• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

5 months ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

12 minutes ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

43 minutes ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

1 hour ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

2 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

3 hours ago
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

4 hours ago
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

editor by editor
November 6, 2025
in জীৱনশৈলী, লেখা
0
পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্টম দৰমহা কমিছন বাস্তৱায়নৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীয়ে পাব এই সুবিধা৷ পিয়নৰ পৰা কেৰাণী, অফিচাৰ অষ্টম দৰমহা কমিছন বাস্তবায়নৰ পাছত পাব বৰ্ধিত দৰমহা৷ জানি থওক কোন পদৰ ব্যক্তিয়ে কিমান বেছি দৰমহা পাব?

প্ৰধানমন্ত্ৰীয়ে দিছে এই অনুমোদন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত কেন্দ্ৰীয় মন্ত্ৰিসভাই অষ্টম দৰমহা  ‘Terms of Reference’ (TOR) ত অনুমোদন দিছে৷ এই সিদ্ধান্তই ১ কোটিতকৈ বেছি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ বাবে ভাল খবৰ আনিছে৷ বিগত ১০ মাহ ধৰি এই ঘোষণাৰ অপেক্ষাত আছিল৷ চৰকাৰে আনুষ্ঠানিকভাৱে মঙলবাৰে ২৮ অক্টোবৰত ইয়াত অনুমোদন কৰিছে৷

টাৰ্ম অফ ৰেফাৰেন্স কি?

টাৰ্ম অফ ৰেফাৰেন্স হৈছে সেই কাঠামো যাৰ ওপৰত ভিত্তি কৰি দৰমহা কমিছন গঠন কৰা হৈছে৷ অৰ্থাৎ ই মূলত দৰমহা, ভাট্টা আৰু পেঞ্চন বৃদ্ধি পৰিমাণ নিৰ্ধাৰণ কৰে৷ ইতিমধ্যেই চৰকাৰে এই বিষয়টো স্পষ্ট কৰিছে৷ যেতিয়া কমিছন আৰু উন্নয়ন আৰু কল্যাণমূলক প্ৰকল্পসমূহত ব্যয় কৰাৰ ক্ষমতা বিবেচনা কৰে৷ অষ্টম দৰমহা কমিছনৰ বাস্তৱায়নৰ পাছত নিম্নলিখিত কৰ্মচাৰীয়ে ইয়াৰ সুবিধা পাব৷ সুবিধা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীয়ে৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ কৰ্মচাৰীয়ে৷ ৰে’লৱে, ডাক বিভাগ আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে৷

কেতিয়া দৰমহা বৃদ্ধি পাব?

কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ভিত্তি হব ফিটমেণ্ট ফেক্টৰ৷ সপ্তম দৰমহা কমিছনৰ এই ফেক্টৰটো 2.57 নিৰ্ধাৰণ কৰা হৈছিল৷ উদাহৰণস্বৰূপে যদি এজন কৰ্মচাৰীৰ মূল দৰমহা হয় ২০,০০০ টকা তেন্তে নতুন দৰমহা হব 20,000 × 2.57 = 51,400 টকা৷ যদি এইবাৰ চৰকাৰে ফিটমেণ্ট ফেক্টৰ আৰু বৃদ্ধি কৰে তেতিয়া দৰমহা আৰু বেছি হব৷

অষ্টম দৰমহা কমিছন কেতিয়া কাৰ্যকৰ কৰা হ’ব?

চৰকাৰৰ মতে অষ্টম দৰমহা কমিছন ২০২৬ চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰ হব৷ কিন্তু কমিছনক তেওঁলোকৰ প্ৰতিবেদন জমা দিয়াৰ বাবে ১৮ মাহ সময় দিয়া হৈছে৷ এইসমূহ সম্ভৱত ২০২৭ চন বা ২০২৮ চনত মাজত এই দৰমহা লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

March 29, 2026
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

March 29, 2026
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?
খাদ্য

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

March 29, 2026
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য
জীৱনশৈলী

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

March 29, 2026
Next Post
Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন