• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাজাৰ হাজাৰ মানুহক প্ৰতাৰণা! কিমান কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খালে এইবাৰ বিবেক অবেৰয়ৰ?

হাজাৰ হাজাৰ মানুহক প্ৰতাৰণা! কিমান কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খালে এইবাৰ বিবেক অবেৰয়ৰ?

1 year ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

3 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

3 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

4 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

4 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

5 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

5 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

5 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

7 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

9 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

হাজাৰ হাজাৰ মানুহক প্ৰতাৰণা! কিমান কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খালে এইবাৰ বিবেক অবেৰয়ৰ?

হাজাৰ হাজাৰ মানুহক প্ৰতাৰণা! কিমান কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খালে এইবাৰ বিবেক অবেৰয়ৰ?

editor by editor
March 31, 2025
in অপৰাধ, জীৱনশৈলী
0
হাজাৰ হাজাৰ মানুহক প্ৰতাৰণা! কিমান কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খালে এইবাৰ বিবেক অবেৰয়ৰ?
0
SHARES
486
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটকা দুটকা নহয় কেইবাকোটি টকীয়া প্ৰতাৰণাৰ কেলেংকাৰীত নাম সাঙোৰ খাইছে এইবাৰ বিবেক অৱেৰয়ৰ। আৰ্থিক প্ৰতাৰণাৰ কেলেংকাৰীৰ তদন্তত নামি ১৯.৬১ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিছে মুম্বাইৰ এনফোৰ্ছমেণ্ট ডাইৰেক্টৰে। যাৰ সৈতে কেইবাটাও পৰিচালক গোষ্টী আৰু ব্যক্তিও জড়িত হৈ আছে। কৰ্ম ডেভলপাৰ্ছ নামৰ এটা সংস্থাই মধ্যবিত্তৰ বাবে কম মূল্যৰ ঘৰ নিৰ্মাণৰ প্ৰকল্পৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছে বহুজনক। ২০২৩ চনত বোম্বে হাইকৰ্টে এই বিষয়ে মহাৰাষ্ট্ৰ আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰিছিল।

চাঞ্চল্যকৰ বিষয় এয়াই যে অভিনেতা বিবেক অবেৰয়ো এই প্ৰকল্পৰ অন্যতম অংশীদাৰ। তেওঁ নিজেই কৰ্ম ৰেছিডেন্সি, কৰ্ম পঞ্চতত্ব আৰু কৰ্ম ব্ৰহ্মাণ্ডৰ দৰে প্ৰকল্পৰ প্ৰচাৰো কৰিছে। কিন্তু ১১৫০০ ৰো বেছি ক্ৰেতাই আজিও তেওঁলোকৰ ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

খবৰ অনুসৰি কৰ্ম ইনফাষ্ট্ৰাকচাৰ নামৰ এই সংস্থাই মিছন ৩৬০ নামেৰে প্ৰচাৰ চলাই গ্ৰাহকক আকৃষ্ট কৰিছিল। কিন্তু তদন্তত পোহৰলৈ আহে যে তেওঁলোকে নকল নথি বনাই কৃষিমাটিক আবাসনৰ মাটি বুলি বিক্ৰিও কৰিছিল। ফলত হাজাৰ হাজাৰ ক্ৰেতাই তেওঁলোকৰ কষ্টাৰ্জিত টকা হেৰুৱাইছে। এই বিষয়ত ইডিৰ সাম্প্ৰতিক পদক্ষেপৰ পাচত প্ৰতাৰিত গৃহক্ৰেতাই দাবী তুলিছে যে দোষীসকলক কঠোৰ শাস্তি আৰু যিসকলে ধন সম্পত্তি হেৰুৱাইছে তেওঁলোকক ক্ষতিপূৰণ দিয়া হওক।

ইফালে বিতৰ্কত নাম সাঙোৰ খোৱা বিবেক অবেৰয় এতিয়া কেৰিয়াৰক লৈ ব্যস্ত। চিনেমা কেৰিয়াৰত তেওঁ শেহতীয়াকৈ লুছিফাৰৰ ভিলেন বৰিৰ চৰিত্ৰত প্ৰশংসা বুটলিব পৰাকৈ অভিনয় কৰিছে। এতিয়া তেওঁ মোহনলালৰ এল ২ এমপুৰাণ ছবিক লৈ ব্যস্ত। কিন্তু ইয়াৰ মাজতেই প্ৰশ্ন উঠিছে এই কেলেংকাৰীত অবেৰয়ৰ ভূমিকা কি! তেওঁৰ নাম সাঙোৰ খোৱাক লৈ কি হব তেওঁৰ প্ৰতিক্ৰিয়া সেয়া জানিবলৈহে আগ্ৰহী এতিয়া বহুজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

July 2, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

July 2, 2026
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!
জীৱনশৈলী

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

July 2, 2026
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!
জীৱনশৈলী

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

July 2, 2026
Next Post
ঘৰৰ লৰাই ঘৰৰ মাটিত দেখুৱালে খেল! ৰিয়ান পৰাগৰ অধিনায়কত্বত বিশাল জয় ৰাজস্থান ৰয়েলছৰ

ঘৰৰ লৰাই ঘৰৰ মাটিত দেখুৱালে খেল! ৰিয়ান পৰাগৰ অধিনায়কত্বত বিশাল জয় ৰাজস্থান ৰয়েলছৰ

৬৬ বছৰ বয়সত সন্তান প্ৰসৱ! প্ৰথম সন্তান হোৱাৰ ৫দশকৰ পাছত আকৌ মাতৃ হ’ল ৬৬ বছৰীয়া প্ৰৌঢ়া

৬৬ বছৰ বয়সত সন্তান প্ৰসৱ! প্ৰথম সন্তান হোৱাৰ ৫দশকৰ পাছত আকৌ মাতৃ হ'ল ৬৬ বছৰীয়া প্ৰৌঢ়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.