• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কণী নোহোৱাকৈ অমলেট খাই পাইছেনে কেতিয়াবা, কেনেকৈ প্ৰস্তুত কৰিব এই খাদ্য

কণী নোহোৱাকৈ অমলেট খাই পাইছেনে কেতিয়াবা, কেনেকৈ প্ৰস্তুত কৰিব এই খাদ্য

2 years ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

5 minutes ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

18 minutes ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

37 minutes ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

10 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

10 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

11 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

11 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

12 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

13 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

13 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

14 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

কণী নোহোৱাকৈ অমলেট খাই পাইছেনে কেতিয়াবা, কেনেকৈ প্ৰস্তুত কৰিব এই খাদ্য

editor by editor
September 29, 2024
in খাদ্য, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কণী নোহোৱাকৈ অমলেট খাই পাইছেনে কেতিয়াবা, কেনেকৈ প্ৰস্তুত কৰিব এই খাদ্য
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কণী নোহোৱাকৈ অমলেট খাই পাইছেনে কেতিয়াবা, কেনেকৈ প্ৰস্তুত কৰিব এই খাদ্য

আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে অমলেট কণীৰে তৈয়াৰ কৰা হয়, কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে কণী অবিহনেও অমলেট বনাব পাৰি? ভাবিলে আচৰিত যেন লাগিলেও সঁচাকৈ কণী নোহোৱাকৈ অমলেট তৈয়াৰ কৰিব পাৰি। কোনো নিৰামিষভোজীয়ে ভাবিছে যে অমলেটৰ সোৱাদ কেনেকুৱা হ’ব পাৰে, তেন্তে তেওঁ এই কণীবিহীন অমলেটটো চেষ্টা কৰিব পাৰে।

ব্ৰেকফাষ্ট বা সন্ধিয়াৰ জলপানত কণীবিহীন অমলেট বনাই ইয়াৰ সোৱাদ লব পাৰে। আনকি যিসকল লোকৰ কণীৰ অমলেট খোৱাৰ অভ্যাস আছে কিন্তু কোনো বিশেষ দিন বা উৎসৱৰ বাবে খাব পৰা নাই তেওঁলোকৰ বাবেও কণীবিহীন অমলেট খাব পাৰে।

মাত্ৰ ১৫ মিনিটতে কণী নোহোৱাকৈ প্ৰস্তুত কৰিব পাৰি এই খাদ্য। প্ৰস্তুত কৰিবলৈ ১০ মিনিট আৰু ৰান্ধিবলৈ মাত্ৰ ৫ মিনিট সময় লাগিব।

বনাবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন-
এক কাপ বেচন
এটা বিলাহী, মিহিকৈ কাটি লোৱা
এটা পিঁয়াজ, মিহিকৈ কাটি লোৱা
কেঁচা জলকীয়া
ধনীয়া পাত
১ চামুচ হালধী
১/৪ চামুচ তেল
প্ৰয়োজন অনুসাৰে জালুক গুৰি
সোৱাদ অনুসৰি নিমখ

সকলো কটা পাচলি আৰু হেচন মিহলাই লওক।
একেলগে নিমখ আৰু মছলা খিনিও দি লৈ অলপ পানী দি সকলো একেলগে মিক্স কৰি লওক।
দ্ৰৱটো তৈয়াৰ হ’লে গেছৰ ওপৰত ননষ্টিক কেৰাহী বা তাৱা ৰাখিব।
কেৰাহীখন কম জুইত গৰম কৰি তাত অলপ তেল দি চাৰিওফালে বহলাই দিব।
এতিয়া প্ৰস্তুত কৰা বেচনৰ দ্ৰৱটো কেৰাহীত দিব।
দুয়োফালৰ পৰা সিজাই লওক আৰু তাৰ পিছত এইদৰে কণীবিহীন অমলেট কেইমিনিটমানৰ ভিতৰতে সাজু হৈ উঠিব।
বনাবলৈ যিমান সহজ, সোৱাদতো সমানেই সুস্বাদু। যদি আপুনি কণীৰ অমলেট খাইছে, তেন্তে ইয়াৰ সোৱাদ কণীৰ পৰা তৈয়াৰী অমলেটৰ দৰে পাব।
এতিয় চাটনি বা চচৰ সৈতে ইয়াক উপভোগ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: eggEgg less Omletfood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?
জীৱনশৈলী

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

April 10, 2026
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ
জীৱনশৈলী

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

April 10, 2026
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ
জীৱনশৈলী

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

April 10, 2026
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
Next Post
ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন

ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন

হঠাতে মঞ্চত অসুস্থ হৈ পৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সহায় লৈগে ঠিয় দি থাকে

হঠাতে মঞ্চত অসুস্থ হৈ পৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সহায় লৈগে ঠিয় দি থাকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.