• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই ন’হলে ট্ৰাম্পে নিৰ্বাচনে জয়ী নহলহেঁতেন’, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ সম্ভৱনা

‘মই ন’হলে ট্ৰাম্পে নিৰ্বাচনে জয়ী নহলহেঁতেন’, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ সম্ভৱনা

10 months ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

2 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

2 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

3 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

3 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

4 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

4 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

4 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

5 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

6 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

6 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘মই ন’হলে ট্ৰাম্পে নিৰ্বাচনে জয়ী নহলহেঁতেন’, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ সম্ভৱনা

editor by editor
June 6, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
‘মই ন’হলে ট্ৰাম্পে নিৰ্বাচনে জয়ী নহলহেঁতেন’, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ সম্ভৱনা
0
SHARES
226
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মই ন’হলে ট্ৰাম্পে নিৰ্বাচনে জয়ী নহলহেঁতেন’, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ সম্ভৱনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যৱসায়ী এলন মাস্কৰ মাজৰ বন্দুত্ব সকলোৱে দেখিছিল। আমেৰিকাৰ নিৰ্বাচনতে প্ৰকাশ পাইছিল দুয়োৰে মাজৰ বন্ধুত্ব। পাছে সেই বন্ধুত্বৰ অন্ত পৰি এতিয়া আৰম্ভ হৈছে দুয়োৰে মাজত শত্ৰুতা। দুয়ো দুয়োৰে বিৰুদ্ধে উত্থাপন কৰিব ধৰিছে বহু অভিযোগ।

ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰো সম্ভৱনা মাস্কৰ। কাৰণ ট্ৰাম্পে মাস্কৰ কোম্পানীৰ চৰকাৰী ঠিকা লগতে ৰাজসাহায্য বন্ধ কৰি দিয়াৰ ধমকি দিয়াৰ পাছতে মাস্কে ওলোটাই ধৰিছে ট্ৰাম্পক। ট্ৰাম্পক এতিয়া পদৰ পৰা অপসাৰণ কৰাৰ পোষ্ট সমৰ্থন কৰি চৰ্চালৈ আহিছে। কাৰণ যদি ট্ৰাম্পে সঁচাকৈ চৰকাৰী ঠিকা লগতে সাহায্য বন্ধ কৰি দিয়ে তেন্তে বিপদত পৰিব মাস্ক।

আনহাতে মাস্কৰো মন্তব্য- ‘মই ন’হলে ট্ৰাম্পে নিৰ্বাচনে জয়ী নহলহেঁতেন’। প্ৰকৃততে ট্ৰাম্প আৰু মাস্কৰ মাজত হুলস্থুল আৰম্ভ হৈছিল এখন বিশেষ বিধেয়কৰ বাবে। মাস্কে ট্ৰাম্পৰ কৰ আৰু ব্যয় বিল সন্দৰ্ভত মন্তব্য কৰিছিল।

মাস্কে এই বিলক তীব্ৰ সমালোচনা কৰি কৈছিল যে এই বিধেয়কখন ৰাজহুৱা ধনৰ অপচয়। মাস্কে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি কৈছিল যে এই সকলোবোৰ অসহনীয়। মাস্কে কয় যে এই বিধেয়কখন নিশা গৃহীত কৰা হৈছে, যাতে ইয়াৰ ওপৰত আৰু আলোচনা হ’ব নোৱাৰে।

ইলন মাস্কৰ সমালোচনাৰ পিছতে ট্ৰাম্পৰো খং উঠে। মাস্কৰ এই মন্তব্যৰ উত্তৰত ট্ৰাম্পে কয় যে এই মন্তব্যত তেওঁ অতি হতাশ হৈছে। ট্ৰাম্পে দাবী কৰিছিল যে মাস্কে এই বিধেয়কখনৰ সৈতে জড়িত সকলো কথা জানে, কিন্তু তেওঁ ইয়াৰ পূৰ্বে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।

বৃহস্পতিবাৰে ড’নাল্ড ট্ৰাম্পে ইলন মাস্কৰ সৈতে থকা মতানৈক্যৰ খোলাকৈ সঁহাৰি জনায়। তেওঁ মাস্কক লক্ষ্য কৰি কয় যে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনে এতিয়াও হোৱাইট হাউছক মিছ কৰে। ড’নাল্ড ট্ৰাম্পে আৰু কয় যে ইলন মাস্কৰ ‘ট্ৰাম্প ডিৰেঞ্জমেণ্ট চিণ্ড্ৰম’ আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক লৈ ক্ষোভিত হৈ পৰিছে এক্সৰ মালিক ইলন মাস্ক। ইলন মাস্কে এক্সত লিখে- “মোৰ অবিহনে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্প পৰাস্ত হ’লহেঁতেন। ডেম’ক্ৰেটসকলে হাউছৰ নিয়ন্ত্ৰণ ল’লেহেঁতেন আৰু ৰিপাব্লিকানসকলে চেনেটত ৫১-৪৯ অনুপাতত থাকিলহেঁতেন।” আনকি মাস্কে ট্ৰাম্পক অকৃতজ্ঞ বুলিও অভিহিত কৰিছে।

উল্লেখ্য যে, কিছুদিনৰ আগলৈকে মাস্ক ট্ৰাম্পৰ প্ৰবল সমৰ্থক আৰু উপদেষ্টা আছিল। খৰচ কমাবলৈ সৃষ্টি কৰা বিভাগটো ট্ৰাম্পে মাস্কৰ নেতৃত্বত দিছিল। কিন্তু শেহতীয়াকৈ মাস্কে সেই পদৰ পৰা পদত্যাগ কৰি এতিয়া মুকলিকৈ ট্ৰাম্পৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericaDonald Trumpelon muskTrump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
Next Post
আজি ভাৰতে পাব বিশ্বৰ সবাতোকৈ ওখ দলং, আইফেল টাৱাৰতকৈও ২৯ মিটাৰ ওখ

আজি ভাৰতে পাব বিশ্বৰ সবাতোকৈ ওখ দলং, আইফেল টাৱাৰতকৈও ২৯ মিটাৰ ওখ

যোৰহাটত শোকাৱহ ঘটনা, পত্নীৰ লগত কাজিয়া লগাৰ বাবেই কোলাৰ ৩ মহীয়া সন্তানক দলিয়ালে কুঁৱালৈ

যোৰহাটত শোকাৱহ ঘটনা, পত্নীৰ লগত কাজিয়া লগাৰ বাবেই কোলাৰ ৩ মহীয়া সন্তানক দলিয়ালে কুঁৱালৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.