• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকুৰ পচাৰতে তাচপাতৰ দৰে খহি পৰিল ৩০ মহলীয়া ঘৰ! পানী খাবলৈ ওলাই আহি কেনেকৈ জীৱন ৰক্ষা পৰিল বিতংভাৱে জনাই কি কলে শ্ৰমিক খিং আঙে?

চকুৰ পচাৰতে তাচপাতৰ দৰে খহি পৰিল ৩০ মহলীয়া ঘৰ! পানী খাবলৈ ওলাই আহি কেনেকৈ জীৱন ৰক্ষা পৰিল বিতংভাৱে জনাই কি কলে শ্ৰমিক খিং আঙে?

2 years ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

31 minutes ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

1 hour ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

2 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

3 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

3 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

4 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

4 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

5 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

6 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

8 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

8 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চকুৰ পচাৰতে তাচপাতৰ দৰে খহি পৰিল ৩০ মহলীয়া ঘৰ! পানী খাবলৈ ওলাই আহি কেনেকৈ জীৱন ৰক্ষা পৰিল বিতংভাৱে জনাই কি কলে শ্ৰমিক খিং আঙে?

চকুৰ পচাৰতে তাচপাতৰ দৰে খহি পৰিল ৩০ মহলীয়া ঘৰ! ভাইটি সেই বিল্ডিঙৰ ভিতৰত আছিল, পানী খাবলৈ ওলাই আহি কেনেকৈ জীৱন ৰক্ষা পৰিল বিতংভাৱে জনাই কি কলে শ্ৰমিক খিং আঙে?

editor by editor
March 29, 2025
in জীৱনশৈলী, বিবিধ
0
চকুৰ পচাৰতে তাচপাতৰ দৰে খহি পৰিল ৩০ মহলীয়া ঘৰ! পানী খাবলৈ ওলাই আহি কেনেকৈ জীৱন ৰক্ষা পৰিল বিতংভাৱে জনাই কি কলে শ্ৰমিক খিং আঙে?
0
SHARES
982
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ম্যানমাৰৰ ভূমিকম্পৰ ফলত কম্পন অনুভূত হৈছে প্ৰতিবেশী দেশ থাইলেণ্ডতো। তাৰেই ৰাজধানী চহৰ বেংককত ভূমিকম্পৰ ফলত ভাঙি পৰিছে নিৰ্মীয়মান এটা ৩০ মহলীয়া ঘৰ। বহু শ্ৰমিকেই সেই ঘৰত কাম কৰি আছিল। তাতেই একাংশ শ্ৰমিক যদি জীৱন্তে উলাই আহিছে কিছু শ্ৰমিক আকৌ সোমাই পৰিছে ধ্বংসস্তুপৰ মাজত। শনিবাৰে হোৱা ভূমিকম্পৰ ফলত ধ্বংস হৈছে বহু শ্ৰমিকৰ জীৱনো। এই ঘটনাৰ বৰ্ণনা দিছে এগৰাকী প্ৰত্যক্ষদৰ্শী শ্ৰমিকে। কেনেকৈ তেওঁৰ চকুৰ সন্মুখত ৩০ মহলীয়া ঘৰ ভাঙি পৰিছিল তাছপাতৰ দৰে। সেই সময়ত তেওঁৰ ভাতৃয়ে কাম কৰি আছিল ভিতৰত।

