বিবাহিত পুৰুষসকলে কিচমিচ খালে যি আশ্চৰ্যকৰ লাভালাভ পাব জানিলে আজিৰে পৰা আপুনিও খোৱা আৰম্ভ কৰিব।
কিচমিচৰ (Raisins) সৈতে মৌ মিহলি কৰি খালে আপোনাৰ বহুতো সমস্যা মুহূৰ্ততে অন্ত পৰিব। শুক্ৰাণুৰ পৰা বিভিন্ন ধৰণৰ সমস্যা আজিৰ পুৰুষৰ ক্ষেত্ৰত দেখা যায়। কিন্তু আপুনি যদি কিছমিছ, মৌ নিয়মীয়াকৈ খাই এইটো আপোনাৰ বাবে দুগুণ লাভজনক হ’ব পাৰে।
কিচমিচত মৌ মিহলাই খোৱাৰ আৰু বহুতো লাভালাভ আছে। এইটো বিশ্বাস কৰা হয় যে এনেদৰে কিচমিচ খালে আপোনাৰ যৌন শক্তি বৃদ্ধি হয়। ইয়াৰ উপৰিও ইয়াৰ আৰু কি কি লাভালাভ আছে চাও আহক—
লগতে পঢ়ক দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, ৰাহুল-ছোনিয়া গান্ধীলৈ EDৰ চমন
মৌ-কিচমিচ উপকাৰী এই দুয়োটাই টেষ্টোষ্টেৰন বঢ়োৱা খাদ্যৰ শ্ৰেণীত অন্তৰ্ভুক্ত৷ কোৱা হয় যে ই এক এনেকুৱা হৰমন যিয়ে পুৰুষসকলৰ যৌন সমস্যা দূৰ কৰাত আৰু তেওঁলোকৰ বিভিন্ন শাৰীৰিক সমস্যা দূৰ কৰাত সহায় কৰে ৷ সেয়েহে ই বিবাহিত পুৰুষৰ বাবে অতি লাভজনক।
১. মৌ-কিচমিচ খোৱাটো পুৰুষৰ বাবে উপকাৰী৷ কোৱা হয় যে এই দুয়োটাই টেষ্টোষ্টেৰন বঢ়োৱা খাদ্যৰ শ্ৰেণীত অন্তৰ্ভুক্ত৷ ই এক এনেকুৱা হৰমন যিয়ে পুৰুষসকলৰ যৌন সমস্যা দূৰ কৰাত আৰু তেওঁলোকৰ বিভিন্ন শাৰীৰিক সমস্যা দূৰ কৰাত সহায় কৰে৷ সেয়েহে ই বিবাহিত পুৰুষৰ বাবে অতি লাভজনক।
২. কিচমিচত মৌ মিহলাই খালে বিবাহিত পুৰুষৰ শুক্ৰাণু (Sperm)দুৰ্বল কৰাৰ সমস্যা ঠিক হয়। এইটো বিশ্বাস কৰা হয় যে কিচমিচ খোৱাটোৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰে। দৰাচলতে, মৌ আৰু কিচমিচত এনে বহুতো গুণ থাকে, যি শুক্ৰাণুৰ মানদণ্ড উন্নত কৰে।
লগতে পঢ়ক সংকটত ছোনিয়া আৰু ৰাহুল গান্ধী! ইডি-এ কিয় দিলে দুয়োকে চমন?
৩. কৰ্কট ৰোধী উপদানো থাকে মৌ আৰু কিচমিচ দুয়োটাতে। কৰ্কট ৰোধী উপাদানবোৰে শৰীৰৰ যিকোনো অংগত কৰ্কট কোষ বৃদ্ধি হোৱা প্ৰতিহত কৰিবলৈ আৰু কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ কাম কৰে।
৪. কিচমিচৰ সৈতে মৌ মিহলি কৰি খোৱাটো বিবাহিত পুৰুষৰ বাবে লাভজনক বুলি প্ৰমাণিত হয়। শাৰীৰিক দুৰ্বলতা থকা পুৰুষৰ ক্ষেত্ৰত ই অতি লাভজনক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