• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন

ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন

1 year ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

1 day ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

2 days ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

2 days ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

2 days ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

2 days ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

2 days ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

2 days ago
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

2 days ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

2 days ago
বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

2 days ago
পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

3 days ago
শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন

editor by editor
September 29, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইলৰ বৃহৎ সফলতা, ১৮ বছৰৰ পাছত বিশেষ চোৰাংচোৱা লগাই হিজবুল্লাহৰ শক্তি নিধন

হিজবুল্লাহৰ শক্তিশালী নেতা হাছান নছৰল্লাহক হত্যা কৰি ইজৰাইলে এক বৃহৎ সফলতা লাভ কৰিছে। কিন্তু ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এদিনতে এই সফলতা লাভ কৰিব পৰা নাই। ইয়াৰ বাবে ইজৰাইলী চোৰাংচোৱা সংস্থাৰ সহায় লৈছিল। যিটো ২০০৬ চনৰ পৰা আৰম্ভ হৈছিল।

নছৰল্লাহক হত্যা কৰাৰ পূৰ্বে ইজৰাইলে এই বিষয়ে আমেৰিকাক জনাইছিল। অৱশ্যে ৰাষ্ট্ৰপতি জো বাইডেনে এই কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছিল। তেওঁ কৈছিল যে তেনে কৰিলে আঞ্চলিক যুদ্ধৰ সূচনা হ’ব, কিন্তু ইজৰাইলে জানিছিল যে যদি এইটো কৰা নহয় তেন্তে হিজবুল্লাহ তেওঁলোকৰ বাবে মূৰৰ কামুৰণি বুলি প্ৰমাণিত হ’ব।

আমেৰিকাৰ সৈতে এই তথ্য ভাগ-বতৰা কৰাৰ লগে লগে ইজৰাইলে কোনো পলম নকৰাকৈয়ে লেবাননত থকা হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ৰ চাৰি মহলীয়া অট্টালিকাত যুদ্ধ বিমানৰ পৰা ৮০টাতকৈও অধিক বোমা নিক্ষেপ কৰি হাছান নাছৰল্লাক হত্যা কৰে। কিন্তু এইবাৰ ইজৰাইলে আমেৰিকাক প্ৰথম আক্ৰমণৰ সৈতে জড়িত কোনো তথ্য নিদিলে। ইয়াৰ লগতে ইজৰাইলী সেনাই হিজবুল্লাহৰ আৰু বহু সেনাপতিক হত্যা কৰে, য’ত নাছৰল্লাহৰ কন্যাও আছিল।

নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি ইজৰাইলে গম পাইছিল যে নছৰল্লাই তেওঁৰ কিছুমান শীৰ্ষ লেফটেনেণ্টক লগ কৰিবলৈ বেইৰুটৰ এটা বাংকাৰত উপস্থিত হৈছিল। এই বিষয়ে সুনিৰ্দিষ্ট খবৰ পাবলৈ ইজৰাইলে নিজৰ চোৰাংচোৱা সংস্থাৰ সহায় লৈছিল। যিটো তেওঁ ২০০৬ চনৰ পৰা কেৱল এই কামৰ বাবেই নিযুক্তি দিছিল।

অৰ্থাৎ ১৮ বছৰৰ পাছত হিজবুল্লাহৰ সন্ত্ৰাসবাদৰ অন্ত পেলোৱাত ইজৰাইল সফল হয়। তেওঁলোকে এইটোও জানিছিল যে ২০২৩ চনত হামাছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ পিছত হিজবুল্লাই তেওঁলোকক আক্ৰমণ কৰিব। তেওঁৰ কথা সঁচা বুলি প্ৰমাণিত হ’ল আৰু উত্তৰ লেবানন সীমান্তৰ পৰা হামাছৰ সমৰ্থনত সন্ত্ৰাসবাদীয়ে কেইবাটাও আক্ৰমণ চলাইছিল যদিও এইবাৰ ইজৰাইলে ৰিস্ক ল’ব নিবিচাৰিলে।

ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে ২০০৬ চনৰ যুদ্ধৰ পিছত ইজৰাইলৰ চোৰাংচোৱা সংস্থাটোৱে হিজবুল্লাহৰ বিৰুদ্ধে তথ্য সংগ্ৰহৰ বাবে দিনে নিশাই কাম কৰিছিল। ইয়াৰ বাবে ইজৰাইলে কেইবাবছৰ ধৰি মোছাদক আৰু অধিক শক্তিশালী কৰি তুলিছিল।

ইয়াৰ অধীনত ইজৰাইলৰ চিগনেল ইনটেলিজেন্স এজেন্সী ইউনিট ৮২০০-এ হিজবুল্লাহৰ চেল ফোন আৰু অন্যান্য ডিভাইচসমূহক ভালদৰে আটক কৰিবলৈ অত্যাধুনিক চাইবাৰ সঁজুলি তৈয়াৰ কৰিছিল। মূল্যৱান তথ্য যাতে সৈন্য আৰু বায়ুসেনালৈ দ্ৰুতভাৱে প্ৰেৰণ কৰা হয় তাৰ বাবে যুদ্ধৰ ভিতৰত নতুন দল গঠন কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HizabullahHizbullah AttackaIsreal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?
জীৱনশৈলী

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

November 12, 2025
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?
জীৱনশৈলী

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

November 12, 2025
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?
জীৱনশৈলী

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

November 12, 2025
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?
জীৱনশৈলী

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

November 11, 2025
Next Post
হঠাতে মঞ্চত অসুস্থ হৈ পৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সহায় লৈগে ঠিয় দি থাকে

হঠাতে মঞ্চত অসুস্থ হৈ পৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সহায় লৈগে ঠিয় দি থাকে

জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.