• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৱেষ্ট ইণ্ডিজৰ এইগৰাকী অতিকে জনপ্ৰিয় ক্ৰিকেটাৰৰ

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৱেষ্ট ইণ্ডিজৰ এইগৰাকী অতিকে জনপ্ৰিয় ক্ৰিকেটাৰৰ

1 year ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

6 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

6 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

7 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

8 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

9 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

10 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

11 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

11 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

12 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

12 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৱেষ্ট ইণ্ডিজৰ এইগৰাকী অতিকে জনপ্ৰিয় ক্ৰিকেটাৰৰ

editor by editor
September 27, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৱেষ্ট ইণ্ডিজৰ এইগৰাকী অতিকে জনপ্ৰিয় ক্ৰিকেটাৰৰ
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৱেষ্ট ইণ্ডিজৰ এইগৰাকী অতিকে জনপ্ৰিয় ক্ৰিকেটাৰৰ

ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি অলৰাউণ্ডাৰ ড্ৱেইন ব্ৰাভোৱে বহু পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু তথাপিও তেওঁক বহু টি-২০ লীগত খেলা দেখা গৈছিল। যোৱা বছৰ ব্ৰাভোৱেও আই পি এলৰ পৰা অৱসৰ গ্ৰহণ কৰে। এইবাৰ ব্ৰাভোৱে কেৰিবিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ত খেলিছিল। কিন্তু আঘাতৰ বাবে তেওঁ ড্ৰপ আউট কৰিবলগীয়া হয়। ইয়াৰ পিছত এতিয়া ব্ৰাভোৱে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। ব্ৰাভোক আৰু চিপিএলত খেলা দেখা নাযাব।

ব্ৰাভোৱে এতিয়ালৈকে চিপিএলত খেলিছিল যদিও এতিয়া তেওঁ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈ থকা টি-২০ লীগৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে। অৱসৰৰ কথা ঘোষণা কৰি ব্ৰাভোৱে লিখিছে, “মোৰ মনটোৱে আগবাঢ়ি যাব বিচাৰে, কিন্তু মোৰ শৰীৰে আৰু বিষ, ক্ষয়-ক্ষতি, মানসিক চাপ সহ্য কৰিব নোৱাৰে।” মই নিজকে এনে এটা অৱস্থাত ৰাখিব নোৱাৰো য’ত মই মোৰ সতীৰ্থ, মোৰ অনুৰাগী বা মই প্ৰতিনিধিত্ব কৰা দলবোৰক নিৰাশ কৰো। সেয়ে গধুৰ হৃদয়েৰে খেলৰ পৰা অৱসৰ লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো।

ব্ৰাভোৱে ১৮ বছৰীয়া টি-২০ ক্ৰিকেট কেৰিয়াৰত চিপিএল দলৰ লগতে আইপিএল, পাকিস্তান ছুপাৰ লীগ আৰু বিগ বেছ লীগৰ সৈতে চেম্পিয়নশ্বিপ লাভ কৰিছে। তেওঁৰ পাঁচটা চিপিএল খিতাপসমূহৰ ভিতৰত তিনিটা খিতাপ ২০১৭ আৰু ২০১৮ চনত একেৰাহে ট্ৰফী লাভ কৰা ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ সৈতে। ইয়াৰ পূৰ্বে তেওঁ ছেইণ্ট কিটছ আৰু নেভিছ পেট্ৰিয়াটছক ২০২১ চনত প্ৰথমটো খিতাপ দখল কৰিছিল। ইয়াৰ উপৰিও ৱেষ্ট ইণ্ডিজৰ সৈতে দুবাৰৰ বিশ্বকাপ বিজয়ী আৰু টি-২০ত ব্ৰাভোৰ নামত ৬৩১টা উইকেট আছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketdwayne-bravoRetirementWest Indies
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
Next Post
মাহে উপাৰ্জন ১০ হাজাৰ, আয়কৰ বিভাগে প্ৰেৰণ কৰিলে ২ কোটি টকাৰ জৰিমণা, যুৱক হাইৰাণ

মাহে উপাৰ্জন ১০ হাজাৰ, আয়কৰ বিভাগে প্ৰেৰণ কৰিলে ২ কোটি টকাৰ জৰিমণা, যুৱক হাইৰাণ

২৭-২৮ ছেপ্টেম্বৰ দুয়োদিনে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট

২৭-২৮ ছেপ্টেম্বৰ দুয়োদিনে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.