• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

2 years ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

31 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

1 hour ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

2 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

3 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

4 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

5 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

editor by editor
October 6, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নীলা ৰঙৰ যি গ্ৰহত আমি বসবাস কৰো তাৰ গঠন অতি জটিল৷ আমি সাধাৰণভাৱে যেনেকৈ কল্পনা কৰো তাতকৈ বহু জটিল পৃথিৱীৰ আভ্যন্তৰীণ গঠন প্ৰক্ৰিয়াক মুঠ তিনিভাগত ভাগ কৰা হৈছে৷ ক্ৰাষ্ট, মেণ্টেল আৰু কোৰ৷ পৃথিৱীৰ আভ্যন্তৰীণ এই অংশতেই সম্প্ৰতি দেখা গৈছে এক পৰিবৰ্তন৷ গৱেষণাত পোৱা অনুসৰি পৃথিৱীৰ আভ্যন্তৰীণ কোৰ অংশটোৰ ঘূৰ্ণন কমি গৈছে৷ ক্ৰমে সেই আভ্যন্তৰীণ ঘূৰ্ণন ৰৈয়ো যায়৷ আনকি এতিয়া পৃথিৱীৰ উপৰিভাগ যিফালে ঘূৰি আছে তাৰ ঠিক বিপৰীত অভিমূখে ঘূৰিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰই৷

১৯৩৬ চনত ডেনিছ ছেচমলজিষ্ট ইঙ্গ লেমনে আৱিষ্কাৰ কৰিছিল যে পৃথিৱীৰ আভ্যন্তৰত আছে এখন কঠিন ধাতৱ বল৷ যি বল স্বাধীনভাৱে ঘূৰি আছে৷ সেই বিষয়টোক লৈ ৰহস্যো কম নহয়৷ যাক লৈ তৰ্ক বিতৰ্কও কম নহয়৷ এয়াই পৃথিৱীৰ সকলোতকৈ উষ্ণ অংশও৷ আনকি সূৰ্যৰ উপৰিভাগৰ সৈতে তাক তুলনা কৰিব পাৰি৷ ইয়াত আছে নিকল আৰু লোহা৷ এইবাৰ পৃথিৱীৰ সেই কেন্দ্ৰত দেখা গৈছে ব্যাপক পৰিবৰ্তন৷ কিন্তু ইয়াৰ ফলত কি হ’ব?

পৃথিৱীৰ কেন্দ্ৰ হঠাৎ ওলোটাফালে ঘূৰিবলৈ আৰম্ভ কৰিছে৷ এই ওলোটা ঘুৰাই পৃথিৱীৰ বাসিন্দাসকলৰ ওপৰত কি প্ৰভাৱ পেলাব৷ এই বিষয়টোক লৈ অৱশ্যে আশ্বস্ত কৰিছে গৱেষকে৷ এই সমগ্ৰ বিষয়টোক লৈ গৱেষণা অব্যাহত ৰাখিছে বিজ্ঞানীমহলে৷

উল্লেখ্য যে ২০০৯ৰ পূৰ্বে পৃথিৱীৰ কেন্দ্ৰৰ ঘূৰ্ণন হঠাৎ বন্ধ হৈ গৈছে৷ তাৰপিছতেই আকৌ বিপৰীত দিশত ঘূৰিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰই৷ পৃথিৱীৰ কেন্দ্ৰৰ হঠাৎ এনে আচৰণ নতুনো নহয়৷ ৩৫ ৰ পৰা ৭০ বছৰৰ মাজত এই ঘূৰ্ণনৰ দিশ সলনি হয়৷ বিগত শতকৰ ৭ দশকত প্ৰথমে এই ঘূৰ্ণন নজৰত পৰিছিল বিজ্ঞানীৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
Next Post
ৰবিবাৰে ৰবিযোগত এই ৫ৰাশিয়ে ধনৰ পাহাৰ গঢ়িব

আৰু ৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন