• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২৫ বছৰৰ পাছত আজি বিৰল সূৰ্যগ্ৰহণ! ৬গ্ৰহৰ মহামিলনত বিপুল সম্পদ হাতলৈ আহিব এই৩ৰাশিৰ

২২৫ বছৰৰ পাছত আজি বিৰল সূৰ্যগ্ৰহণ! ৬গ্ৰহৰ মহামিলনত বিপুল সম্পদ হাতলৈ আহিব এই৩ৰাশিৰ

1 year ago
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

19 minutes ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

1 hour ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

2 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

3 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

4 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

5 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

6 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

7 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২২৫ বছৰৰ পাছত আজি বিৰল সূৰ্যগ্ৰহণ! ৬গ্ৰহৰ মহামিলনত বিপুল সম্পদ হাতলৈ আহিব এই৩ৰাশিৰ

২২৫ বছৰৰ পাছত আজি বিৰল সূৰ্যগ্ৰহণ! ৬গ্ৰহৰ মহামিলনত বিপুল সম্পদ হাতলৈ আহিব এই৩ৰাশিৰ

editor by editor
March 29, 2025
in জীৱনশৈলী
0
২২৫ বছৰৰ পাছত আজি বিৰল সূৰ্যগ্ৰহণ! ৬গ্ৰহৰ মহামিলনত বিপুল সম্পদ হাতলৈ আহিব এই৩ৰাশিৰ
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এনে যোগ কেইবা পুৰুষেও পোৱা নাই। আজি ২৯ মাৰ্চত এনে এক বিৰল যোগ তৈয়াৰ হৈছে জ্যোতিষ শাস্ত্ৰ অনুসৰি। ২২৫ বছৰৰ পাছত প্ৰথম চত অমাবস্যাত পৰিছে সূৰ্যগ্ৰহণ। দুপৰীয়া ২ বাজি ২০ মিনিট ৪৩ ছেকেণ্ডত এই গ্ৰহণ আৰম্ভ হব। সূৰ্যগ্ৰহণৰ সৰ্বোচ্চ মুহূৰ্ত থাকিব বিয়লি ৪ বাজি ১৭ মিনিট ২৭ ছেকেণ্ডলৈকে। গ্ৰহণ শেষ হব সন্ধিয়া ৬ বাজি ১৩ মিনিট ৪৫ ছেকেণ্ড। অৰ্থাৎ ৩ ঘণ্টাৰো বেছি সময় ধৰি চলিব এই গ্ৰহণ। এই সূৰ্যগ্ৰহণ মীন ৰাশিত হব।

কেৱল সূৰ্যগ্ৰহণেই নহয়। একধিক কাৰণত জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ গুৰুত্ব অসীম। আজি ৬ টা গ্ৰহই মীন ৰাশিত অৱস্থান কৰিব। সূৰ্য, চন্দ্ৰ, বুধ, শুক্ৰ আৰু ৰাহুৰ অৱস্থান থাকিব মীন ৰাশিত। গ্ৰহণৰ সময়ত গ্ৰহসমূহৰ মাজত বৃষ ৰাশিত থাকিব বৃহস্পতি। মঙলে অৱস্থান কৰিব মিথুনত। কেতু থাকিব কন্যা ৰাশিত। শনিও এই দিনটোত কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব। এই গোচৰৰ প্ৰভাৱত বহু ৰাশিৰ জীৱনলৈ আহিব বৈভৱ।

মকৰ ৰাশি

ব্যৱসায় কৰিব খুজিলে এই ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো আদৰ্শ দিন। যিসকলে ইতিমধ্যেই ব্যৱসায় কৰি আছে তেওঁলোকে বিপুল লাভ পাব। নতুনকৈ ব্যৱসায় আৰম্ভ কৰাৰ বাবেও দিনটো শুভ।

কুম্ভ ৰাশি

বহু দিন ধৰি পাৰিবাৰিক সমস্যাত ভূগি আছে! আজিয়েই মুক্তি পাব এই সমস্যাৰ পৰা। পৈতৃক সম্পত্তি লাভৰ যোগ আছে। কৰ্মস্থলত সন্মান বাঢ়িব। বিনিয়োগৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ।

ধনু ৰাশি

টকাৰ বৃষ্টি হব পাৰে এই ৰাশিৰ জাতকৰ ওপৰত। নতুন উপায়েৰে অৰ্থপ্ৰাপ্তি হব পাৰে। চাকৰিয়ালৰ বাবে এই দিনটো অত্যন্ত সাফল্য়ৰ হৈ উঠিব। বিদেশী মুদ্ৰাৰ বিনিয়োগ কৰিলে লাভৰ মুখ দেখাৰ সম্ভাৱনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!
জীৱনশৈলী

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

April 27, 2026
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!
জীৱনশৈলী

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

April 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

April 27, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

April 27, 2026
Next Post
৩০ বছৰৰ পিছত মীন ৰাশিত প্ৰৱেশ শনিৰ, ১২ টা ৰাশিৰ ওপৰত পৰিব বিশেষ প্ৰভাৱ

৩০ বছৰৰ পিছত মীন ৰাশিত প্ৰৱেশ শনিৰ, ১২ টা ৰাশিৰ ওপৰত পৰিব বিশেষ প্ৰভাৱ

নিহতৰ সংখ্যা ১৬০০ অতিক্ৰম, ৩৪০০ৰো অধিক আহত, ভূমিকম্পত বিধ্বস্ত ম্যানমাৰ

নিহতৰ সংখ্যা ১৬০০ অতিক্ৰম, ৩৪০০ৰো অধিক আহত, ভূমিকম্পত বিধ্বস্ত ম্যানমাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.