• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইলন মাস্কৰ ডাঙৰ সিদ্ধান্ত, লগ এৰিলে ট্ৰাম্পৰ

ইলন মাস্কৰ ডাঙৰ সিদ্ধান্ত, লগ এৰিলে ট্ৰাম্পৰ

1 year ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

6 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

7 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

8 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

8 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

9 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

10 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

12 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

12 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

13 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

14 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইলন মাস্কৰ ডাঙৰ সিদ্ধান্ত, লগ এৰিলে ট্ৰাম্পৰ

editor by editor
May 29, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ইলন মাস্কৰ ডাঙৰ সিদ্ধান্ত, লগ এৰিলে ট্ৰাম্পৰ
0
SHARES
815
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইলন মাস্কৰ ডাঙৰ সিদ্ধান্ত, লগ এৰিলে ট্ৰাম্পৰ

বিশ্বৰ সবাতোকৈ ধনী ব্যৱসায়ী ইলন মাস্কৰ ডাঙৰ সিদ্ধান্ত, ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ পৰা নিজকে পৃথক কৰাৰ কথা ঘোষণা কৰিছে মাস্কে। এই সন্দৰ্ভত মাস্কে ছ’চিয়েল মিডিয়াতো পোষ্ট শ্বেয়াৰ কৰিছে।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টত মাস্কে লিখিছে যে, যিহেতু মোৰ বিশেষ চৰকাৰী কৰ্মচাৰী হিচাপে কাৰ্যকাল শেষ হ’বলৈ গৈ আছে, সেয়েহে মই অযথা ধনৰ খৰচ হ্ৰাস কৰাৰ সুবিধা দিয়া বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাইছো।

উল্লেখ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চৰকাৰী ব্যয় হ্ৰাস কৰাৰ দায়িত্ব দিছিল ইলন মাস্কক। সেই উদ্দেশ্যে শাসনভাৰ লোৱাৰ পাছতে জানুৱাৰী মাহত ট্ৰাম্পে হোৱাইট হাউছত উপস্থিত হৈ, মাস্কক নতুন চৰকাৰী বিভাগ, চৰকাৰী দক্ষতা বিভাগ (DOGE)ৰ নেতৃত্ব দিছিল। এতিয়া হোৱাইট হাউছৰ এজন বিষয়াই কয় যে বুধবাৰৰ নিশাৰ পৰা মাস্কৰ বিশেষ চৰকাৰী কৰ্মচাৰী হিচাপে ‘অফবৰ্ডিং’ আৰম্ভ হৈছে।

শেহতীয়াকৈ মাস্কে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ‘বিগ বিউটিফুল’ বিলক সমালোচনা কৰিছিল। মাস্কে কৈছিল যে এই বিধেয়কখনক লৈ তেওঁ হতাশ হৈছে। মাস্কে ইয়াক “বিশাল খৰচৰ বিল” বুলি অভিহিত কৰি কৈছিল যে ইয়াৰ ফলত ফেডাৰেল ঘাটি বৃদ্ধি পাব আৰু ড’জে নামেৰে জনাজাত তেওঁৰ চৰকাৰী দক্ষতা বিভাগৰ কাম-কাজত ক্ষতি হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericaDonald Trumpelon muskMusk Leave Trump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?
বিবিধ

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

June 24, 2026
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন
প্ৰযুক্তি

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

June 24, 2026
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান
বিনোদন

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

June 24, 2026
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ
বিশ্ব

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

June 24, 2026
Next Post
পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ

পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ

এইবাৰ আই পি এল বিজেতাই পাব কিমান ধন, পাৰজিত দলে পাব কিমান, কি সমীকৰণ

এইবাৰ আই পি এল বিজেতাই পাব কিমান ধন, পাৰজিত দলে পাব কিমান, কি সমীকৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.