• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

8 months ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

27 minutes ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 hour ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

2 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

3 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

3 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

21 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

23 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

editor by editor
July 29, 2025
in জীৱনশৈলী, ভাৰত
0
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
0
SHARES
444
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
কোল্ডপ্লে গেট কেলেংকাৰী আকৌ ভাৰতত বিবাহ বহিৰ্ভূত সম্পৰ্ক আৰু ইয়াৰ গুৰুত্বপূৰ্ণ দিশসমূহক লৈ আলোচনা কৰাৰ থল দিছে। স্বামী, স্ত্ৰীৰ সম্পৰ্কত বিশ্বাসঘাতকতা, বিবাহবিচ্ছেদ আৰু ভৰণপোষণ আইনক লৈ আলোচনা আৰু তীব্ৰ হৈ উঠিছে। এই প্ৰতিবেদনত ভাৰতীয় আইনত স্বামীয়ে-স্ত্ৰীক সম্পৰ্কত বিশ্বাসঘাতকতা কৰিলে  ভৰণপোষণক লৈ কি উল্লেখ আছে সেই বিষয়ে উল্লেখ কৰা হৈছে?

ভাৰতত বিশ্বাসঘাতকতা আৰু ভৰণপোষণ সংক্ৰান্তীয় আইন কি?

ভাৰতত অন্তৰ্বতীকালীন বা স্থায়ী ভৰণপোষণ প্ৰদানৰ ভিত্তি মূলত হিন্দু বিবাহ আইন ১৯৫৫ৰ ২৪ আৰু ২৫ ধাৰাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। ইয়াৰোপৰি বিশেষ বিবাহ আইন, পাৰ্চি বিবাহ আৰু বিবাহবিচ্ছেদ আইন আৰু বি এন এছ এছ ২০২৩ৰ ১৪৪ ধাৰাত একেই বিধান আছে। যদিও ছুপ্ৰিম কৰ্ট ২০১৮ চনত জোছেফ ছাইন বনাম ভাৰত ইউনিয়ন গোচৰত ব্যভিচাৰক ফৌজদাৰী বিভাগৰ পৰা বাদ দিয়া হয়। নাগৰিক আইনত ই এতিয়াও বিবাহবিচ্ছেদৰ বাবে এক আইনী ভিত্তি।
ভৰণপোষণৰ পৰিমাণ নিৰ্ধাৰণৰ সময়ত আদালতে ইয়াক গুৰুত্বসহকাৰে লয়। বিশ্বাসঘাতকতা বা সম্পৰ্কত ব্যভিচাৰিতাৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়।

সম্পৰ্কত বিশ্বাসঘাতকতাৰ ক্ষেত্ৰত ভৰণপোষণৰ পৰিমাণ কেনেকৈ নিৰ্ধাৰিত হয়

ছুপ্ৰিম কৰ্টৰ এগৰাকী অধিবক্তা তুষাৰ কুমাৰৰ মতে, দেৱানী গোচৰৰ অবিশ্বাস এতিয়াও এটা সিদ্ধান্তমূলক কাৰণ হব পাৰে। যদি স্বামীৰ প্ৰতি অবিশ্বাসৰ উপৰত ভিত্তি কৰি বিবাহবিচ্ছেদ হয় তেতিয়া আদালতে সাধাৰণ ভৰণপোষণ নিৰ্ধাৰণৰ সময়ত স্ত্ৰীৰ পক্ষে নমনীয়তা দেখাই।
আইনত এয়া কিমান শতাংশ হব সেয়া নিৰ্দিষ্ট কৰা হোৱা নাই। ভাৰতীয় আদালতে সাধাৰণতে স্বামীৰ নিট মাহিলী আয়ৰ ২৫ শতাংশৰ পৰা ৩৩শতাংশৰ মাজত ভৰণপোষণ নিৰ্ধাৰণ কৰে। যদি বিবাহ দীৰ্ঘস্থায়ী হয় সন্তান থাকে বা স্বামীৰ মনোভাৱ খুবেই আপত্তিকৰ হয় তেতিয়া এই পৰিমাণো বাঢ়িব পাৰে।

সম্পত্তি বিভাজনৰ ক্ষেত্ৰত কি নৈতিকতা গুৰুত্বপূৰ্ণ

এই বিষয়ত পশ্চিমা দেশসমূহ ঠিক বিপৰীত অৱস্থানত। এই দেশসমূহত এক সাম্প্ৰদায়িত সম্পত্তি মডেল আছে যাৰ অৰ্থ বিবাহবিচ্ছেদৰ পাছত সম্পত্তি ৫০ঃ৫০ ভাগত ভাগ কৰা হয়। ভাৰতত সম্পত্তি মালিকানা আৰু আৰ্থিক অবদানৰ ভিত্তিত এয়া ভাগ কৰা হয়। স্বামী স্ত্ৰীৰ সম্পৰ্কত অবিশ্বাসৰ দৰে নৈতিক বিষয়সমূহৰ ওপৰিও সম্পত্তিত কিমান অবদান আছে সেয়া পৰ্যবেক্ষণ কৰে আদালতে। যদি কোনো সম্পত্তি যৌথভাৱে কিনা হয় বা স্ত্ৰীৰ অবদান থাকে তাত তেওঁৱো অংশ পাব।

