• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ ওপৰত ২৬% পাৰস্পৰিক শুল্ক ৰূপায়ণ ট্ৰাম্পৰ, প্ৰধানমন্ত্ৰী মোডীক ভাল বন্ধু আখ্যা

ভাৰতৰ ওপৰত ২৬% পাৰস্পৰিক শুল্ক ৰূপায়ণ ট্ৰাম্পৰ, প্ৰধানমন্ত্ৰী মোডীক ভাল বন্ধু আখ্যা

1 year ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

13 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

14 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

14 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

15 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

16 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

16 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

17 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

18 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

19 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

19 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

20 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ ওপৰত ২৬% পাৰস্পৰিক শুল্ক ৰূপায়ণ ট্ৰাম্পৰ, প্ৰধানমন্ত্ৰী মোডীক ভাল বন্ধু আখ্যা

editor by editor
April 3, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতৰ ওপৰত ২৬% পাৰস্পৰিক শুল্ক ৰূপায়ণ ট্ৰাম্পৰ, প্ৰধানমন্ত্ৰী মোডীক ভাল বন্ধু আখ্যা
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ ওপৰত ২৬% পাৰস্পৰিক শুল্ক ৰূপায়ণ ট্ৰাম্পৰ, প্ৰধানমন্ত্ৰী মোডীক ভাল বন্ধু আখ্যা

অৱশেষত ২ এপ্ৰিল (আমেৰিকাৰ সময় অনুসৰি) তাৰিখে বিশ্বৰ সকলো দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে চীনৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰে।

হোৱাইট হাউছত দিয়া ভাষণৰ সময়ত ড’নাল্ড ট্ৰাম্পে পাৰস্পৰিক শুল্কৰ পৰিকল্পনা ঘোষণা কৰে। এই ঘোষণাৰ পাছতে আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ লগতে এছিয়াৰ বজাৰসমূহো তীব্ৰভাৱে হ্ৰাস পায়। যাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰীয় অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

খবৰ অনুসৰি মেক্সিকোৰ পিছত আমেৰিকাৰ দ্বিতীয় বৃহত্তম আমদানিকাৰক দেশ চীনে এতিয়া অধিক শুল্কৰ সন্মুখীন হ’ব লাগিব। গ্ল’বেল টাইমছৰ তথ্য অনুসৰি চীনৰ পৰা আমদানিৰ ওপৰত আমেৰিকাই অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ক্ষেত্ৰত চীনে বাৰে বাৰে তীব্ৰ মতানৈক্য আৰু দৃঢ় বিৰোধিতা প্ৰকাশ কৰি আহিছে।

চীনৰ বাণিজ্য মন্ত্ৰালয়ে কয় যে দেশখনে নিজৰ অধিকাৰ আৰু স্বাৰ্থ দৃঢ়ভাৱে সুৰক্ষিত কৰাৰ বাবে প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইউৰোপীয় সংঘ, জাপান আৰু দক্ষিণ কোৰিয়াৰ লগতে বেইজিঙে ইতিমধ্যে প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে।

আনহাতে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ ক্ষেত্ৰত ট্ৰাম্পে মেক আমেৰিকা ৱেলথী এগেইন অনুষ্ঠানত কয় যে ভাৰত অতি অতি কঠোৰ। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সদ্যহতে আমেৰিকা ভ্ৰমণ কৰি গৈছে আৰু তেঁও মোৰ অতি ভাল বন্ধু।

কিন্তু ভাৰতে আমাৰ লগত সঠিক ব্যৱহাৰ কৰা নাই। ভাৰতে আমাৰ পৰা ৫২ শতাংশ শুল্ক লয় আৰু আমি তেওঁলোকৰ পৰা প্ৰায় একোৱেই লোৱা নাই। সেয়ে এতিয়া ২৬ শতাংস শুল্ক। উল্লেখ্য , অহা ৫ এপ্ৰিল শনিবাৰৰ পৰা আৰম্ভ হব এই নতুন শুল্ক নিৰিখ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America Indian Relationreciprocal TariffTarif Rate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
পুনৰ বাবা ভংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ট্ৰাম্পৰ শুল্ক আৰোপৰ পাছতে আমেৰিকা-এছিয়াত আৰ্থিক সংকট

পুনৰ বাবা ভংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ট্ৰাম্পৰ শুল্ক আৰোপৰ পাছতে আমেৰিকা-এছিয়াত আৰ্থিক সংকট

জাহিৰ খানৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে মহম্মদ চিৰাজে

জাহিৰ খানৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে মহম্মদ চিৰাজে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.