• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ বাছ চালক, পুত্ৰ বক্স অফিচৰ ৰজা; KGF-CHAPTER-2ৰ চুপাৰষ্টাৰ কোন এই য়শ?

পিতৃ বাছ চালক, পুত্ৰ বক্স অফিচৰ ৰজা; KGF-CHAPTER-2ৰ চুপাৰষ্টাৰ কোন এই য়শ?

4 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

6 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

6 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

6 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

7 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

8 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

9 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

9 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

10 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

10 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

11 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

11 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পিতৃ বাছ চালক, পুত্ৰ বক্স অফিচৰ ৰজা; KGF-CHAPTER-2ৰ চুপাৰষ্টাৰ কোন এই য়শ?

editor by editor
April 22, 2022
in চিনেমা, ভাৰত
0
পিতৃ বাছ চালক, পুত্ৰ বক্স অফিচৰ ৰজা; KGF-CHAPTER-2ৰ চুপাৰষ্টাৰ কোন এই য়শ?
0
SHARES
367
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টলীউড অভিনেতা য়শক আপুনি নিশ্চয় চিনি পায়৷ য়শ আজি দেশ-বিদেশ সকলোতে এক সুপৰিচিত নাম। সমগ্ৰ দেশতে শেহতীয়াকৈ য়শে অভিনয় কৰা কানাড়া ব্লকব্লাষ্টাৰ ছবি ‘KGF-CHAPTER-2এ বিপুল সঁহাৰি লাভ কৰিছে৷ ‘KGF- CHAPTER-2’ৰ হিন্দী সংস্কৰণে এসপ্তাহত বক্স অফিচত ২৫০ কোটি টকাৰ উপাৰ্জন কৰিছে। পিছে আপুনি ROCKING STAR য়শৰ বিষয়ে কিমানখিনি জানে? আজি আমি তেওঁ বিষয়ে ক’বলৈ আগবাঢ়িছো৷

অভিনেতা য়শৰ আচল নাম নবীন কুমাৰ গৌড়া৷ তেওঁৰ জন্ম হৈছিল ১৯৮৬ চনৰ ৮ জানুৱাৰীত কৰ্ণাটকৰ হাছান জিলাৰ বুভানাহাল্লি নামৰ সৰু গাঁৱত৷ টিভি ছিৰিয়েলৰ পৰা কেৰিয়াৰ আৰম্ভ কৰা য়শ আজি সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছে৷

আপুনিও যদি চলচ্চিত্ৰপ্ৰেমী তেন্তে এবাৰ হ’লেও য়শৰ চিনেমা নিশ্চয়কৈ চাইছে৷ পিছে তেওঁৰ খ্যাতি অৰ্জন কৰাৰ আঁৰত আছে কঠোৰ সংগ্ৰাম আৰু পৰিশ্ৰম৷

লগতে পঢ়ক দেশৰ একমাত্ৰ মহিলা হিচাপে বিশেষ ৰাষ্ট্ৰীয় সন্মান লাভ অসমৰ এগৰাকী কন্যাৰ

উল্লেখযোগ্য যে নবীন ওৰফে য়শ কোনো অভিনেতা-অভিনেত্ৰী পৰিয়ালৰ পৰা অহা নাই, অভিনয়ৰ প্ৰতি থকা আগ্ৰহ আৰু কঠোৰ পৰিশ্ৰমে তেওঁক লক্ষ্যত উপনীত কৰোৱাইছে৷

য়শৰ দেউতাক অৰুণ কুমাৰ বাছ চালক আৰু মাক পুষ্পা গৃহিণী আছিল৷ তেওঁৰ এগৰাকী সৰু ভগ্নী আছে। তেওঁ সৰুৰে পৰা অভিনয় কৰিবলৈ ভাল পাইছিল৷ নবীনে বিভিন্ন নাট-থিয়েটাৰৰ পৰা অভিনয় শিকাৰ সুযোগ পাইছিল৷ ৬ বছৰ পূৰ্বে য়শে অভিনেত্ৰী ৰাধিকা পণ্ডিতৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। আৰু তেওঁৰ এগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তান আছে।

যশে ২০০৪ চনত টিভি ধাৰাবাহিক ‘নন্দা গকুলা’ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল, যাৰ পিছত তেওঁ বহুতো টিভি ধাৰাবাহিকত অভিনয় কৰে। কিন্তু ২০০৮ চনত তেওঁ ‘মোগিনা মানাছু’ চলচ্চিত্ৰৰ যোগেদি চিনেমাজগতত আত্মপ্ৰকাশ কৰে।

লগতে পঢ়ক কিয় ছাতিৰে নিজকে ঢাকি ৰাখিছিল শ্বাহৰুখ আৰু গৌৰি খানে?

অৱশ্যে উক্ত চিনেমাখনত তেওঁ সহযোগী চৰিত্ৰতহে অভিনয় কৰিছিল৷ সেই চৰিত্ৰত য়শে নিজৰ অভিনয়ৰ দক্ষতা প্ৰকাশ কৰিছিল৷ ২০১৩ চনত মুক্তি পোৱা তেওঁৰ ‘গুগলী’ সেই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা কানাড়া চলচ্চিত্ৰ আছিল৷ ইয়াৰ পাছতে য়শে ২০১৩ চনত ‘ৰাজা হুলি’, ২০১৪ চনত ‘গাজাকেশৰী’ আৰু ‘মি. ৰামাচাৰী’, ২০১৫ চনত ‘মাষ্টাৰপিচ’ আদি ছবিত অভিনয়েৰে অনুৰাগীৰ মন জয় কৰি আহিছে৷

কিন্তু এই বছৰ মুক্তি পোৱা য়শৰ KGF-CHAPTER-2এ সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে৷ ছবিখন অভিলেখ পৰিমাণৰ ধন সংগ্ৰহ কৰিছে৷ শেহতীয়াকৈ ছবিখনক লৈ বিভিন্ন ধেমেলীয়া ভিডিঅ’ও ভাইৰেল হৈছে৷ ২০১৮ চনত মুক্তি পোৱা KGFএ তেওঁক এজন সৰ্বভাৰতীয় তাৰকা কৰি তুলিছিল আৰু ৰকি ভাইৰ নামেৰে জনপ্ৰিয় হৈ উঠিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza kahabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKGFKGF Chapter 2Tollywoodyash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
Next Post
‘কৰ্মচাৰীক চাহ নুখুৱাব, পাৰিলে আপুনিহে কৰ্মচাৰীৰ পৰা চাহ খাওক’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘কৰ্মচাৰীক চাহ নুখুৱাব, পাৰিলে আপুনিহে কৰ্মচাৰীৰ পৰা চাহ খাওক’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গ্ৰীষ্ম কালত কি কি আহাৰ খাব? চাওক গ্ৰীষ্মকালীন আহাৰৰ ৰুটিন…

গ্ৰীষ্ম কালত কি কি আহাৰ খাব? চাওক গ্ৰীষ্মকালীন আহাৰৰ ৰুটিন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.