• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
farmers protesters demand grant in aid for the 750 martyrs of the movement

“এনেই মৰিলো ঋষিৰ শাপত, তাতে এইবাৰ আকৌ ধানৰ গাপত” ভূতৰ ওপৰত দানহ পৰিছে মোদী চৰকাৰৰ ওপৰত

5 years ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

53 minutes ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

1 hour ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

1 hour ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

2 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

3 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

5 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

6 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

“এনেই মৰিলো ঋষিৰ শাপত, তাতে এইবাৰ আকৌ ধানৰ গাপত” ভূতৰ ওপৰত দানহ পৰিছে মোদী চৰকাৰৰ ওপৰত

editor by editor
November 21, 2021
in ভাৰত, ৰাজনীতি
0
farmers protesters demand grant in aid for the 750 martyrs of the movement

farmers protesters demand grant in aid for the 750 martyrs of the movement

0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশৰ ৫ ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে চৰম প্ৰত্যাহ্ৱানৰ সন্মুখিন এইবাৰ বিজেপি নেতৃত্বাধীন মোদী চৰকাৰ। আগন্তুক পাঁচ ৰাজ্যৰ নিৰ্বাচনত পূৰ্বৰ দৰে অনায়াসে নিৰ্বাচন জিকাৰ এইবাৰ কোনো যাদুকৰি চমৎকাৰ নাই মোদী চৰকাৰ হাতত। অংক সকলো ফালে মিলোৱা হৈছে কিন্তু উত্তৰ হে ওলোৱা নাই বিজেপি চৰকাৰৰ। শেষত বশ্যতা স্বীকাৰ কৰি বাতিল কৰাৰ কথিত সিদ্ধান্ত ললে তিনি কৃষি বিলৰ। কিন্তু এই সিদ্ধান্তত চল চাই ধনুৰ এপাট এপাট কৈ শৰ এৰাত লাগিল দেশৰ কৃষক জনতা। বিগত এটা বছৰত আন্দোলনত মৃত্যু হোৱা ৭৫০ জন কৃষকৰ হিচাপ দেখুওৱালে কৃষক সংগঠনে মোদী চৰকাৰৰ সন্মুখত। কেৱল মৃত্যু হোৱা কৃষকৰ হিচাপ দেখুওৱাতে ক্ষান্ত থকা নাই কৃষক সংগঠনসমূহে। ৭৫০ জন কৃষকৰ উচিত আৰ্থিক ক্ষতিপূৰণ দাবী কৰিছে কৃষক সংগঠনে। মোদী চৰকাৰৰ পৰা এই আৰ্থিক দাবী এতিয়াহে বেছি জোৰদাৰ হৈ পৰিছে কিয়নো কৃষকৰ সমৰ্থনত নিজৰ মন্তব্য ৰাখিলে তেলেংগানাৰ মুখ্যমন্ত্ৰী চি এম চন্দ্ৰশেখৰ ৰাওৰ লগতে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়েও। তেলেংগানা চৰকাৰে আন্দোলনত মৃত্যু হোৱা মুঠ ৭৫০ গৰাকী কৃষকলৈ ৩ লাখ টকাকৈ আৰ্থিক অনুদান দিয়াৰ লগতে কেন্দ্ৰৰ মোদী চৰকাৰে মৃত্যু হোৱা প্ৰতিটো কৃষকৰ পৰিয়াললৈ ন্যূনতম ২৫ লাখ টকাৰ আৰ্থিক অনুদানৰ দাবী তুলিছে। তেলেংগানা চৰকাৰৰ আৰ্থিক অনুদান আৰু কৃষকৰ দাবীয়ে এইবাৰ আন এটা দিশত বাৰুকৈ শ’লঠেকত পেলাইছে মোদী চৰকাৰক। কিয়নো দেশৰ অৰ্থনীতিৰ এই পুতৌলগা অ‍ৱস্থাত কেনেকৈ কৃষকক আৰ্থিক অনুদানেৰে সন্তুষ্ট কৰিব মোদী চৰকাৰে! তাতে মোদী চৰকাৰৰ চকুৰ সন্মুখত ৫ ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচন।

Click Here For More:

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24farmers protest newsmodimodi govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
Next Post
জনতাৰ মূৰত আৰু এটা ৰাম টাঙোন মোদী চৰকাৰৰ। ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব নতুন নীতি

জনতাৰ মূৰত আৰু এটা ৰাম টাঙোন মোদী চৰকাৰৰ। ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব নতুন নীতি

guinness world record

দাড়িৰে ৬৩ কেজি ওজন দাঙি বিশ্ব ৰেকৰ্ড গঢ়া ব্যক্তিগৰাকী… ছ’চিয়েল মিডিয়াত ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.