• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীত সূৰ্যৰ গোচৰৰ ফলত মালামাল হ’ব এই ৫ৰাশি, কৰ্মজীৱনতো ব্যাপক উন্নতিৰ যোগ

ফেব্ৰুৱাৰীত সূৰ্যৰ গোচৰৰ ফলত মালামাল হ’ব এই ৫ৰাশি, কৰ্মজীৱনতো ব্যাপক উন্নতিৰ যোগ

2 months ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

11 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

45 minutes ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

2 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

2 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

3 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

3 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

4 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

4 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

5 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

5 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীত সূৰ্যৰ গোচৰৰ ফলত মালামাল হ’ব এই ৫ৰাশি, কৰ্মজীৱনতো ব্যাপক উন্নতিৰ যোগ

ফেব্ৰুৱাৰীত সূৰ্যৰ গোচৰৰ ফলত মালামাল হ’ব এই ৫ৰাশি, কৰ্মজীৱনতো ব্যাপক উন্নতিৰ যোগ

editor by editor
January 31, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ফেব্ৰুৱাৰীত সূৰ্যৰ গোচৰৰ ফলত মালামাল হ’ব এই ৫ৰাশি, কৰ্মজীৱনতো ব্যাপক উন্নতিৰ যোগ
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ ফেব্ৰুৱাৰীত সূৰ্যৰ গমন তাৎপৰ্যপূৰ্ণ হ’ব৷ কাৰণ সূৰ্যই মাহত তিনিবাৰ তাৰ ৰাশি পৰিবৰ্তন কৰিব৷ মাহৰ প্ৰথম সপ্তাহত সূৰ্যই শ্ৰাৱণ নক্ষত্ৰৰ পৰা ধনিষ্ঠা নক্ষত্ৰত গমন কৰিব৷ ইয়াৰপাছতেই সূৰ্য শনিৰ ৰাশি কুম্ভত গমন কৰিব৷ ১৯ ফেব্ৰুৱাৰীত সূৰ্যই শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই সময়ৰ জ্যোতিষশাস্ত্ৰত বিশেষ তাৎপৰ্য আছে৷ কাৰণ সূৰ্যৰ গমনে ৰাশিচক্ৰৰ ওপৰত বিভিন্ন ইতিবাচক আৰু উপকাৰী প্ৰভাৱ পেলাব পাৰে৷

সূৰ্যৰ পৰিবৰ্তনশীল গতিৰ কাৰণে ফেব্ৰুৱাৰী মাহত কিছু ৰাশিৰ জাতক জাতিকাৰ সপোন আৰু উচ্চাকাঙ্ক্ষা পূৰণৰ সম্ভাৱনা আছে৷ আৰ্থিক লাভৰো প্ৰৱল সম্ভাৱনা আছে৷ এই সময়ত পেছাগত সাফল্য, ব্যক্তিগত সম্পৰ্ক আৰু আৰ্থিক লাভো হব৷ জানি থওক ২০২৬ চনৰ ফেব্ৰুৱাৰীত সূৰ্যৰ গোচৰৰ পৰা কোন কোন ৰাশিৰ জাতক সকলোতকৈ বেছি উপকৃত হব?

মেষ ৰাশি

২০২৬ চনৰ ফেব্ৰুৱাৰীত সূৰ্যৰ গতি পৰিবৰ্তনে মেষ ৰাশিৰ বাবে বহু ইতিবাচক পৰিবৰ্তন আনিব৷ সূৰ্যই আপোনাৰ কেৰিয়াৰক নতুন উচ্চতালৈ লৈ যাব৷ পেছাগত জীৱনত উন্নতিৰ সুযোগ আহিব পাৰে৷ পছন্দৰ চাকৰি লাভৰ সম্ভাৱনা আছে৷ অন্যহাতে কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগো আছে৷ সূৰ্যই কৰ্মভাৱনাত গমন কৰিব যিয়ে অতীতত আপোনাৰ প্ৰচেষ্টাৰ ইতিবাচক ফলাফল আনিব পাৰে৷ আপোনাৰ পৰিয়ালৰ সদস্য আকু সন্তানৰ সৈতে সময় কটোৱাৰ সুযোগ থাকিব৷ যিয়ে আপোনাৰ পাৰিবাৰিক জীৱনক সুখী কৰিব৷ এই মাহত আপোনাৰ কিছু গুৰুত্বপূৰ্ণ সপোনো বাস্তবায়িত হোৱাৰ সম্ভাৱনা আছে৷