বিবাহবিচ্ছেদ আৰু বিশ্বাসঘাতকতা সম্পৰ্কীয় চৰ্তাৱলী

পৰবৰ্তী প্ৰশ্ন উঠিছে যে স্বামী বা স্ত্ৰীৰ প্ৰতি অবিশ্বাসে বিবাহবিচ্ছেদৰ সৈতে সম্পৰ্কিত চৰ্তসমূহক প্ৰভাৱিত কৰিব পাৰে। উত্তৰটো স্পষ্ট ভাষাত হয় বুলি কব পাৰি। মানি কন্ট্ৰোলৰ এক সাম্প্ৰতিক প্ৰতিবেদনত উল্লেখ থকা অনুসৰি মালিকানাৰ ভিত্তিত সম্পত্তি ভাগ কৰা হয়, আচৰণৰ প্ৰভাৱ, ভৰণপোষণৰ ওপৰত সেয়া স্পষ্টভাৱে দৃশ্যমান। যদি স্বামী দোষী তেন্তে আদালতে স্ত্ৰীৰ পক্ষে আৰু নমনীয় হব পাৰে। অন্যহাতে যদি স্ত্ৰীয়ে ব্যাভিচাৰিতাৰ বা বিশ্বাসভংগৰ বাবে দায়ী প্ৰমাণিত হয় তেতিয়া তেওঁ স্থায়ী ভৰণপোষণ নাপাব পাৰে।

এগৰাকী অবিশ্বস্ত পত্নী ভৰণপোষণৰ অধিকাৰী হয়নে?

ইয়াৰ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ বাবে প্ৰমাণ আৰু সাক্ষী উপস্থাপন কৰিব লাগিব। হিন্দু বিবাহ আইনৰ ধাৰা ২৫(৩) অনুসৰি, যদি স্ত্ৰী বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত থাকে তেন্তে আদালতে স্থায়ী ভৰণপোষণ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিব পাৰে। আনকি পূৰ্ব প্ৰদত্ত অৰ্থ উভতাই লোৱাৰ নিৰ্দেশ দিব পাৰে।
এই ধৰণৰ সিদ্ধান্ত তেতিয়াই লোৱা যাব পাৰে যেতিয়া স্বামীয়ে আদালতৰ সন্মুখত দৃঢ় প্ৰমাণ আৰু সাক্ষী উপস্থাপন কৰে। অন্যহাতে যদি স্ত্ৰী আৰ্থিকভাৱে দুৰ্বল হয় তেতিয়া ধাৰা ২৪ অনুসৰি অন্তৰ্বৰ্তীকালীন ভৰণপোষণ পাব পাৰে যদিও বিবাহ বহিৰ্ভূত সম্পৰ্ক প্ৰমাণিত হলে স্থায়ী ভৰণপোষণ বাতিলো হব পাৰে।

এই প্ৰসংগত প্ৰায়েই উত্থাপিত প্ৰশ্নাৱলী

১.প্ৰশ্নঃ এজন অবিশ্বস্ত স্ত্ৰীয়ে ভৰণপোষণ পাবনে, আইনে কি কয়?
উত্তৰঃ এয়া সম্ভৱ যদি স্বামীয়ে আদালতত দৃঢ় প্ৰমাণসহ প্ৰমাণ কৰে যে স্ত্ৰীৰ বিবাহবহিৰ্ভূত সম্পৰ্কে জড়িত থাকে তেন্তে আদালতে স্থায়ী ভৰণপোষণ দিবলৈ অস্বীকাৰ কৰিব পাৰে।

২. প্ৰশ্নঃ বিবাহবৰ্হিভূত সম্পৰ্ক বিবাহবিচ্ছেদৰ বাবে এক বৈধ কাৰণ হব পাৰেনে!

উত্তৰঃ হয়, ভাৰতত অবিশ্বাসক বা সম্পৰ্কত বিশ্বাসঘাতকতাক এক দেৱানী অপৰাধ হিচাপে বিবেচনা কৰা হয় আৰু বিবাহবিচ্ছেদৰ বাবে এক আইনী ভিত্তি হব পাৰে যদিও ইয়াৰ আৰু এটা ফৌজদাৰি অপৰাধ হিচাপে বিবেচিত নহয়।

৩. প্ৰশ্নঃ ভাৰতীয় আইনৰ অধীনত কিমান ভৰণপোষণ  দিব লাগে

উত্তৰঃ এয়া নিৰ্দিষ্ট নহয়, আদালতত সাধাৰণতে স্বামীৰ নিট আয়ৰ ২৫শতাংশৰ পৰা ৩৩ শতাংশ পৰ্যন্ত ভৰণপোষণ নিৰ্ধাৰণ কৰা থাকে। ই বিবাহৰ সময়কালত সন্তানৰ বৰ্তমান পৰিস্থিতি আৰু স্বামীৰ আচৰণৰ ওপৰত নিৰ্ভৰ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
শিৱ-সিদ্ধি যোগত মালামাল ৫ৰাশি! ভৰা শাওনত মহাদেৱৰ কৃপা বৰ্ষিত হ’ব কাৰ কাৰ ওপৰত?

শিৱ-সিদ্ধি যোগত মালামাল ৫ৰাশি! ভৰা শাওনত মহাদেৱৰ কৃপা বৰ্ষিত হ'ব কাৰ কাৰ ওপৰত?

কিদৰে প্ৰমাণিত অপাৰেচন মহাদেৱত নিহত ৩ পেহেলগাম আক্ৰমণৰ মূল! অমিত শ্বাহে কৰিলে সদৰি

কিদৰে প্ৰমাণিত অপাৰেচন মহাদেৱত নিহত ৩ পেহেলগাম আক্ৰমণৰ মূল! অমিত শ্বাহে কৰিলে সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.