• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাধাৰণ লোকলৈ RBIৰ ডাঙৰ উপহাৰ, এতিয়াৰ পৰা সস্তা হ’ব ঘৰ-কাৰ লগতে সকলো লোন

সাধাৰণ লোকলৈ RBIৰ ডাঙৰ উপহাৰ, এতিয়াৰ পৰা সস্তা হ’ব ঘৰ-কাৰ লগতে সকলো লোন

1 year ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

26 minutes ago
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

1 hour ago
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

2 hours ago
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

2 hours ago
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

3 hours ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

4 hours ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

5 hours ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

5 hours ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

6 hours ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

7 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

15 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাধাৰণ লোকলৈ RBIৰ ডাঙৰ উপহাৰ, এতিয়াৰ পৰা সস্তা হ’ব ঘৰ-কাৰ লগতে সকলো লোন

editor by editor
June 6, 2025
in জীৱনশৈলী, বাণিজ্য, বিনোদন, বিবিধ, ভাৰত, ৰাজনীতি
0
সাধাৰণ লোকলৈ RBIৰ ডাঙৰ উপহাৰ, এতিয়াৰ পৰা সস্তা হ’ব ঘৰ-কাৰ লগতে সকলো লোন
0
SHARES
829
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণ লোকলৈ RBIৰ ডাঙৰ উপহাৰ, এতিয়াৰ পৰা সস্তা হ’ব ঘৰ-কাৰ লগতে সকলো লোন

ভাৰতীয় ৰিজাৰ্ভ বেংকে লৈ আহিছে এক ডাঙৰ খবৰ। সাধাৰণ লোকৰ বাবে বিশেষকৈ অহা এই খবৰে এতিয়া দেশৰ কোটি কোটি জনতাক দিব সকাহ। এতিয়াৰ পৰা সস্তা হব ঘৰ তথা বাহন তথা অন্য সকলো ধৰণৰ লোন।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে আশা কৰাতকৈ অধিক কৰ্তন কৰিছে ৰেপো ৰেট। ৪ জুনৰ পৰা আৰম্ভ হোৱা আৰ বি আইৰ মুদ্ৰানীতি সমিতিৰ দুদিনীয়া বৈঠকৰ অন্তত RBIৰ গবৰ্নৰ সঞ্জয় মালহোত্ৰাই ৫০ বেচিছ পইণ্ট অৰ্থাৎ ০.৫০ শতাংশ কৰ্তনৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত এতিয়া ৰেপো ৰেট ৫.৫ শতাংশলৈ হ্ৰাস পাইছে।

যোৱা ছমাহত আৰ বি আইয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ৰেপো ৰেট কৰ্তন কৰে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এই হাৰ ২৫ বেছিছ পইণ্ট আৰু তাৰ পিছত এপ্ৰিল মাহত পুনৰ ২৫ বেছিছ পইণ্ট কৰ্তন কৰা হৈছিল। ইয়াৰ পিছত ৰেপোৰ হাৰ ৬ শতাংশলৈ নামি আহিছিল। এতিয়া সেই ৰেপো ৰেট ৬ ৰ পৰা ৫.৫ শতাংশলৈ হ্ৰাস পাইছে।

আৰ বি আইৰ এই সিদ্ধান্তই এতিয়া দেশৰ কোটি কোটি সাধাৰণ জনতাক যথেষ্ট সকাহ দিব। ৰেপো ৰেট হ্ৰাস পোৱাৰ বাবে এতিয়া তুলনামূলকভাৱে কম সুতৰ হাৰত লাভ কৰিব ঘৰ লোন, গাড়ীৰ লোন, ব্যক্তিগত ঋণ আদি। সস্তা ঋণৰ বাবে মানুহৰ ইএমআইও কমি যাব আৰু এতিয়া তেওঁলোকে অধিক সঞ্চয় কৰিবলৈ সক্ষম হ’ব।

কেৱল এয়াই নহয়, ইএমআইত থকা সঞ্চয়ৰ দ্বাৰা সাধাৰণ মানুহে নিজৰ আন আন প্ৰয়োজন পূৰণ কৰিব পাৰিব বা আন কামত অধিক খৰচ কৰিব পাৰিব। উল্লেখ্য যে চাহিদা আৰু ব্যৱহাৰ বৃদ্ধিৰ বাবে দেশৰ অৰ্থনীতি শক্তিশালী হৈ উঠে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: car LoanHome LonerbiRepo Rate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে
নিয়োগ

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

August 7, 2026
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!
প্ৰযুক্তি

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

August 7, 2026
Next Post
এণ্ড্ৰইড ব্যৱহাৰকাৰী বিপদত! ভাৰত চৰকাৰৰ চিকিউৰিটি এলাৰ্ট, টাৰ্গেটত আপোনাৰ ফোনটোও নেকি

এণ্ড্ৰইড ব্যৱহাৰকাৰী বিপদত! ভাৰত চৰকাৰৰ চিকিউৰিটি এলাৰ্ট, টাৰ্গেটত আপোনাৰ ফোনটোও নেকি

বাৰ্লিনত দেশী সাজেৰে বিয়াত বহিল সাংসদ মহুৱা মৈত্ৰ! তেওঁ বিবাহত পৰিধান কৰা শাৰীৰ দাম জানিলে চকু কঁপালত উঠিব আপোনাৰ

বাৰ্লিনত দেশী সাজেৰে বিয়াত বহিল সাংসদ মহুৱা মৈত্ৰ! তেওঁ বিবাহত পৰিধান কৰা শাৰীৰ দাম জানিলে চকু কঁপালত উঠিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.