সংবাদ সংস্থা এ এফ পিক প্ৰত্যক্ষদৰ্শী শ্ৰমিক খিন আঙে কয়- বেংককত ৩০ মহলীয়া এটা কেইবামহলীয়া অট্টালিকা নিৰ্মাণ হৈ আছিল। সেই ঘৰটোৰ নিৰ্মাণো প্ৰায় শেষ পৰ্যায়ত। দুপৰীয়া ১ বজাত আমাৰ কামৰ ছিফ্ট সলনি হয়। মই পানী খাবলৈ বাহিৰলৈ ওলাই আহিছিলো। বাহিৰলৈ ওলাই আহোতেই মোৰ ভাইটি সেই অট্টালিকাৰ ভিতৰলৈ সোমাই গৈছিল। দ্বিতীয় ছিফ্টৰ কাম আৰম্ভ হোৱাৰ সময়। কিন্তু মই বাহিৰ পোৱা মানে জোঁকাৰণি আৰম্ভ। কেইটামান ছেকেণ্ডতেই মোৰ চকু ধুলিয়ে চাট মাৰি ধৰিল। দেখিলো ঘৰটো হালি পৰিছে। মই প্ৰাণটো মুঠিত লৈ ৰাস্তাৰে দৌৰ দিলো। অলপ দূৰ গৈ ঘূৰি চাই দেখো অট্টালিকাটো নাই। কেইটামান ছেকেণ্ডতেই ৩০ মহলীয়া অট্টালিকা ধূলিত পৰিণত হল। মোৰ ভাইটিও সেই বিল্ডিঙৰ ভিতৰত আছিল।

ঘটনাৰ ভয়াৱহতা চকুৰ সন্মুখত দেখিছে খিন আঙে। তেওঁ কয়- সেই সময়ত মোৰ কি মনলৈ আহিছিল মই কৈ বুজাব নোৱাৰো। চকুৰ সন্মুখতেই ভাইটি সেই অট্টালিকাৰ ভিতৰলৈ সোমাই গল। ভাঙি গল ইমান বিশাল অট্টালিকা। মোৰ ভাইটি এতিয়া কত আছে মই নাজানো।

শুকুৰবাৰে পুৱা ম্যানমাৰ কঁপাই গল দুটা ডাঙৰ ভূমিকম্পই। প্ৰথম কম্পনৰ মাত্ৰা আছিল ৭.৭ আৰু আফটাৰশ্বকৰ মাত্ৰা আছিল ৬.৮। এই দুই কম্পনত ক্ষয়ক্ষতি হৈছে বেংককৰো। ৩০ মহলীয়া অট্টালিকা ভাঙি পৰি মৃত্যু হৈছে ১০ গৰাকী শ্ৰমিকৰ। বহু শ্ৰমিকক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই।

ম্যানমাৰৰ চৰকাৰী সংবাদ সূত্ৰই জনাইছে যে ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানলৈ প্ৰায় ১০০২ গৰাকী। আহতৰ  সংখ্যা ২৩০০ৰো বেছি। এই কঠিন পৰিস্থিতিত আন্তৰ্জাতিক সাহায্যৰ আবেদন জনাইছে ম্যানমাৰে। ভাৰতৰ পৰা ইতিমধ্যে সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বিমান ম্যানমাৰত উপস্থিত হৈছে। প্ৰায় ১৫টন সাহাৰ্য্য সামগ্ৰী বৰ্তমানলৈ প্ৰেৰণ কৰিছে ভাৰতে। পৰবৰ্তী সময়ত আৰু সাহাৰ্য্য পঠিওৱা হব বুলিও জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ
ভাৰত

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

October 8, 2026
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?
জীৱনশৈলী

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

October 8, 2026
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!
জীৱনশৈলী

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

October 8, 2026
Next Post
DA বৃদ্ধিৰ পাছত কিমান টকা বেছি পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে?

DA বৃদ্ধিৰ পাছত কিমান টকা বেছি পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে?

২২৫ বছৰৰ পাছত আজি বিৰল সূৰ্যগ্ৰহণ! ৬গ্ৰহৰ মহামিলনত বিপুল সম্পদ হাতলৈ আহিব এই৩ৰাশিৰ

২২৫ বছৰৰ পাছত আজি বিৰল সূৰ্যগ্ৰহণ! ৬গ্ৰহৰ মহামিলনত বিপুল সম্পদ হাতলৈ আহিব এই৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.