• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱ-সিদ্ধি যোগত মালামাল ৫ৰাশি! ভৰা শাওনত মহাদেৱৰ কৃপা বৰ্ষিত হ’ব কাৰ কাৰ ওপৰত?

শিৱ-সিদ্ধি যোগত মালামাল ৫ৰাশি! ভৰা শাওনত মহাদেৱৰ কৃপা বৰ্ষিত হ’ব কাৰ কাৰ ওপৰত?

5 months ago
নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

7 hours ago
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

9 hours ago
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

9 hours ago
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

10 hours ago
১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

11 hours ago
কমিব প্ৰতিপত্তি, হ’ব পাৰে ব্ৰেকআপো, সূৰ্যৰ গোচৰে এই ৪ৰাশিৰ বাবে আনিব পাৰে বিপদ

কমিব প্ৰতিপত্তি, হ’ব পাৰে ব্ৰেকআপো, সূৰ্যৰ গোচৰে এই ৪ৰাশিৰ বাবে আনিব পাৰে বিপদ

11 hours ago
শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

12 hours ago
লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

13 hours ago
নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

13 hours ago
আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

14 hours ago
অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

1 day ago
জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, December 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিৱ-সিদ্ধি যোগত মালামাল ৫ৰাশি! ভৰা শাওনত মহাদেৱৰ কৃপা বৰ্ষিত হ’ব কাৰ কাৰ ওপৰত?

শিৱ-সিদ্ধি যোগত মালামাল ৫ৰাশি! ভৰা শাওনত মহাদেৱৰ কৃপা বৰ্ষিত হ'ব কাৰ কাৰ ওপৰত?

editor by editor
July 29, 2025
in জীৱনশৈলী
0
শিৱ-সিদ্ধি যোগত মালামাল ৫ৰাশি! ভৰা শাওনত মহাদেৱৰ কৃপা বৰ্ষিত হ’ব কাৰ কাৰ ওপৰত?
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি মঙলবাৰ ২৯ জুলাই ২০২৫। জ্যোতিষশাস্ত্ৰ মতে আজি চন্দ্ৰই অৱস্থান কৰিছে কন্যা ৰাশিত আৰু সূৰ্য আছে কৰ্কট ৰাশিত। এতিয়া শাওন মাহ চলি আছে। অৰ্থাৎ মহাদেৱৰ প্ৰিয় মাহ। উপৰন্তু পঞ্জিকা অনুসৰি আজি শিৱ যোগ আৰু সিদ্ধি যোগ। দুই শুভ যোগৰ প্ৰভাৱত আজি খুলিব একাধিক ৰাশিৰ সৌভাগ্যৰ দুৱাৰ। মহাদেৱৰ কৃপাত ভাগ্য ঘূৰিব কোন কোন ৰাশিৰ

বৃষ ৰাশি

আজি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিভা সকলোৰে নজৰত পৰিব পাৰে। যি কামত আপুনি বিগত কেইবাদিনো ধৰি চিন্তিত হৈ আছে সেই কাম আজি সফলভাৱে সম্পন্ন হব। ব্যৱসায়ৰ বাবে আজিৰ দিনটো লাভজনক হব পাৰে। বিশেষকৈ পুৰণি কোনো বিনিয়োগৰ পৰা আজি বিপুল পৰিমাণৰ লাভ হব পাৰে। পাৰিবাৰিক সম্পৰ্ক আৰু দৃঢ় হব। সংগীৰ সৈতে মানসিক বুজাপৰা থাকিব।

সিংহ ৰাশি

এই ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস আজি তুংগত থাকিব। যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দৃঢ় থাকিব আৰু সেই সিদ্ধান্ত সঠিক বুলি প্ৰমাণিতও হব। উচ্চশিক্ষাৰ ক্ষেত্ৰত শুভ যোগ আছে। যিসকলে বিদেশত পঢ়াশুনাৰ কথা ভাৱিছে তেওঁলোকৰ বাবে আজিৰ দিনটো আবেদনপত্ৰ জমা দিয়াৰ পক্ষে অত্যন্ত শুভ। দাম্পত্য জীৱনত প্ৰেম আৰু শ্ৰদ্ধা বৃদ্ধি পাব। অতিৰিক্ত আত্মবিশ্বাস যেন অহংকাৰ হৈ নপৰে সেয়া নজৰ দিব।

কন্যা ৰাশি

চন্দ্ৰই এই ৰাশিত অৱস্থান কৰিছে সেয়ে আজি মানসিক প্ৰশান্তি আৰু আনন্দ অনুভৱ কৰিব। আজি শৰীৰ আৰু স্বাস্থ্য ভালে থাকিব। দীৰ্ঘদিনৰ কোনো স্বাস্থ্যগত সমস্যা আজিৰ পৰা দূৰ হব। অফিচত আপোনাৰ নেতৃত্বত দানৰ ক্ষমতাই স্বীকৃতি পাব পাৰে। সৃজনশীল পেছাৰ সৈতে যুক্ত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো সাফল্যৰে ভৰা দিন হব।

ধনু ৰাশি

আজি নতুন কিছু শিকিব বা কোনো কৰ্চত ভৰ্তি হব পাৰে। শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। যিসকলে লেখামেলা, গৱেষণা বা আইন সংক্ৰান্তীয় কামত যুক্ত তেওঁলোকৰ বাবে আজিৰ দিনটো যথেষ্ট ফলপ্ৰসূ হব পাৰে। আৰ্থিক দিশৰ পৰা কিছু সুখবৰ পাব পাৰে। দুপৰীয়া পৰত বন্ধুৰ সৈতে দেখা সাক্ষাৎ বা সৰু সৰু ভ্ৰমণৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি

আজি এই ৰাশিৰ জাতক জাতিকাৰ মনত নতুন ভাৱনাৰ সঞ্চাৰ হব। আপুনি যাৰ সৈতে কাম কৰে তেওঁলোকৰ পৰা ভাল ব্যৱহাৰ পাব। দাম্পত্যত সম্পৰ্ক আৰু ঘনিষ্ঠ আৰু আন্তৰিক হব। যিসকল শিল্প, অভিনয় বা মিডিয়াৰ সৈতে যুক্ত তেওঁলোকৰ বাবে আজিৰ দিনটোত ভাল সুযোগ আহিব। কোনো বন্ধুৰ পৰামৰ্শত আজি জীৱনৰ দিশা সলনি হব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও
জীৱনশৈলী

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

December 13, 2025
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

December 13, 2025
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?
জীৱনশৈলী

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

December 13, 2025
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?
জীৱনশৈলী

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

December 13, 2025
Next Post
কিদৰে প্ৰমাণিত অপাৰেচন মহাদেৱত নিহত ৩ পেহেলগাম আক্ৰমণৰ মূল! অমিত শ্বাহে কৰিলে সদৰি

কিদৰে প্ৰমাণিত অপাৰেচন মহাদেৱত নিহত ৩ পেহেলগাম আক্ৰমণৰ মূল! অমিত শ্বাহে কৰিলে সদৰি

গ্ৰীষ্ম বন্ধৰ পাছতে ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান, কিন্তু তাৰ পূৰ্বে প্ৰশাসনৰ নিৰ্দেশনা জাৰি

গ্ৰীষ্ম বন্ধৰ পাছতে ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান, কিন্তু তাৰ পূৰ্বে প্ৰশাসনৰ নিৰ্দেশনা জাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.