• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘জনতাই দ্বিতীয়জন কিম জং বিচৰা নাই’, মোদী-যোগীক কিম জঙেৰে কোনে ৰিজালে?

‘জনতাই দ্বিতীয়জন কিম জং বিচৰা নাই’, মোদী-যোগীক কিম জঙেৰে কোনে ৰিজালে?

4 years ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

8 minutes ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

57 minutes ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

1 hour ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

2 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

2 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

2 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

4 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

4 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

4 hours ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

5 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

5 hours ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘জনতাই দ্বিতীয়জন কিম জং বিচৰা নাই’, মোদী-যোগীক কিম জঙেৰে কোনে ৰিজালে?

editor by editor
February 15, 2022
in ভাৰত, ৰাজনীতি
0
‘জনতাই দ্বিতীয়জন কিম জং বিচৰা নাই’, মোদী-যোগীক কিম জঙেৰে কোনে ৰিজালে?
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ এজন বিখ্যাত নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনেৰে তুলনা কৰিলে৷

উত্তৰ প্ৰদেশৰ ভোটদাতাক উদ্দেশ্যি কৰি দেশৰ অদমনীয় কৃষক নেতা ৰাকেশ টিকেইটে কয় যে দ্বিতীয় এজন কিম জং উনক নিৰ্বাচন কৰাতো উচিত নহ’ব৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ সৈতে তুলনা কৰি কৃষক নেতা টিকেইটে কয় যে জনতাই মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে এজন জননেতা বিচাৰে নে উত্তৰ কোৰিয়াৰ দৰে এজন দ্বিতীয় কিম জং উন বিচাৰে সেয়া সিদ্ধান্ত ল’ব লাগিব৷

তেওঁ লগতে কয় ‘‘আমি এখন স্বেচ্ছাচাৰী একনায়কত্ববাদী চৰকাৰ নিবিচাৰো৷ আমি জনতাক আহ্বান জনাও যে তেওঁলোকৰ ভোটসমূহ উচিতভাৱে ব্যৱহাৰ কৰক৷’’

উত্তৰ প্ৰদেশৰ নিৰ্বাচন চলি থকাৰ মাজতে কৃষক নেতা টিকেইটে তেওঁ গৃহ জিলা মুজাফ্ফৰনগৰত বিজেপিয়ে হিন্দু-মুছলমানৰ নামত ভোটাৰক ধৰ্মীয় মেৰু বিভাজন কৰাৰো গুৰুতৰ অভিযোগ কৰিছে৷

এই ক্ষেত্ৰত বিজেপিক কঠোৰভাৱে সমালোচনা কৰি কৃষক নেতা টিকেইটে কয় যে পশ্চিম উত্তৰ প্ৰদেশে উন্নয়নৰ সম্পৰ্কে কথা পাতিবলৈ বিচাৰে৷ তেওঁলোকে হিন্দু-মুছলমান, জিন্না আদি ধৰ্মীয় কথাৰে ভোটাৰক মোহাৱিষ্ট কৰিব নোৱাৰে, বৰং ভোট হেৰুওৱাবহে৷ মুজাফ্ফৰনগৰ হিন্দু-মুছলমানৰ খেল খেলাৰ ষ্টেডিয়াম নহয়৷

ইফালে সংবাদ সংস্থা পিটিআইৰ আগত কৃষকক সমৰ্থন কৰা দলকহে ভোটাৰে বিচাৰে বুলিও অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাকেশ টিকেইটে৷ এইদৰে কৈ ৰাকেশ টিকেইটে সমাজবাদী পাৰ্টি-আৰএলডিৰ মিত্ৰজোঁটকে প্ৰকাৰান্তে সমৰ্থন কৰা বুলিও চৰ্চা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalkim jong-unnarendra-modirakesh tikaityogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা
জীৱনশৈলী

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

March 27, 2026
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?
জীৱনশৈলী

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

March 27, 2026
Next Post
যুৱতীৰ সৈতে কথা পাতিবলৈ লাজ কৰে নেকি? ডেটিং টিউচন ল’ব পাৰে আপুনি৷ জনপ্ৰিয় মডেলে দিব ৰিলেচনশ্বীপ ক’চিং

যুৱতীৰ সৈতে কথা পাতিবলৈ লাজ কৰে নেকি? ডেটিং টিউচন ল’ব পাৰে আপুনি৷ জনপ্ৰিয় মডেলে দিব ৰিলেচনশ্বীপ ক’চিং

ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধ প্ৰায় আসন্ন! সকলো ভাৰতীয়ক দেশলৈ ওভতিবলৈ নিৰ্দেশ

ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধ প্ৰায় আসন্ন! সকলো ভাৰতীয়ক দেশলৈ ওভতিবলৈ নিৰ্দেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.