বৃষ ৰাশি

এই মাহত সূৰ্যই বৃষ ৰাশিৰ জাতকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব৷ এই ইতিবাচক প্ৰভাৱে তেওঁলোকৰ কৰ্মজীৱন আৰু পেছাগত জীৱনক প্ৰভাৱিত কৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণকাৰীসকলৰ বাবে এই সময় অত্যন্ত অনুকূল হব আৰু তাৰ ভাল ফলাফলো লাভ কৰিব পাৰে৷ অতীতত কিছু পৰিকল্পনা স্থগিত হৈ থাকিলে ফেব্ৰুৱাৰী মাহত পুনৰায় আৰম্ভ আৰম্ভ কৰাৰ সুযোগ পাব৷ পিতৃ-মাতৃৰ সমৰ্থন আৰু আশীৰ্বাদে আপোনাৰ জীৱনলৈ সাফল্য আনি দিব পাৰে৷ যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকৰ বিশেষ সাফল্যৰ সম্ভাৱনা আছে৷ স্বাস্থ্যৰো উন্নতি হব আৰু আৰ্থিক লাভৰ সুযোগো তৈয়াৰ হব৷

সিংহ ৰাশি

ফেব্ৰুৱাৰীত সিংহ ৰাশিৰ অধিপতি সূৰ্যৰ গোচৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত ফলপ্ৰসূ হব৷ এই সময়ত আত্মবিশ্বাস উল্লেখযোগ্যভাৱে বৃদ্ধি পাব আৰু আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও শক্তিশালী হব৷ ৰাজনীতি, প্ৰশাসনিক পৰিসেৱাৰ সৈতে বা চৰকাৰী ক্ষেত্ৰৰ সৈতে জড়িতসকলে এই সময়ত উল্লেখযোগ্য সাফল্য লাভ কৰিব৷ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব উআপে৷ স্বাস্থ্যৰো উন্নতি হব আৰু মানসিক শান্তি বাঢ়িব৷ সামগ্ৰিকভাৱে এই সময় আপোনাৰ ব্যক্তিগত আৰু পেছাগত উভয় জীৱনৰ বাবেই উপকাৰী৷

তুলা ৰাশি

তুলা ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে ফেব্ৰুৱাৰী মাহ শিক্ষা আৰু দক্ষতা বিকাশৰ দিশৰ পৰা অনুকূল হব৷ আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব আৰু কোনোৱে এই মাহত নতুন ভাষা শিকাৰ বা নতুন দক্ষতা অৰ্জনৰ চেষ্টা কৰিব পাৰে৷ প্ৰেমৰ সম্পৰ্কত অতীতৰ সমস্যাসমূহৰ সমাধান হোৱাৰ সম্ভাৱনা আছে৷ আপুনি যদি ৰাজনীতি বা ছচিয়েল মিডিয়াৰ সৈতে জড়িত থাকে তেন্তে আপোনাৰ ভক্ত আৰু সমৰ্থকৰ সংখ্যা বৃদ্ধি পাব পাৰে৷ এই মাহত আপোনাৰ কিছু সপোন বাস্তবায়িত হব আৰু আৰ্থিক লাভৰ সম্ভাৱনাও আছে৷

ধনু ৰাশি

ফেব্ৰুৱাৰীত সূৰ্যৰ গোচৰে ধনু ৰাশিৰ জাতকক সাহস, বীৰত্ব আৰু আত্মবিশ্বাস দিব৷ এই সময়ত সৰু ভ্ৰমণ কৰিব পাৰে৷ এই সময়ত আপুনি লোৱা যিকোৱো সাহসী সিদ্ধান্ত সফল হব৷ ভাগ্য আপোনাৰ পক্ষত থাকিব৷ কঠিন কামসমূহ তুলনামূলকভাৱে সহজে সম্পন্ন কৰা সম্ভৱ হব৷ ভায়েকভনীয়েকৰ সৈতে সম্পৰ্ক ভালে থাকিব আৰু পাৰিবাৰিক পৰিবেশ আনন্দদায়ক হব৷ এই সময় আপোনাৰ আৰ্থিক আৰু ব্যক্তিগত উন্নতিৰ বাবে গুৰুত্বপূৰ্ণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
Next Post
ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে সূৰ্য-ৰাহুৰ ভয়ানক যোগ, মাৰ্চ পৰ্যন্ত সফলতাৰ শীৰ্ষত থাকিব এইকেইটা ৰাশি

ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে সূৰ্য-ৰাহুৰ ভয়ানক যোগ, মাৰ্চ পৰ্যন্ত সফলতাৰ শীৰ্ষত থাকিব এইকেইটা ৰাশি

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.