• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৱেষ্ট ইণ্ডিজৰ এইগৰাকী অতিকে জনপ্ৰিয় ক্ৰিকেটাৰৰ

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৱেষ্ট ইণ্ডিজৰ এইগৰাকী অতিকে জনপ্ৰিয় ক্ৰিকেটাৰৰ

2 years ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

3 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

5 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

14 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

15 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

15 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

16 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

16 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৱেষ্ট ইণ্ডিজৰ এইগৰাকী অতিকে জনপ্ৰিয় ক্ৰিকেটাৰৰ

editor by editor
September 27, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৱেষ্ট ইণ্ডিজৰ এইগৰাকী অতিকে জনপ্ৰিয় ক্ৰিকেটাৰৰ
0
SHARES
226
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ৱেষ্ট ইণ্ডিজৰ এইগৰাকী অতিকে জনপ্ৰিয় ক্ৰিকেটাৰৰ

ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি অলৰাউণ্ডাৰ ড্ৱেইন ব্ৰাভোৱে বহু পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু তথাপিও তেওঁক বহু টি-২০ লীগত খেলা দেখা গৈছিল। যোৱা বছৰ ব্ৰাভোৱেও আই পি এলৰ পৰা অৱসৰ গ্ৰহণ কৰে। এইবাৰ ব্ৰাভোৱে কেৰিবিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ত খেলিছিল। কিন্তু আঘাতৰ বাবে তেওঁ ড্ৰপ আউট কৰিবলগীয়া হয়। ইয়াৰ পিছত এতিয়া ব্ৰাভোৱে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। ব্ৰাভোক আৰু চিপিএলত খেলা দেখা নাযাব।

ব্ৰাভোৱে এতিয়ালৈকে চিপিএলত খেলিছিল যদিও এতিয়া তেওঁ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈ থকা টি-২০ লীগৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে। অৱসৰৰ কথা ঘোষণা কৰি ব্ৰাভোৱে লিখিছে, “মোৰ মনটোৱে আগবাঢ়ি যাব বিচাৰে, কিন্তু মোৰ শৰীৰে আৰু বিষ, ক্ষয়-ক্ষতি, মানসিক চাপ সহ্য কৰিব নোৱাৰে।” মই নিজকে এনে এটা অৱস্থাত ৰাখিব নোৱাৰো য’ত মই মোৰ সতীৰ্থ, মোৰ অনুৰাগী বা মই প্ৰতিনিধিত্ব কৰা দলবোৰক নিৰাশ কৰো। সেয়ে গধুৰ হৃদয়েৰে খেলৰ পৰা অৱসৰ লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো।

ব্ৰাভোৱে ১৮ বছৰীয়া টি-২০ ক্ৰিকেট কেৰিয়াৰত চিপিএল দলৰ লগতে আইপিএল, পাকিস্তান ছুপাৰ লীগ আৰু বিগ বেছ লীগৰ সৈতে চেম্পিয়নশ্বিপ লাভ কৰিছে। তেওঁৰ পাঁচটা চিপিএল খিতাপসমূহৰ ভিতৰত তিনিটা খিতাপ ২০১৭ আৰু ২০১৮ চনত একেৰাহে ট্ৰফী লাভ কৰা ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ সৈতে। ইয়াৰ পূৰ্বে তেওঁ ছেইণ্ট কিটছ আৰু নেভিছ পেট্ৰিয়াটছক ২০২১ চনত প্ৰথমটো খিতাপ দখল কৰিছিল। ইয়াৰ উপৰিও ৱেষ্ট ইণ্ডিজৰ সৈতে দুবাৰৰ বিশ্বকাপ বিজয়ী আৰু টি-২০ত ব্ৰাভোৰ নামত ৬৩১টা উইকেট আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketdwayne-bravoRetirementWest Indies
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
Next Post
মাহে উপাৰ্জন ১০ হাজাৰ, আয়কৰ বিভাগে প্ৰেৰণ কৰিলে ২ কোটি টকাৰ জৰিমণা, যুৱক হাইৰাণ

মাহে উপাৰ্জন ১০ হাজাৰ, আয়কৰ বিভাগে প্ৰেৰণ কৰিলে ২ কোটি টকাৰ জৰিমণা, যুৱক হাইৰাণ

২৭-২৮ ছেপ্টেম্বৰ দুয়োদিনে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট

২৭-২৮ ছেপ্টেম্বৰ দুয়োদিনে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.