• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৭-২৮ ছেপ্টেম্বৰ দুয়োদিনে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট

২৭-২৮ ছেপ্টেম্বৰ দুয়োদিনে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট

2 years ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

29 minutes ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

1 hour ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

2 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

16 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

17 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

17 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

18 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

18 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

19 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

19 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

20 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২৭-২৮ ছেপ্টেম্বৰ দুয়োদিনে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট

editor by editor
September 27, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
২৭-২৮ ছেপ্টেম্বৰ দুয়োদিনে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৭-২৮ ছেপ্টেম্বৰ দুয়োদিনে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট

বংগোপসাগৰত নিম্ন চাপৰ ঘূৰ্ণীবতাহৰ ফলত দেশৰ কেইবাখনো ৰাজ্যত বিগত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ প্ৰভাৱ । বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সদৰি কৰা অনুসৰি আজি ২৭ ছেপ্টেম্বৰ তাৰিখেও বৰষুণৰ প্ৰভাৱ থাকিব কেইবাখনো ৰাজ্যত।

কেৱল আজিৰ দিনটোতেই নহয় কাইলৈ ২৮ ছেপ্টেম্বৰ তাৰিখে ধাৰাসৰ বৰষুণৰ সম্ভাৱনা থাকিব দেশৰ কেইবাখনো ৰাজ্যত। অসমৰ লগতে উত্তৰ পূৱৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্বাৱনা।

উত্তৰ পূৱৰ লগতে বিহাৰ , উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ, গোৱা, লগতে পশ্চিম বংগ আৰু হিমাচল প্ৰদেশৰ কিছু কিছু অংশত আদিৰ দিনটোত বৰষুণৰ বাবে অৰেঞ্জ আৰু ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।

লগতে কাইলৈ ২৮ ছেপ্টেম্বৰ তাৰিখৰ সাম্ভাৱ্য বতৰৰ বতৰা সদৰি কৰা অনুসৰি উত্তৰ প্ৰদেশত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে অসম , অৰুণাচল প্ৰদেশ, মেঘালয়, মধ্যপ্ৰদেশৰ কিছু অংশ, তামিলনাডু , গুজৰাট, চিকিম, বিহাৰ, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড আৰু কেৰালাত ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Heavy RainrainweatherWeather ForecastWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
Next Post
২৭ বছৰে ডাঙৰ মুখ্যমন্ত্ৰীৰ প্ৰেমত অভিনেত্ৰী, পৰিয়ালে নামানে-অভিনেত্ৰীয়ে নেৰে, গোপনে বিয়া

২৭ বছৰে ডাঙৰ মুখ্যমন্ত্ৰীৰ প্ৰেমত অভিনেত্ৰী, পৰিয়ালে নামানে-অভিনেত্ৰীয়ে নেৰে, গোপনে বিয়া

IPLৰ নতুন ছিজন সন্দৰ্ভত ডাঙৰ আপডেট, খেলিব লাগিব মুঠ কিমান কেইখন খেল

IPLৰ নতুন ছিজন সন্দৰ্ভত ডাঙৰ আপডেট, খেলিব লাগিব মুঠ কিমান কেইখন খেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.