• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

3 weeks ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

19 minutes ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

1 hour ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

1 hour ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

2 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

4 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

4 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

5 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

6 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

15 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

15 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

16 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

এনে সমস্যাবোৰ দূৰ কৰাৰ বাবে কি পদক্ষেপ ল'ব?

editor by editor
June 26, 2026
in জীৱনশৈলী, বিবিধ, সমীক্ষণ
0
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰিয়ালৰ সুখ-শান্তি বহুলাংশে স্বামী-স্ত্ৰীৰ পাৰস্পৰিক বুজাবুজি আৰু সুসম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে। যদি জীৱনসংগীৰ স্বভাৱ অতি অস্থিৰ বা শান্তিৰ পৰিৱেশ নষ্ট কৰা ধৰণৰ হয়, তেন্তে ঘৰত অশান্তি, মনোমালিন্য আৰু কলহৰ সৃষ্টি হয়, যাৰ ফলত গৃহস্থ জীৱন বিপৰ্যস্ত হৈ পৰে। সেইবাবেই বিবাহৰ পূৰ্বে বহুতে জন্মকুণ্ডলী মিলোৱাক বিশেষ গুৰুত্ব দিয়া হয়। অৱশ্যে আধুনিক সমাজত প্ৰযুক্তিৰ যুগত এই প্ৰথা বা বিশ্বাস বহুলাংশে হ্ৰাস পাইছে। জ্যোতিষ শাস্ত্ৰক বিশ্বাস কৰা সকলে বিৱাহৰ পূৰ্বে এনেকৈ দৰা-কইনাৰ কুণ্ডলী মিলাই আগবাঢ়ে। এয়া সম্পূৰ্ণ নিজ নিজ চিন্তা আৰু বিশ্বাসৰ ওপৰত কথা। যদি জ্যোতিষশাস্ত্ৰৰ নিয়ম অনুসৰি জন্মকুণ্ডলীৰ সঠিক মিলোৱা হয়, তেন্তে অনুপযুক্ত জীৱনসংগী লাভ কৰাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় বুলি বিশ্বাস কৰে জ্যোতিষ শাস্ত্ৰৰ ওপৰত বিশ্বাস কৰা লোকে। কেৱল গুণ মিলোনা বা মংগলদোষ চোৱাটোৱেই যথেষ্ট নহয়। দুয়োখন জন্মকুণ্ডলী মিলাই চোৱাৰ সময়ত দুয়োৰে ভাগ্য, মহাদশা, অন্তৰ্দশা, গ্ৰহৰ গোচৰ, ভৱিষ্যতৰ ধন-সম্পদ, সন্তান সুখ, স্বাস্থ্য, মান-সম্মান আদি বিষয়সমূহো গভীৰভাৱে বিবেচনা কৰা প্ৰয়োজন।

সম্ভাৱ্য অশুভ সংকেতসমূহ
সন্তানৰ ক্ষেত্ৰত সমস্যা :
যদি সন্তানৰ আচৰণ অবাধ্য, অসৎ বা অনৈতিক হয়, তেন্তে পৰিয়ালৰ সুনাম ক্ষুণ্ণ হয় আৰু বহু সংকটৰ সন্মুখীন হ’বলগীয়া হয়।
ৰোগ-বেমাৰৰ প্ৰকোপ :
ঘৰৰ সদস্যসকল যদি বাৰে বাৰে অসুস্থ হৈ থাকে, তেন্তে ইয়াৰ ফলত মানসিক, শাৰীৰিক আৰু আৰ্থিকভাৱে সমগ্ৰ পৰিয়াল ক্ষতিগ্ৰস্ত হয়।
ধনৰ অভাৱ :
অশুচিতা, অনৈতিক আচৰণ বা ভুল পথ অৱলম্বন কৰাৰ ফলত দৰিদ্ৰতা আৰু আৰ্থিক সংকটৰ সৃষ্টি হ’ব পাৰে।
মান-সম্মান হানি :
এজন সদস্যৰ ভুল আচৰণ বা চৰিত্ৰগত দোষে সমগ্ৰ পৰিয়ালৰ সুনাম, মৰ্যাদা আৰু প্ৰতিষ্ঠাত আঘাত হানিব পাৰে।

বিভিন্ন কাৰণত হোৱা পাৰিবাৰিক অশান্তি দূৰ কৰিবলৈ কি কৰিব?

যদি আপোনাৰ জীৱনত বিপৰীত স্বভাৱৰ জীৱনসংগী, অবাধ্য সন্তান, দীঘলীয়া অসুস্থতা, ধনৰ অভাৱ বা মান-সম্মানত আঘাতৰ দৰে সমস্যাবোৰ একেৰাহে দেখা দিয়ে, তেন্তে বহুজনৰ বিশ্বাস অনুসৰি ইয়াক পিতৃদোষ, গুৰুতৰ বাস্তুদোষ অথবা কাৰোবাৰ অভিশাপ বা বদ্দুৱাৰ প্ৰভাৱ বুলিও গণ্য কৰা হয়। আধ্যাত্মিক বিশ্বাস অনুসৰি, শুদ্ধ আহাৰে শৰীৰ, মন, আচৰণ আৰু চিন্তাধাৰাক পৱিত্ৰ কৰি ৰাখে। আনহাতে, অশুদ্ধ বা অপৱিত্ৰ খাদ্যাভ্যাসেও জীৱনত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি বহুতে বিশ্বাস কৰে। এইধৰণৰ সমস্যাৰ পৰা মুক্তিৰ বাবে অভিজ্ঞ আৰু জ্ঞানী ব্যক্তিৰ পৰামৰ্শত নিজৰ ওজনৰ সমান শস্য বা অন্যান্য খাদ্যসামগ্ৰী দান কৰাৰ পৰম্পৰাগত পৰামৰ্শ দিয়াৰ প্ৰথা চলি আহিছে। পিতৃদোষ, বাস্তুদোষ বা অভিশাপৰ দৰে ধাৰণাবোৰ মূলতঃ ধৰ্মীয় আৰু জ্যোতিষীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এইবোৰৰ বৈজ্ঞানিক প্ৰমাণ নিশ্চিতভাৱে প্ৰতিষ্ঠিত হোৱা নাই। জীৱনত সমস্যা দেখা দিলে প্ৰয়োজন অনুসৰি চিকিৎসক, পৰামৰ্শদাতা বা সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটোও সমানেই গুৰুত্বপূৰ্ণ।

বিভিন্ন জ্যোতিষ শাস্ত্ৰৰ তথ্যৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Daily Horosope
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
Next Post
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ'ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.