াৰ চেষ্টা কৰে৷

ক্লান্তি

পৰ্যাপ্ত টোপনিৰ পাছতো যদি আপোনাৰ পুৱা ক্লান্ত লাগে তেতিয়া কোনো কামতেই এনাৰ্জি নাপায় তেতিয়াই শৰীৰত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যোৱাৰ বাবে হ’ব পাৰে৷ বিপাকক্ৰিয়াৰ ভাৰসাম্য নাথাকিলে এনে হ’ব পাৰে৷

চকুৰে জিলমিল দেখা

যদি টোপনিৰ পৰা উঠি স্পষ্টকৈ নেদেখে বা চকু জিলমিল লাগে তেতিয়া তাৰ আঁৰতো ডায়াবেটিছ হ’ব পাৰে৷ শৰীৰত ছুগাৰৰ মাত্ৰাৰ হেৰফেৰ হ’লে চকুৰ ওপৰত প্ৰভাৱ পৰে৷

হাত ভৰি অসাৰ লগা

টোপনিৰ পৰা ওঠাৰ পাছত যদি হাত ভৰি নচলা যেন লাগে ঝিনঝিননি উঠে তেতিয়া সেয়া নিউৰোপেথিৰ লক্ষণ হ’ব পাৰে৷ যি ডায়বেটিছে নাৰ্ভ ক্ষতিগ্ৰস্থ হোৱাৰ কাৰণে হ’ব পাৰে৷

মুড ছুইং, বিৰক্তি

কোনো কাৰণ অবিহনে যদি পুৱাই বিৰক্তি অনুভৱ, ঘনে ঘনে মুড ছুইং হ’লে সেয়া ৰক্ত শৰ্কৰাৰ ভাৰসাম্যৰ হেৰফেৰৰ কাৰণে হ’ব পাৰে৷

বমি বমি ভাৱ

পুৱাই উঠি যদি বমি বমি ভাৱ আহে তেতিয়া অৱশ্যেই চিকিৎসকৰ পৰামৰ্শ লওক৷ কাৰণ এইসমূহ ডায়বেটিছৰ কাৰণে হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
Next Post
ছফৱান গেঙেই কৰিছে এই নাৰকীয় কাণ্ড! হিন্দু নেতা সুহাছ শেঠিৰ জীৱন কঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ ৮ মুছলমান যুৱক

ছফৱান গেঙেই কৰিছে এই নাৰকীয় কাণ্ড! হিন্দু নেতা সুহাছ শেঠিৰ জীৱন কঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ ৮ মুছলমান যুৱক

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনত ভাগ্য উদয় হ’ব এই ৪ৰাশিৰ! মে মাহতেই বাঢ়িব বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.