• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিটাকৈ বিস্ফোৰণত কঁপিছে জম্মু-কাশ্মীৰ…আহত ১০গৰাকী সেনা-আৰক্ষী

3 years ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

3 minutes ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

1 hour ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

2 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

3 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

14 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিটাকৈ বিস্ফোৰণত কঁপিছে জম্মু-কাশ্মীৰ…আহত ১০গৰাকী সেনা-আৰক্ষী

editor by editor
January 22, 2023
in বিবিধ, ভাৰত
0
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিটাকৈ বিস্ফোৰণত কঁপিছে জম্মু-কাশ্মীৰ…আহত ১০গৰাকী সেনা-আৰক্ষী
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এটাৰ পাছত আনটো বিস্ফোৰণত কঁপি উঠিছে জম্মু-কাশ্মীৰ৷ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই তিনিটাকৈ বিস্ফোৰণত কঁপিছে জম্মু৷ শনিবাৰে সংঘটিত হোৱা এই তিনিটা বিস্ফোৰণত আঁহত হৈছে প্ৰায় ১০ জন সেনা জোৱানৰ লগতে আৰক্ষীৰ লোকো৷

কাশ্মীৰৰ আৰক্ষীসূত্ৰই প্ৰকাশ কৰামতে সিদৰা চৌক এলেকাত কৰ্তব্যত ব্যস্ত আছিল সুৰেন্দৰ সিং নামৰ আৰক্ষী কনিষ্টবল৷ তেওঁ সমগ্ৰ বিস্ফোৰণৰ প্ৰত্যক্ষদৰ্শী৷ আৰক্ষীগৰাকীয়ে প্ৰকাশ কৰামতে এয়া কোনো দুৰ্ঘটনা নহয়৷ বিস্ফোৰণক লৈ বিস্ফোৰক মন্তব্যহে দাঙি ধৰিছে সেনা জোৱানজনে৷

লৰিত বিস্ফোৰণ হোৱাৰ প্ৰায় কেইঘণ্টামান পূৰ্বে জম্মুৰ নৰওৱাল এলেকাত দুটাকৈ বিস্ফোৰণ সংঘটিক হৈছে৷ আধাঘণ্টাৰ ব্যৱধানতেই এই দুই বিস্ফোৰণ সংঘটিত হৈছে৷ প্ৰথম বিস্ফোৰণটো হৈছিল দিনৰ ১১ বজাত৷ সূত্ৰত প্ৰকাশ পোৱা অনসৰি মহিন্দ্ৰা বলেৰ বাহন ব্যৱহাৰ কৰি প্ৰথমটো বিস্ফোৰণ সংঘটিত কৰিছিল৷ আইডি-ৰ মাধ্যমেৰে দুয়োটা বিস্ফোৰণ কৰা বুলি জনাইছে আৰক্ষী সূত্ৰই৷ এই বিস্ফোৰণতেই ৯ জন সাধাৰণ মানুহো আহত হোৱা বুলি জনাইছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
Next Post
নিশা পৰ্যাপ্ত টোপনি হোৱাৰ পাছতো ঘনাই হামি আহে? এয়াও হাৰ্ট এটেকৰেই লক্ষণ!

২৫০ গৰাকী যৌনদাসী ৰাখিছিল! প্ৰতিদিনেই কৰোৱাইছিল এই কাম…আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড

২৫০ গৰাকী যৌনদাসী ৰাখিছিল! প্ৰতিদিনেই কৰোৱাইছিল এই কাম...আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন