• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰীষ্ম কালত কি কি আহাৰ খাব? চাওক গ্ৰীষ্মকালীন আহাৰৰ ৰুটিন…

গ্ৰীষ্ম কালত কি কি আহাৰ খাব? চাওক গ্ৰীষ্মকালীন আহাৰৰ ৰুটিন…

4 years ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

44 minutes ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

1 hour ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

2 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

3 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

4 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

4 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

5 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

6 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

7 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

7 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

8 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

গ্ৰীষ্ম কালত কি কি আহাৰ খাব? চাওক গ্ৰীষ্মকালীন আহাৰৰ ৰুটিন…

editor by editor
April 22, 2022
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
গ্ৰীষ্ম কালত কি কি আহাৰ খাব? চাওক গ্ৰীষ্মকালীন আহাৰৰ ৰুটিন…
0
SHARES
492
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমৰ দিনবোৰত আমি ফেনৰ তলত বা শীত-তাপ নিয়ন্ত্ৰিত কোঠাত শোওঁ। এই অভ্যাসে ছালক শুকান কৰি তোলে। গোটেই ৰাতি ফেনৰ বতাহত ডিঙিও শুকাই যায়। সাৰ পোৱাৰ সময়ত ডিঙিত শুষ্কতা, চকুত জ্বলা-পোৰা বা ছালৰ শুষ্কতা অনুভৱ কৰাটো স্বাভাৱিক।

ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিতৌ পুৱা ২-৩ গিলাচ পানী খাই দিনটোৰ আৰম্ভণি কৰক। নেমু ৰস নতুবা ডালচেনি তিয়াই থোৱা পানীও খাব পাৰে। কোমোৰাৰ ৰসত কেইটোপালমান নেমু আৰু আমলখিৰ ৰস মিহলাই খালেও ইয়াৰ পৰা পৰিত্ৰাণ পোৱা যায়।

ৰাতিপুৱাৰ আহাৰ :

গ্ৰীষ্মকালত প্ৰতিদিনে কমেও ৪-৫ বাৰকৈ ফল আৰু পাচলি খোৱাটো গুৰুত্বপূৰ্ণ। পুৱাৰ আহাৰ সদায় স্বাস্থ্যকৰ, বতৰৰ সতেজ ফল যেনে— তৰমুজ, অমিতা, আম, লিচু, প্লাম আদিৰে আৰম্ভ কৰিব লাগে।

লগতে পঢ়ক পিতৃ বাছ চালক, পুত্ৰ বক্স অফিচৰ ৰজা; KGF-CHAPTER-2ৰ চুপাৰষ্টাৰ কোন এই য়শ?

তাৰ পিছত নাৰিকলৰ গাখীৰেৰে তৈয়াৰী লঘু আহাৰ গ্ৰহণ কৰিব লাগে। পাচলি, বীজ, চিয়া বীজৰ সৈতে কিছুমান শুকান ফলেৰে এই আহাৰ প্ৰস্তুত কৰিব লাগে। শুকান লঘু আহাৰ যেনে— ব্ৰেড, পিঠা বা অন্যান্য খাদ্য শস্য খালীপেটত গ্ৰহণ কৰাৰ পৰা আতৰত থাকক। খালীপেটত এই খাদ্যই বদহজম কৰিব পাৰে।

দুপৰীয়াৰ  আহাৰ :

দুপৰীয়াৰ আহাৰত পাৰ্যমানে সেউজীয়া শাক-পাচলি যোগ দিয়ক। যদি আপুনি কাৰ্ব-হাইড্ৰেট জাতীয় খাদ্য খাব বিচাৰে, তেন্তে এই খাদ্য প্ৰণালীৰ সৈতে ইয়াক যোগ দিব পাৰে। দুপৰীয়াৰ আহাৰৰ সৈতে চুপ খোৱাতো বাধ্যতামূলক কৰক। মাইক্ৰ’নিউট্ৰিয়েণ্টছ্, যেনে— কাৰ্ব হাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বি কম পৰিমাণত গ্ৰহণ কৰক।

লগতে পঢ়ক গুজৰাটত কিয় বুলড’জাৰ চলালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনচনে?

গধুলিৰ আহাৰ :

গধূলিৰ সময়ত পানীত তিয়াই কেইটামান বাদামৰ সৈতে এবাটি বতৰৰ ফল খাওক। ই দিনটোৰ ভাগৰ নাইকিয়া কৰাত সহায় কৰিব।

নিশাৰ আহাৰ :

নিশাৰ আহাৰ পৰাপক্ষত লঘু হোৱা উচিত। প্ৰ’টিন যুক্ত খাদ্যৰ সৈতে বিভিন্ন শাক-পাচলি সিজাই খোৱাটো উপকাৰী। নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে চুপ খোৱাৰ অভ্যাস কৰক। আহাৰ গ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত অলপ সময় ৰৈ হাৰ্বেল টী সেৱন কৰিব পাৰে, যিয়ে আপোনাৰ শৰীৰক শীতল কৰি ৰখাত সহায় কৰিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tipsSummer days foods
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব
জীৱনশৈলী

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ
জীৱনশৈলী

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

July 7, 2026
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি
জীৱনশৈলী

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

July 7, 2026
Next Post
লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত নিশা ঘটিল অঘটন

লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত নিশা ঘটিল অঘটন

এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!

এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.