• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত কেতিয়া উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ? চৌদি আৰৱত ঘোষণা দিন

ভাৰতত কেতিয়া উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ? চৌদি আৰৱত ঘোষণা দিন

1 year ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

4 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

4 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

5 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

6 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

9 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

9 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

10 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

11 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

11 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

12 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

24 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতত কেতিয়া উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ? চৌদি আৰৱত ঘোষণা দিন

editor by editor
March 26, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতত কেতিয়া উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ? চৌদি আৰৱত ঘোষণা দিন
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত কেতিয়া উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ? চৌদি আৰৱত ঘোষণা দিন

২ মাৰ্চৰ পৰা ভাৰতত ৰোজা আৰম্ভ হৈছিল, এতিয়ালৈকে ২৫টা ৰোজা সম্পূৰ্ণ হৈছে। এতিয়া ঈদ-উল-ফিতৰৰ তাৰিখ সন্দৰ্ভত চৰ্চা আৰম্ভ হৈছে। অৱশ্যে ছৌদি আৰৱত ঈদৰ বন্ধৰ দিন ঘোষণা কৰা হৈছে।

সকলোৱে জনা মতে চৌদি আৰৱত যিদিনা ঈদ পালন কৰা হয়, পিছদিনা ভাৰতত ঈদ পালন কৰা দিন। বৰ্তমান ঈদৰ দুটা তাৰিখ ওলাইছে, যাৰ সন্দৰ্ভত কোৱা হৈছে যে ২০২৫ চনৰ ৩১ মাৰ্চ বা ১ এপ্ৰিলত ঈদ পালন কৰিব পাৰি।

ৰমজানৰ অন্তিম দিন ওচৰ চাপি অহাৰ লগে লগে সকলোতে আৰম্ভ হয় ঈদৰ প্ৰস্তুতি। ছৌদি আৰৱত তুংগত উঠিছে ঈদৰ প্ৰস্তুতি।

ছৌদি আৰবত ৰাজহুৱা খণ্ডৰ বন্ধৰ দিন ২৪ ৰোজাৰ পৰা (২২ মাৰ্চৰ পৰা আৰম্ভ) আৰম্ভ হৈছে, কিয়নো তাত ১৪৪৬ চনৰ হিজৰীৰ মতে এদিন আগতেই ৰোজা আৰম্ভ হয়। বাকী ব্যক্তিগত খণ্ড আৰু অলাভজনক খণ্ডৰ বাবে বন্ধৰ দিন ২৯ ৰোজাৰ পৰা (অৰ্থাৎ ২৭ মাৰ্চৰ পৰা) আৰম্ভ হ’ব।

এইবাৰ ২০২৫ চনৰ ৰমজান ২৯ দিনীয়া হোৱাৰ সম্ভাৱনা আছে। ইজিপ্তৰ ৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান আৰু ভূপদাৰ্থ গৱেষণা প্ৰতিষ্ঠানে নিশ্চিত কৰিছে যে ২০২৫ চনৰ ২৯ মাৰ্চ শনিবাৰে শ্বাৱাল (ইছলামিক কেলেণ্ডাৰৰ দশম মাহ) চন্দ্ৰ দেখা যাব পাৰে।

ছৌদি আৰৱত ঈদ বন্ধ ঘোষণাৰ পিছতে ভাৰততো ঈদৰ দিন ঘোষণা কৰা হব। যদি চৌদি আৰৱত ৩০ মাৰ্চত ঈদ পালন কৰা হয়, তেন্তে ভাৰতত ৩১ মাৰ্চত ঈদ পালন কৰিব পাৰে। যাৰ বাবে ৩১ তাৰিখে ঈদৰ দিনা বন্ধ থাকিব। চৌদি আৰৱত যিদিনা ৰোজা আৰম্ভ হয়, ঠিক পিছদিনা ভাৰতত আৰম্ভ হয়। একেদৰে ছৌদি আৰৱৰ এদিন পিছতে ঈদ পালন কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: eidEid 2025Indian Eidsaudi arab
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন
বিনোদন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
Next Post
ধনশ্ৰী আৰু য়ুজবেন্দ্ৰ চহলৰ বিচ্ছেদৰ কাৰণ কি? প্ৰকাশ পাইছে আঁৰৰ কাহিনী

ধনশ্ৰী আৰু য়ুজবেন্দ্ৰ চহলৰ বিচ্ছেদৰ কাৰণ কি? প্ৰকাশ পাইছে আঁৰৰ কাহিনী

অতিকে শোকাৱহ, দুৰ্ঘটনাত পিতৃ-মাতৃ-ভাতৃ আৰু ককাক নিহত, কেৱল প্ৰাণ ৰক্ষা ৫ বছৰীয়া কন্যাৰ

অতিকে শোকাৱহ, দুৰ্ঘটনাত পিতৃ-মাতৃ-ভাতৃ আৰু ককাক নিহত, কেৱল প্ৰাণ ৰক্ষা ৫ বছৰীয়া কন্যাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.