• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘Pathaan’ Controversy, সলনি হ’ব দীপিকাৰ বিকিনিৰ ৰং! চেঞ্চৰ বৰ্ডেও দিছে এইকেইটা নিৰ্দেশ…

‘Pathaan’ Controversy, সলনি হ’ব দীপিকাৰ বিকিনিৰ ৰং! চেঞ্চৰ বৰ্ডেও দিছে এইকেইটা নিৰ্দেশ…

4 years ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

2 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

2 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

3 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

4 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

5 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

5 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

6 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

8 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘Pathaan’ Controversy, সলনি হ’ব দীপিকাৰ বিকিনিৰ ৰং! চেঞ্চৰ বৰ্ডেও দিছে এইকেইটা নিৰ্দেশ…

editor by editor
December 29, 2022
in বিনোদন, ভাৰত, সংগীত
0
‘Pathaan’ Controversy, সলনি হ’ব দীপিকাৰ বিকিনিৰ ৰং! চেঞ্চৰ বৰ্ডেও দিছে এইকেইটা নিৰ্দেশ…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ আহিবলগা নতুন ছবি পাঠানক লৈ অব্যাহত আছে বিতৰ্ক৷ বিশেষকৈ ছবিখনৰ প্ৰথম মুক্তিপ্ৰাপ্ত গান ‘বেছৰম ৰং’ ত দীপিকাই পিন্ধা বিকিনিক লৈ জাঙুৰ খাই উঠিছে দেশৰ হিন্দু সংগঠনসমূহ৷ শেহতীয়াভাৱে এই বিতৰ্কক লৈ চেঞ্চৰ বোৰ্ডৰ কাষ৷ চাপিছে বহুকেইটা হিন্দু সংগঠন৷ ছবিখনত কিছু সালসলনি আনিবলৈ প্ৰযোজক-পৰিচালকক নিৰ্দেশ দিবৰ বাবেও আবেদন জনাইছে সংগঠন কেইটাই৷

এই সন্দৰ্ভত চেঞ্চৰ বোৰ্ডৰ অধ্যক্ষ প্ৰসুন যোশীয়ে কয়, ‘চিবিএফচিৰ নিৰ্দেশনা অনুসৰি ‘পাঠান’য়ে যথাযথ সমূহ তদন্ত কৰাৰ পাছতহে মুক্তিৰ অনুমতি লাভ কৰিছে৷ তথাপিও জনতাৰ আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযোজকক আমি ছবিখনৰ বিতৰ্কিত গীতটোত সালসলনি কৰিবলৈ নিৰ্দেশ দিছো৷ ছবিগৃহত মুক্তি দিয়াৰ আগতেই সংশোধিত সংস্কৰণ দাখিল কৰিবলৈকো আমি প্ৰযোজক-পৰিচালকক নিৰ্দেশ দিছো৷’ ২৩ জানুৱাৰীত তিনিটা ভাষা হিন্দী, তেলেগু আৰু তামিলত মুক্তি লাভ কৰিব পাঠানে৷ অৱশ্যে চিনেমাখনত চেঞ্চৰ বৰ্ডৰ নিৰ্দেশ অনুসৰণ কৰি দৃশ্যৰ সলনি হ’বনে সেয়াহে এতিয়া লক্ষ্যণীয় বিষয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
সাজু হওক! গৃহবিভাগত ২১১ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন মুকলি, আবেদনৰ অন্তিম তাৰিখ জানেনে?

সাজু হওক! গৃহবিভাগত ২১১ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন মুকলি, আবেদনৰ অন্তিম তাৰিখ জানেনে?

SOP-ও আহি আছে! কৰ’না কাললৈ ঘূৰি নাযাও ভাৱোতেই আহিছে আনটো ভয়ংকৰ খবৰ…

SOP-ও আহি আছে! কৰ’না কাললৈ ঘূৰি নাযাও ভাৱোতেই আহিছে আনটো ভয়ংকৰ খবৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.