দিল্লীত কৃষক-কেন্দ্ৰৰ দশম লানি বৈঠক। কৃষকলৈ চৰকাৰৰ প্ৰস্তাৱ ৩ কৃষি আইন দুবছৰ পাছত বলৱৎ কৰাৰ। আনহাতে ৩ কৃষি আইন সম্পূৰ্ণৰূপে বাতিলৰ দাবী কৃষকৰ।