• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

5 months ago
উচ্ছেদিতক দিব লাগিব ক্ষতিপূৰণ আৰু সংস্থাপন!, নিৰ্দেশ চৰকাৰলৈ

পুৱাই চলিল প্ৰশাসনৰ বুলড’জাৰ, আশ্ৰয়হীন বহুলোক!

38 minutes ago
Puri Temple Darshan: বন্ধ হৈ গ’ল দৰ্শন! পুৰীৰ মন্দিৰ সন্দৰ্ভত প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত

Puri Temple Darshan: বন্ধ হৈ গ’ল দৰ্শন! পুৰীৰ মন্দিৰ সন্দৰ্ভত প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত

2 hours ago
International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা

International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা

2 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

বৃহস্পতিবাৰে এই ৫টা কাম কৰিলে সৌভাগ্য বৃদ্ধি পাব!

3 hours ago
আজিৰ ভাগ্যৱান ৩ ৰাশি, ধন-সম্পত্তি, কৰ্মক্ষেত্ৰৰে হ’ব ভাগ্য উজ্জ্বল!

আজিৰ ভাগ্যৱান ৩ ৰাশি, ধন-সম্পত্তি, কৰ্মক্ষেত্ৰৰে হ’ব ভাগ্য উজ্জ্বল!

3 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

বিপদে সংগ নেৰিব ৩ ৰাশিৰ, কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

4 hours ago
সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ

সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ

12 hours ago
জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’

জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’

12 hours ago
ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!

ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!

13 hours ago
ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ

ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ

13 hours ago
সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত

সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত

13 hours ago
দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!

দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাই মাহত কোনকেইটা ৰাশিৰ ভাগ্য সলনি কৰিব শুক্ৰই?

editor by editor
June 26, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰত শুক্ৰই (Venus Transit 2026) অতি গুৰুত্বপূৰ্ণ স্থান কৰিছে। প্ৰেম, বিলাসীতা, আৰু সুখৰ গ্ৰহ শুক্ৰই এইবাৰ দেখুৱাব অন্য যাদু। বৈদিক জ্যোতিষৰ হিচাপ অনুসৰি অহা জুলাই মাহৰ আৰম্ভণিতে এই গ্ৰহটোৱে একেদিনাই একে সময়তে ৰাশি আৰু নক্ষত্ৰ দুয়োটাকে সলনি কৰিবলৈ গৈ আছে। এই বিৰল মহাজাগতিক পৰিঘটনাই সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাবলৈ গৈ আছে। কিন্তু জ্যোতিষীসকলে দাবী কৰিছে যে জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা এই গ্ৰহ পৰিবৰ্তনে ৫ ৰাশিৰ লোকৰ জীৱনত এক ইতিবাচক পৰিৱৰ্তন আনিব। কেৱল সেয়াই নহয়, তেওঁলোকৰ আৰ্থিক ভাগ্য ইমানেই সলনি হ’ব যে পকেটত টানিব পৰাৰ কোনো ভয় নাথাকিব।

সাধাৰণতে শুক্ৰই যেতিয়া একে সময়তে নিজৰ ৰাশি আৰু নক্ষত্ৰৰ অৱস্থান সলনি কৰে তেতিয়া এজন ব্যক্তিৰ কেৰিয়াৰ, সামাজিক প্ৰতিষ্ঠা, প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ সমীকৰণ সম্পূৰ্ণৰূপে সলনি হয়। জুলাই মাহৰ এই শুভ সময়ৰ পৰা কোনবোৰ ৰাশিয়ে কপাল মেলিবলৈ গৈ আছে চাওঁ আহক।

বৃষ ৰাশি

এই ৰাশিৰ থলুৱা লোকসকলৰ বাবে এক অতি শুভ সময় আৰম্ভ হ’ব। শুক্ৰৰ বিশেষ কৃপাত দীৰ্ঘদিনীয়া কামবোৰ সোনকালে সম্পূৰ্ণ হ’ব। ব্যৱসায়ত এটা ডাঙৰ সুযোগ আহিব পাৰে, যাৰ ফলত লাভৰ পৰিসংখ্যা বহুগুণ বৃদ্ধি পাব। আৰ্থিক উন্নতিৰ লগতে পৰিয়ালত সুখ আৰু শান্তিও থাকিব।

মিথুন ৰাশি

চাকৰি আৰু ব্যৱসায় দুয়োটাতে ডাঙৰ ইতিবাচক পৰিৱৰ্তন দেখাৰ সুযোগ পাব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ’ব পাৰে, যিয়ে আপোনাৰ বেংক বেলেঞ্চ বৃদ্ধি কৰিব। কেৱল টকাৰ ক্ষেত্ৰতে নহয় এই সময় প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো অতি মধুৰ হ’বলৈ গৈ আছে। আপোনাৰ সংগীৰ সৈতে বন্ধন অধিক শক্তিশালী হৈ উঠিব।

সিংহ ৰাশি

আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মান বহুত বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বছৰ হৃদয় জয় কৰাটো সহজ হ’ব আৰু উচ্চ বিষয়াৰ পৰা আপুনি সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিছে তেন্তে সেই ঠাইৰ পৰা ডাঙৰ ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা প্ৰবল।

তুলা ৰাশি

শুক্ৰ যিহেতু তুলা ৰাশিৰ শাসক, গতিকে এই ট্ৰেনজিটে তেওঁলোকৰ বাবে জেকপট আনিব পাৰে। বিবাহিত জীৱনত সুখ থাকিব। তদুপৰি নতুন সম্পত্তি বা বিলাসী বাহন ক্ৰয় কৰাৰ সপোন এই সময়ছোৱাত পূৰণ হ’ব পাৰে।

মীন ৰাশি

এই ৰাশিৰ অধীনত জন্ম লোৱা লোকে ভাগ্যৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। কৰ্মক্ষেত্ৰত ডাঙৰ প্ৰমোচন বা নতুন ডাঙৰ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। আয়ৰ গ্ৰাফ বৃদ্ধি হোৱাৰ লগে লগে আৰ্থিক স্থিতিশীলতাৰ বাবে মানসিক চিন্তাও নাইকিয়া হ’ব।

(এই প্ৰতিবেদনত দিয়া সকলো তথ্য জ্যোতিষ আৰু ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াৰ কোনো বৈজ্ঞানিকভাৱে প্ৰমাণিত বৈধতা নাই।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উচ্ছেদিতক দিব লাগিব ক্ষতিপূৰণ আৰু সংস্থাপন!, নিৰ্দেশ চৰকাৰলৈ
অসম

পুৱাই চলিল প্ৰশাসনৰ বুলড’জাৰ, আশ্ৰয়হীন বহুলোক!

November 19, 2026
Puri Temple Darshan: বন্ধ হৈ গ’ল দৰ্শন! পুৰীৰ মন্দিৰ সন্দৰ্ভত প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত
ভাৰত

Puri Temple Darshan: বন্ধ হৈ গ’ল দৰ্শন! পুৰীৰ মন্দিৰ সন্দৰ্ভত প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত

November 19, 2026
International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা
জীৱনশৈলী

International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা

November 19, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

বৃহস্পতিবাৰে এই ৫টা কাম কৰিলে সৌভাগ্য বৃদ্ধি পাব!

November 19, 2026
Next Post
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ'লে কিমান বাঢ়িব দৰমহা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.