• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

39 minutes ago
নি*ৰ্মম! নিষ্ঠু*ৰ! ছোনম, ছিয়াৰ পিছত এইবাৰ মেৰুটৰ দামিনী…

নি*ৰ্মম! নিষ্ঠু*ৰ! ছোনম, ছিয়াৰ পিছত এইবাৰ মেৰুটৰ দামিনী…

4 seconds ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

1 hour ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

2 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

3 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

11 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

11 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

12 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

12 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

13 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

14 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

15 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিবাৰে নকৰিব এইবোৰ কাম

শনিদেৱৰ ক্ৰোধৰ সন্মুখীন হ'লে হ'ব পাৰে বিপদ

editor by editor
July 18, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
শনিবাৰে নকৰিব এইবোৰ কাম
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰৰ দিনটো শনিদেৱক উৎসৰ্গা কৰা হৈছে। এই দিনটোত ভক্তসকলে শনিদেৱৰ বিশেষ পূজা-অৰ্চনা, উপবাস আদি পালন কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি, শনিবাৰে শনিদেৱৰ পূজা, উপবাস আৰু তেল অৰ্পণ কৰিলে জীৱনৰ বিভিন্ন দুখ-কষ্ট দূৰ হয়। লগতে শনিৰ অশুভ প্ৰভাৱ, যেনে সাঢ়ে সাতী আৰু ঢৈয়া, হ্ৰাস পায়। ইয়াৰ উপৰিও জন্মকুণ্ডলীত শনি শক্তিশালী হৈ জীৱনত শুভ ফল লাভ হোৱাত সহায় কৰে।

এফালে শনিবাৰক স্নান-দান, পূজা-পাঠ, দান-ধৰ্ম আদি শুভ কামৰ বাবে অতি মংগলজনক বুলি ধৰা হয়। আনফালে, জ্যোতিষ শাস্ত্ৰ অনুসৰি এই দিনটোত কিছুমান কাম পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। বিশ্বাস কৰা হয় যে এই কামবোৰ কৰিলে শনিদেৱ অসন্তুষ্ট হয় আৰু তাৰ ফলত ব্যক্তিয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।

শনিবাৰে এই কামবোৰ নকৰিব

১. চুলি, দাড়ি বা নখ নাকাটিব
শনিবাৰে চুলি, দাড়ি বা নখ কটা বা কাটোৱা উচিত নহয়। ধৰ্মীয় বিশ্বাস অনুসৰি, এই কাম কৰিলে জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু শনি দোষৰ আশংকাও বৃদ্ধি পায়।

২. লোহাৰ সামগ্ৰী নিকিনিব
লোহাক শনি গ্ৰহৰ সৈতে জড়িত বুলি ধৰা হয়। সেইবাবে শনিবাৰে লোহা বা লোহাৰে নিৰ্মিত কোনো সামগ্ৰী কিনাটো অশুভ বুলি মানা হয়। এনে কৰিলে ঘৰলৈ অশান্তি আহিব পাৰে আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য বা মনোমালিন্য বৃদ্ধি হোৱাৰ আশংকা থাকে।

৩. নিমখ নিকিনিব
শনিবাৰে নিমখ কিনাটোও শুভ বুলি গণ্য কৰা নহয়। বিশ্বাস অনুসৰি, এই দিনা নিমখ কিনিলে ঋণৰ বোজা বৃদ্ধি হ’ব পাৰে আৰু আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ আশংকা থাকে।

৪. মাংসাহাৰ আৰু মদ্যপান পৰিহাৰ কৰক
শনিবাৰে মাংসাহাৰী খাদ্য গ্ৰহণ বা ৰন্ধা উচিত নহয়। এই দিনা মাংসাহাৰ কৰাটো অশুভ বুলি ধৰ্মীয় বিশ্বাস আছে। একেদৰে শনিবাৰে মদ্যপানৰ পৰাও বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হয়।

৫. পূব আৰু ঈশান দিশলৈ যাত্ৰা নকৰিব
জ্যোতিষ শাস্ত্ৰ অনুসৰি শনিবাৰে পূব আৰু উত্তৰ-পূব (ঈশান) দিশত দিশাশূল থাকে। সেয়েহে এই দুয়োটা দিশলৈ যাত্ৰা কৰাটো পৰিহাৰ কৰিবলৈ কোৱা হয়।

Disclaimer: এই লেখাত উল্লেখ কৰা তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু প্ৰচলিত জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। এই তথ্যসমূহৰ বৈজ্ঞানিক সত্যতা বা যথাৰ্থতা নিশ্চিত কৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Astrology Bastu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নি*ৰ্মম! নিষ্ঠু*ৰ! ছোনম, ছিয়াৰ পিছত এইবাৰ মেৰুটৰ দামিনী…
অপৰাধ

নি*ৰ্মম! নিষ্ঠু*ৰ! ছোনম, ছিয়াৰ পিছত এইবাৰ মেৰুটৰ দামিনী…

July 18, 2026
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা
প্ৰযুক্তি

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

July 18, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 18, 2026
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
Next Post
নি*ৰ্মম! নিষ্ঠু*ৰ! ছোনম, ছিয়াৰ পিছত এইবাৰ মেৰুটৰ দামিনী…

নি*ৰ্মম! নিষ্ঠু*ৰ! ছোনম, ছিয়াৰ পিছত এইবাৰ মেৰুটৰ দামিনী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.