• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোৰহাটত শোকাৱহ ঘটনা, পত্নীৰ লগত কাজিয়া লগাৰ বাবেই কোলাৰ ৩ মহীয়া সন্তানক দলিয়ালে কুঁৱালৈ

যোৰহাটত শোকাৱহ ঘটনা, পত্নীৰ লগত কাজিয়া লগাৰ বাবেই কোলাৰ ৩ মহীয়া সন্তানক দলিয়ালে কুঁৱালৈ

1 year ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

15 minutes ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

1 hour ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

2 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

10 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

11 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

12 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

12 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

13 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

13 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

14 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

14 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যোৰহাটত শোকাৱহ ঘটনা, পত্নীৰ লগত কাজিয়া লগাৰ বাবেই কোলাৰ ৩ মহীয়া সন্তানক দলিয়ালে কুঁৱালৈ

editor by editor
June 6, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
যোৰহাটত শোকাৱহ ঘটনা, পত্নীৰ লগত কাজিয়া লগাৰ বাবেই কোলাৰ ৩ মহীয়া সন্তানক দলিয়ালে কুঁৱালৈ
0
SHARES
545
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৰহাটত শোকাৱহ ঘটনা, পত্নীৰ লগত কাজিয়া লগাৰ বাবেই কোলাৰ ৩ মহীয়া সন্তানক দলিয়ালে কুঁৱালৈ

যোৰহাট জিলাত কালি নিশা সংঘটিত হৈছে এক অতিকে শোকাৱহ ঘটনা। পিতৃয়ে নিষ্ঠুৰতাৰে প্ৰাণ কাঢ়িলে ৩ মহীয়া সন্তানৰ। যোৰহাটৰ মৰিয়নিত সংঘিটিত হৈছে এই ঘটনা।

মৰিয়নিৰ ডালিম চাহ বাগিছাৰ এই মৰ্মান্তিক ঘটনাত অকালতে প্ৰাণ হেৰুৱাই ৩ মহীয়া সন্তানটিয়ে। পতি-পত্নীৰ মাজৰ কাজিয়াই কাল হৈ নামিল সন্তানৰ বাবে। কাজিয়াত একো নাই হৈ ক্ৰোধতে পিতৃয়ে পত্নীৰ কোলাৰ কেচুঁৱা টানি দলিয়ালে কুঁৱালৈ।

এই ঘটনাই চেলেংহাটৰ প্ৰতিজন হৃদয়বান লোকৰ বুকু কঁপাই গৈছে। জানিব পৰা মতে চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত ডালিম চাহ বাগিছাৰ টেকলা লাইনৰ অমৰ বৰাইক আৰু পত্নীৰ মাজত নিশা প্ৰায় ১০ মান বজাত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰ পাত হয়।

দুয়োৰে কাজিয়াৰ মাজতে উন্মাদপ্ৰায় হৈ পৰা পিতৃ অমৰ বৰাইকে(৩০) তিনিমহীয়া কেঁচুৱাটো মাতৃৰ কোলাৰ পৰা টানি আজুৰি কাঢ়ি লৈ ঘৰৰ সমীপৰ এটা কুঁৱালৈ দলিয়াই দিয়ে। আনহাতে ঘটনা সংঘটিত কৰি চেলেংহাট আৰক্ষী থানাত আত্মসমৰ্পন কৰে হত্যাকাৰী অমৰে।

মাত্ৰ তিনিমাহত ভৰি দিয়া বৈষ্ণৱী বৰাইক নামৰ দুৰ্ভগীয়া কন্যা শিশুটি মৃত অৱস্থাত আজি কুঁৱাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে। অমৰ বৰাইকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লগতে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCH প্ৰেৰণ কৰিছে। চেলেংহাটৰ বাগিছা এলেকাত অবাধ হাৰত অবৈধ সুৰাৰ প্ৰচলনৰ বাবেই এনেধৰণৰ মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamFather Killed ChildjorhatMoriyani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
আজি নিৰ্জলা একাদশীৰ নিশা কৰক এই ৩ কাম, লাভ কৰিব বিষ্ণু-লক্ষ্মীৰ বিশেষ কৃপা

আজি নিৰ্জলা একাদশীৰ নিশা কৰক এই ৩ কাম, লাভ কৰিব বিষ্ণু-লক্ষ্মীৰ বিশেষ কৃপা

সাধাৰণ লোকলৈ RBIৰ ডাঙৰ উপহাৰ, এতিয়াৰ পৰা সস্তা হ’ব ঘৰ-কাৰ লগতে সকলো লোন

সাধাৰণ লোকলৈ RBIৰ ডাঙৰ উপহাৰ, এতিয়াৰ পৰা সস্তা হ'ব ঘৰ-কাৰ লগতে সকলো লোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.