২ অক্টোবৰ ২০২৪ বুধবাৰে মহালয়া৷ মহালয়াত পিতৃপক্ষৰ অবসান হৈ দেৱীপক্ষৰ সূচনা হয়৷ সেই দিনটোৰ বিশেষ গুৰুত্ব আছে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোত কিছু নিয়ম মানি চলিলে আমাৰ ভাগ্যোন্নতি হোৱাটো খাটাং৷ কিছু বিশেষ উপায় অৱলম্বন কৰিলে আমাৰ জীৱনটো সুখময় হৈ পৰিব পাৰে৷
কি কি উপায় অৱলম্বন কৰিব?
৪. মহালয়াৰ দিনা কোনো অসহায় মানুহক তেওঁৰ উপকাৰত অহাকৈ সামগ্ৰী দান কৰক৷
মহালয়াত কি কি নকৰিব?
২. এই দিনটোত কাকো ধন ধাৰলৈ নিদিব৷
৩. এই দিনটোত ঘৰত কোনো মাঙ্গলিক কাম নকৰিব৷
৪. যদি নতুন কিছু ক্ৰয় কৰাৰ প্ৰয়োজন থাকে যেনে ঘৰ, বাহন আদি এই সময়ত ক্ৰয় নকৰিব৷
৫. ঘৰত কোনো ভিখাৰী যদি এই দিনটোত আহে তেন্তে কোনো কাৰণতেই তেওঁক খালী হাতে উভতাই নপঠাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