• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ কোটিতকৈয়ো অধিক লোকে কৰা নাছিল ভোটদান! এটা ভোটকেন্দ্ৰৰ পৰাই কৰিব পাৰিব ৭২টা সমষ্টিৰ ভোটদান, কিন্তু কেনেকৈ?

৩০ কোটিতকৈয়ো অধিক লোকে কৰা নাছিল ভোটদান! এটা ভোটকেন্দ্ৰৰ পৰাই কৰিব পাৰিব ৭২টা সমষ্টিৰ ভোটদান, কিন্তু কেনেকৈ?

3 years ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

17 minutes ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

1 hour ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

2 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

2 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

3 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

4 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

5 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

5 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

7 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

8 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৩০ কোটিতকৈয়ো অধিক লোকে কৰা নাছিল ভোটদান! এটা ভোটকেন্দ্ৰৰ পৰাই কৰিব পাৰিব ৭২টা সমষ্টিৰ ভোটদান, কিন্তু কেনেকৈ?

editor by editor
December 29, 2022
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
৩০ কোটিতকৈয়ো অধিক লোকে কৰা নাছিল ভোটদান! এটা ভোটকেন্দ্ৰৰ পৰাই কৰিব পাৰিব ৭২টা সমষ্টিৰ ভোটদান, কিন্তু কেনেকৈ?
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিৰ্বাচন আয়োগে ভোটদান প্ৰক্ৰিয়াত কেইবাটাও বৃহৎ সালসলনিৰ সিদ্ধান্ত লৈছে। এতিয়াৰে পৰা ভোটদানৰ বাবেই আপুনি ঘৰলৈ যোৱাৰ প্ৰযোজন নাথাকিব। যিকোনো স্থানত থাকিয়েই কৰিব পাৰিব ভোটদান। নিজৰ সমষ্টিতহে কেৱল ভোটদান কৰিব পাৰিব এনে নিয়ম এতিয়াৰে পৰা আৰু নাথাকিব। কৰ্মৰ বা শিক্ষাৰ বাবেই হওক যিকোনো কাৰণতেই নহওক কিয় আপুনি নিজা সমষ্টিৰ পৰা আঁতৰত থাকিলেও বাস কৰা স্থানৰ পৰাই কৰিব পাৰিব ভোটদান।

RVM কি?

নিৰ্বাচনী আয়োগে কমি অহা ভোটিং পাৰ্ছেণ্টেজৰ প্ৰতি লক্ষ্য ৰাখিয়েই লৈছে এই সিদ্ধান্ত। দূৰবৰ্তী ভোটদানৰ বাবে প্ৰটোটাইপ ৰিম’ট ইলেক্ট্ৰনিক ভোটিং মেচিন(RVM) নামৰ এবিধ যন্ত্ৰৰ সহায়ত এই ভোটদান প্ৰক্ৰিয়া সহজ কৰি তোলাৰ সিদ্ধান্ত লৈছে নিৰ্বাচনী আয়োগে৷ RVM-ৰ সহায়ত এটা ভোটকেন্দ্ৰৰ পৰা ৭২ টা বিভিন্ন সমষ্টিৰ ভোটাৰে ভোটদান কৰিব পাৰিব৷ ১৬ জানুৱাৰীত RVM-ৰ পৰীক্ষা সম্পন্ন হ’ব বুলি জনাইছে ভাৰতীয় নিৰ্বাচন আয়োগে৷

নিৰ্বাচন আয়োগে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিকেই RVM পৰীক্ষাৰ সময়ত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে৷ নতুন বছৰতেই এই ভোটিং মেচিনৰ পৰীক্ষা সম্পন্ন হ’ব৷ ১৬ জানুৱাৰী ২০২৩ তাৰিখে নিৰ্বাচনী আয়োগে ৪ টা ৰাষ্ট্ৰীয় দল আৰু ৫৭ টা ৰাজ্যিক দলৰ উপস্থিতিত এই পৰীক্ষা সম্পন্ন কৰিব৷ নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহক ৩১ জানুৱাৰীৰ ভিতৰত এই ভোটদান ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ মতামত দাঙি ধৰিবলৈকো আহ্বান জনাইছে৷ আয়োগৰ জাননী মতে, সকলো ৰাজনৈতিক দলৰ মতামতৰ ওপৰত ভিত্তি কৰিহে আগন্তুক নিৰ্বাচনসমূহত RVM ব্যৱহাৰ হ’ব নে নহয় তাৰ ওপৰত সিদ্ধান্ত লোৱা হ’ব৷

নতুন পদ্ধতিৰ জৰিয়তে কি লাভালাভ হ’ব?

যদি এই ভোটদান প্ৰণালী অৰ্থাৎ RVM-য়ে সকলো ৰাজনৈতিক দলেই মানি লয় তেন্তে প্ৰব্ৰজনকাৰী লোকসকলে কেৱল ভোট দিয়াৰ বাবে নিজা সমষ্টিলৈ যাব নালাগে৷ প্ৰায়, মানুহে অধ্যয়ন আৰু চাকৰিৰ বাবে আন চহৰলৈ প্ৰব্ৰজন কৰে আৰু নিৰ্বাচনৰ সময়ত তেওঁলোকে ঘৰত উপস্থিত হোৱাটো কঠিন হৈ পৰে। এনে পৰিস্থিতিত, বহুসংখ্যক ভোটাৰে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত হৈ পৰে৷

উল্লেখ্য যে ২০১৯ৰ নিৰ্বাচনত বহুলোকেই ভোটদান কৰা নাছিল৷ আয়োগৰ মতে ২০১৯ চনত কেৱলমাত্ৰ ৬৭.৪ শতাংশ লোকেহে ভোটদান কৰিছিল৷ অৰ্থাৎ সমগ্ৰ দেশৰ ৩০ কোটিতকৈয়ো অধিক লোকে ভোটদান কৰা নাছিল৷ ভোটদান প্ৰক্ৰিয়াৰ জটিলতাৰ বাবেই এইসংখ্যক লোকে ইচ্ছা থাকিও ভোটদান কৰিব পৰা নাছিল৷ এই সমস্যাটো আগন্তুক নিৰ্বাচনসমূহত নহ’বৰ বাবে বিশেষ সিদ্ধান্ত লৈছে ভাৰতীয় নিৰ্বাচনী আয়োগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
আধাৰৰ সৈতে বিদ্যুত সংযোগ কৰিলেই পাব ১০০ ইউনিট ফ্ৰী বিদ্যুত, চৰকাৰে দিছে এই বিশেষ জাননী…

আধাৰৰ সৈতে বিদ্যুত সংযোগ কৰিলেই পাব ১০০ ইউনিট ফ্ৰী বিদ্যুত, চৰকাৰে দিছে এই বিশেষ জাননী...

‘Pathaan’ Controversy, সলনি হ’ব দীপিকাৰ বিকিনিৰ ৰং! চেঞ্চৰ বৰ্ডেও দিছে এইকেইটা নিৰ্দেশ…

'Pathaan' Controversy, সলনি হ’ব দীপিকাৰ বিকিনিৰ ৰং! চেঞ্চৰ বৰ্ডেও দিছে এইকেইটা নিৰ্দেশ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.