• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
farmers-potesters-urge-narendra-modi-to-implement-his-promise-in-parliament

মোদী চৰকাৰক ডাঙি ধৰি থকা লাই খুঁটা স্বৰূপ উত্তৰ প্ৰদেশ এইবাৰ সঁচাকৈ ডুবিল নেকি !

5 years ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

17 minutes ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

1 hour ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

2 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

3 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

3 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

4 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

5 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

14 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

14 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

15 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মোদী চৰকাৰক ডাঙি ধৰি থকা লাই খুঁটা স্বৰূপ উত্তৰ প্ৰদেশ এইবাৰ সঁচাকৈ ডুবিল নেকি !

editor by editor
November 21, 2021
in ভাৰত, ৰাজনীতি
0
farmers-potesters-urge-narendra-modi-to-implement-his-promise-in-parliament

farmers-potesters-urge-narendra-modi-to-implement-his-promise-in-parliament

0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নাও ডুবিলেও টিঙৰ পৰা নানামে মোদী চৰকাৰে। কিন্তু এইবাৰ সঁচাকৈয়ে নাও ডুবিব নেকি মোদী চৰকাৰক ডাঙি ধৰি থকা মূল খুঁটা উত্তৰ প্ৰদেশ। দিন যিমানে কাষ চাপিছে সিমানে ভয়, শংকা আৰু উত্তেজনা বাঢ়িছে যোগী আৰু মোদী চৰকাৰৰ। শেহতীয়া পৰিস্থিতি হয়টো প্ৰধানমন্ত্ৰী মোদীয়েও বুজি উঠিছে যে সদায়ে “বুৰে প্ৰতি শেলুক নহয়”। এসময়ত দম্ভ-অহংকাৰৰ পৰীক্ষা আজি যে এনেদৰে দিব লাগিব হয়তো এই কথা কোনেও ভৱা নাছিল। শেষত উপায়হীন মোদী চৰকাৰে কথিত ভাৱে ঘোষণা কৰিলে তিনি কৃষি  বিল বাতিল কৰাৰ । কিন্তু, মোদী যদি ডালে ডালে, এইবাৰ কৃষকো কিন্তু পাতে পাতে। কৃষক নেতাৰ স্পষ্ট মন্তব্য, মুখেৰে নহয় সংসদত বাতিল কৰক কৃষি বিল। কথিত ঘোষণা আমি মানি নলওঁ। কৃষকৰ এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে কাঢ়া স্থিতি। তিনি কৃষি বিল বাতিল কাৰাৰ ওপৰিও MSP অৰ্থাত নূন্যতম সমৰ্থন মূল্যক লৈ চৰাকাৰে প্ৰণয়ন কৰিব লাগিব আইন লগতে প্ৰত্যাহাৰ কৰিব লাগিব বিদ্যুৎ সংশোধনী বিধেয়ক। কোনো কাৰণতে প্ৰতিবাদ ৰুদ্ধ কৰিব নোৱাৰা কঠোৰ কৃষকে এইবাৰ পুনৰ ২২ নৱেম্বৰত লক্ষ্ণৌত আৰু ২৯ নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ ৰেলীৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। লগতে আন্দোলনত নিহত হোৱা কৃষকৰ আৰ্থিক সাহায্যৰ দাবী তুলিছে আন্দোলনত ভাগ লোৱা কৃষক সমাজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bjp newsfarmers protestnarendra-modipm narendra modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!
অপৰাধ

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

June 27, 2026
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
Next Post
farmers protesters demand grant in aid for the 750 martyrs of the movement

"এনেই মৰিলো ঋষিৰ শাপত, তাতে এইবাৰ আকৌ ধানৰ গাপত" ভূতৰ ওপৰত দানহ পৰিছে মোদী চৰকাৰৰ ওপৰত

জনতাৰ মূৰত আৰু এটা ৰাম টাঙোন মোদী চৰকাৰৰ। ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব নতুন নীতি

জনতাৰ মূৰত আৰু এটা ৰাম টাঙোন মোদী চৰকাৰৰ। ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব নতুন নীতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.