• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৭ বছৰে ডাঙৰ মুখ্যমন্ত্ৰীৰ প্ৰেমত অভিনেত্ৰী, পৰিয়ালে নামানে-অভিনেত্ৰীয়ে নেৰে, গোপনে বিয়া

২৭ বছৰে ডাঙৰ মুখ্যমন্ত্ৰীৰ প্ৰেমত অভিনেত্ৰী, পৰিয়ালে নামানে-অভিনেত্ৰীয়ে নেৰে, গোপনে বিয়া

2 years ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

8 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

9 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

10 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

10 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

11 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

11 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

12 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

13 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

14 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

14 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

15 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

২৭ বছৰে ডাঙৰ মুখ্যমন্ত্ৰীৰ প্ৰেমত অভিনেত্ৰী, পৰিয়ালে নামানে-অভিনেত্ৰীয়ে নেৰে, গোপনে বিয়া

editor by editor
September 27, 2024
in চিনেমা, ভাৰত, ৰাজনীতি
0
২৭ বছৰে ডাঙৰ মুখ্যমন্ত্ৰীৰ প্ৰেমত অভিনেত্ৰী, পৰিয়ালে নামানে-অভিনেত্ৰীয়ে নেৰে, গোপনে বিয়া
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৭ বছৰে ডাঙৰ মুখ্যমন্ত্ৰীৰ প্ৰেমত অভিনেত্ৰী, পৰিয়ালে নামানে-অভিনেত্ৰীয়ে নেৰে, গোপনে বিয়া

এগৰাকী এনে সুন্দৰী অভিনেত্ৰী যিয়ে নিজতকৈ ২৭ বছৰে ডাঙৰ এগৰাকী ৰাজনীতিকৰ প্ৰেমত পৰে। সেই ৰাজনীতিক গৰাকী ৰাজ্যখনৰ মুখ্যমন্ত্ৰী। কিন্তু বয়স বহু বেছি বাবে পৰিয়ালে কোনোপধ্যে মান্তি নহয় এই প্ৰেমত।

পাছে অভিনেত্ৰীয়ো নাচোৰবান্দা। প্ৰমত ইমানেই পাগল যে, পৰিয়ালৰ বিৰুদ্ধে গৈ নিজতকৈ ২৭ বছৰে ডাঙৰ হলেও সেই মুখ্যমন্ত্ৰীৰ সৈতে গোপনে বিয়াত বহে। পাছত পৰিয়ালৰ লোকে সেই বিষয়ে জানিব পাৰি হতবাক হৈ পৰে।

সেই অভিনেত্ৰীগৰাকী হৈছে দক্ষিণৰ কানাড়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী ৰাধিকা আৰু প্ৰেমিক কৰ্নাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ অন্যতম জনপ্ৰিয় নেতা এইচ ডি কুমাৰাস্বামী। কুমাৰাস্বামীৰ প্ৰথম বিবাহৰ সময়ত জন্মহে হৈছিল ৰাধিকা। সেয়া ১৯৮৬ৰ কথা।

২০০৬ চনত ৰাধিকাই কুমাৰাস্বামীৰ সৈতে বিবাহপাষত আবদ্ধ হয়। তেতিয়া ৰাধিকাতকৈ কুমাৰাস্বামী ২৭ বছৰে ডাঙৰ আছিল। সেই সময়ত কুমাৰাস্বামীৰ প্ৰায় ৰাধিকাৰ সমানেই দুটি সন্তানো আছিল। কুমাৰাস্বামীৰ দ্বিতিয় বিবাহৰ সময়ত হাহাকাৰ লাগি গৈছিল কৰ্নাটকৰ ৰাজনীতিত।

ৰাধিকাৰো সেয়া আছিল দ্বিতীয় বিবাহ। ২০০০ চনত ৰতন কুমাৰৰ সৈতে বিবাহ হৈছিল, যদিও ২০০২ চনত হাৰ্ট এটেকত মৃত্যু হৈছিল প্ৰথম স্বামীৰ তাৰ পাছতে প্ৰেম হৈছিল কুমাৰাস্বামীৰ সৈতে।

আনহাতে এই বিবাহে কানাড়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী ৰাধিকাৰ অভিনয় কেৰিয়াৰ শেষ কৰি দিছিল। বৰ্তমানে ৰাধিকাই ছবি পৰিচালক হিচাপে কাম কৰি আছে কানাড়া ছবিজগতত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HD KumaswamiIndian Movie IndustryRadhikaSouth Industry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব
প্ৰযুক্তি

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

September 2, 2026
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!
ভাৰত

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

September 2, 2026
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি
বিনোদন

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

September 2, 2026
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ
নিয়োগ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

September 2, 2026
Next Post
IPLৰ নতুন ছিজন সন্দৰ্ভত ডাঙৰ আপডেট, খেলিব লাগিব মুঠ কিমান কেইখন খেল

IPLৰ নতুন ছিজন সন্দৰ্ভত ডাঙৰ আপডেট, খেলিব লাগিব মুঠ কিমান কেইখন খেল

চিয়া গুটি খাইনে, জানেন ইয়াৰ আচৰিত গুণাগুণ, কিদৰে খাব এই গুটি

চিয়া গুটি খাইনে, জানেন ইয়াৰ আচৰিত গুণাগুণ, কিদৰে খাব এই গুটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.