• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

3 weeks ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

7 minutes ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

21 minutes ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

1 hour ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

3 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

3 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

4 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

5 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

14 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

15 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

16 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ'ৰ্টলৈ কি কি নিয়ম সলনি হৈছে জানক

editor by editor
June 26, 2026
in বাণিজ্য, বিবিধ, লেখা
0
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ জুলাইৰ পৰা দেশত কেইবাটাও ডাঙৰ আৰ্থিক দিশত পৰিৱৰ্তন কাৰ্যকৰী হ’ব। এই পৰিৱৰ্তনে লাখ লাখ শ্ৰমিক, পাছপ’ৰ্টধাৰী, পেঞ্চনাৰ, আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীক প্ৰভাৱিত কৰিব। গতিকে প্ৰতিটো আপডেটৰ বিষয়ে অৱগত হোৱাটো অতি গুৰুত্বপূৰ্ণ। সময়মতে নিয়ম মানি চলিলে আপুনি শাস্তি আৰু অপ্ৰয়োজনীয় হেঁচা পৰিহাৰ কৰিব পাৰে।

ইউ পি আইৰ জৰিয়তে পি এফ উলিওৱাটো সহজ

জুলাই মাহত কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে নতুন ডিজিটেল প্লেটফৰ্ম ইপিএফঅ’ ৩.০ মুকলি কৰাৰ সম্ভাৱনা আছে। এই নতুন ব্যৱস্থাৰ লক্ষ্য হৈছে ব্যক্তিসকলক উন্নত আৰু সহজ অনলাইন সেৱা প্ৰদান কৰা। কাৰ্যকৰী হ’লে ইপিএফ একাউণ্টধাৰীয়ে ইউপিআইৰ জৰিয়তে পোনপটীয়াকৈ পিএফৰ ধন উলিয়াব পাৰিব। বৰ্তমান পি এফৰ পুঁজি উলিয়াবলৈ কেইবাদিনো লাগে যদিও নতুন ব্যৱস্থাটো কাৰ্যকৰী হ’লেই এই প্ৰক্ৰিয়াটো বহুত ক্ষীপ্ৰ আৰু সহজ হ’ব পাৰে। ইয়াৰ দ্বাৰা লাখ লাখ কৰ্মচাৰীয়ে যথেষ্ট সকাহ পাব।

ডিয়াৰনেছ এলাৱেন্স (ডি এ) বৃদ্ধিৰ আশা

প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী আৰু জুলাই মাহত ডিয়াৰনেছ এলাৱেন্স (ডি এ) পুনৰীক্ষণ কৰে। সেয়ে ২০২৬ চনৰ জুলাই মাহত কেন্দ্রীয় চৰকাৰৰ লাখ লাখ কর্মচাৰী আৰু পেঞ্চনাৰৰ ডি এ বৃদ্ধিৰ অপেক্ষাত আছে৷ মুদ্ৰাস্ফীতি বৃদ্ধিৰ মাজতে ইয়াৰ দ্বাৰা মানুহক কিছু সকাহ দিব পাৰে। অৱশ্যে চৰকাৰৰ পৰা চূড়ান্ত ঘোষণাৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।

এইচ ডি এফ চি বেংকৰ ক্ৰেডিট কাৰ্ডৰ নিয়ম

এইচ ডি এফ চি বেংকে ৰেগালিয়া গোল্ড আৰু ডাইনাৰ্ছ ক্লাব প্ৰিভিলেজ ক্ৰেডিট কাৰ্ডৰ চৰ্তসমূহ সংশোধন কৰিছে। ইতিমধ্যে কিছু পৰিৱৰ্তন কাৰ্যকৰী কৰা হৈছে, আনহাতে বিমানবন্দৰৰ লাউঞ্জৰ প্ৰৱেশ সম্পৰ্কীয় নতুন নিয়ম ২০২৬ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব।নতুন নিয়ম অনুসৰি ৰেগালিয়া গোল্ড কাৰ্ডধাৰীসকলে বিনামূলীয়া ঘৰুৱা বিমানবন্দৰৰ লাউঞ্জৰ প্ৰৱেশৰ সুবিধা লাভ কৰিবলৈ পূৰ্বৰ ত্ৰৈমাসিকত কমেও ৬০,০০০ টকা খৰচ কৰিব লাগিব। যদি নিৰ্দিষ্ট খৰচ পূৰণ নহয় তেন্তে বিনামূলীয়া লাউঞ্জৰ প্ৰৱেশ জব্দ কৰা হ’ব।

এছ বি আই কাৰ্ডৰ পুৰস্কাৰ পইণ্টৰ পৰিৱৰ্তন

এছ বি আই কাৰ্ডে ইয়াৰ ফোনপে এছ বি আই কাৰ্ড পাৰ্পল আৰু ফোনপে এছ বি আই কাৰ্ড চিলেক্ট ব্লেক ক্ৰেডিট কাৰ্ডৰ চৰ্তসমূহো সংশোধন কৰিছে। ২০২৬ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এই কাৰ্ডসমূহত মাহেকীয়া পুৰস্কাৰ পইণ্ট সংগ্ৰহৰ সীমা স্থাপন কৰা হ’ব। বীমা প্ৰিমিয়াম আৰু অন্যান্য খৰচৰ ওপৰত লাভ কৰা পুৰস্কাৰ পইণ্টৰ সীমা বেলেগ বেলেগ হ’ব। অনলাইন ক্ৰয়ৰ ক্ষেত্ৰত লাভ কৰা সৰ্বোচ্চ পুৰস্কাৰ পইণ্টো হ্ৰাস কৰা হৈছে।

পাছপ’ৰ্ট লোৱাটো ব্যয়বহুল হ’ব

২০২৬ চনৰ ১ জুলাইৰ পৰা পাছপ’ৰ্ট লাভ কৰাটো পূৰ্বতকৈ অধিক ব্যয়বহুল হৈ পৰিব। প্ৰায় ১৪ বছৰৰ মূৰত চৰকাৰে বৃদ্ধি কৰিলে পাছপ’ৰ্ট মাচুল। নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছত পাছপ’ৰ্ট লাভৰ বাবে ১০০০ টকাৰ পৰা ২৫০০ টকা অধিক খৰচ হ’ব পাৰে। এই নতুন মাচুল সকলো ধৰণৰ পাছপ’ৰ্টৰ আবেদনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। অৰ্থাৎ যদি আপুনি প্ৰথমবাৰৰ বাবে পাছপ’ৰ্টৰ বাবে আবেদন কৰিছে, পুৰণি পাছপ’ৰ্ট নবীকৰণ কৰিছে, হেৰুৱা বা ক্ষতিগ্ৰস্ত পাছপ’ৰ্ট সলনি কৰিছে, বা আপোনাৰ সন্তানৰ বাবে পাছপ’ৰ্ট লাভ কৰিছে, তেন্তে প্ৰতিটো শিতানত বৃদ্ধি পোৱা মাচুল দিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
Next Post
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.