• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীত কঁপাল খুলিব এই ২ ৰাশিৰ, পূৰণ হ’ব সকলো সপোন

ফেব্ৰুৱাৰীত কঁপাল খুলিব এই ২ ৰাশিৰ, পূৰণ হ’ব সকলো সপোন

4 months ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

2 minutes ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

59 minutes ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

2 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

3 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

4 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

4 hours ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

5 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

6 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

7 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

16 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীত কঁপাল খুলিব এই ২ ৰাশিৰ, পূৰণ হ’ব সকলো সপোন

ফেব্ৰুৱাৰীত কঁপাল খুলিব এই ২ ৰাশিৰ, পূৰণ হ’ব সকলো সপোন

editor by editor
February 2, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ফেব্ৰুৱাৰীত কঁপাল খুলিব এই ২ ৰাশিৰ, পূৰণ হ’ব সকলো সপোন
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেব্ৰুৱাৰী মাহত কন্যা আৰু কুম্ভ ৰাশিৰ বাবে চমৎকাৰ প্ৰমাণিত হ’ব৷ এই ৰাশিৰ জাতক-জাতিকাই প্ৰতিটো কামত সাফল্য পাব৷ তেওঁলোকৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ শক্তিশালী হব৷ দীৰ্ঘদিন ধৰি অমীমাংসিত প্ৰকল্পসমূহ সফল হব৷ জানি থওক ফেব্ৰুৱাৰী মাহৰ ভাগ্যবান ৰাশিসমূহ কি কি?

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাই ২০২৬ চনৰ ফেব্ৰুৱাৰীত উল্লেখযোগ্য পৰিবৰ্তনৰ সন্মুখীন হব পাৰে৷ এই সময়ত আপোনাৰ এনাৰ্জি বৃদ্ধি পাব৷ আপোনাৰ আকস্মিকভাৱে আয় বৃদ্ধি আৰু সুস্বাস্থ্যৰ ইতিবাচক লক্ষণ অনুভৱ কৰিব৷ আপুনি বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে৷ এই মাহ বিনিয়োগৰ বাবে ভাল হব৷ এই মাহত বিভিন্ন উৎসৰ পৰা আৰ্থিক লাভ কঢ়িয়াই আনিব পাৰে৷ নতুন চাকৰি লাভৰ প্ৰৱল সম্ভাৱনা আছে৷ আপোনাৰ বিশেষ কাৰোবাৰ সৈতে দেখা হ’ব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে ফেব্ৰুৱাৰী মাহ নতুন শিক্ষা আৰু শিক্ষাগত সুযোগৰ অন্বেষণৰ মাহ৷ এই সমস্ত সুযোগে আপোনাৰ পেছাগত উন্নতিক বঢ়োৱাত সহায় কৰিব৷ এই মাহত আপোনাৰ কঠোৰ পৰিশ্ৰম লক্ষ্য কৰা যাব আৰু আপুনি প্ৰশংসা আৰু পুৰষ্কাৰ পাব৷ মাহৰ আৰম্ভণিতে আপুনি শিক্ষা, কেৰিয়াৰ আৰু আৰ্থিক বিষয়ক অগ্ৰাধিকাৰ দিব৷ ব্যৱসায়িক ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতকে ভাল চুক্তি আৰু দীৰ্ঘম্যাদি চুক্তি কৰিব পাৰে৷ এই সময়ত আয়ৰ নতুন উৎস তৈয়াৰ হব পাৰে৷ সামাজিক যোগাযোগৰ মাধ্যমেৰে পাৰিবাৰিক সম্পৰ্ক আৰু শক্তিশালী হব পাৰে৷ আপুনি আপোনাৰ ঊর্ধ্বতনসকলৰ পৰা ইতিবাচক প্ৰশংসাও পাব৷ শিক্ষাৰ্থীয়ে তেওঁলোকৰ সৃজনশীলতা আৰু দক্ষতা প্ৰদৰ্শনৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

May 26, 2026
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান
ভাৰত

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

May 26, 2026
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!
জীৱনশৈলী

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

May 26, 2026
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

May 26, 2026
Next Post
কাষলৈ আহিব ৰাহু-সূৰ্য-মঙ্গল, সাৱধান হওক, গ্ৰহণ যোগৰ সৈতে অঙ্গাৰক যোগে বিপদত পেলাব এই ৫ৰাশিক

কাষলৈ আহিব ৰাহু-সূৰ্য-মঙ্গল, সাৱধান হওক, গ্ৰহণ যোগৰ সৈতে অঙ্গাৰক যোগে বিপদত পেলাব এই ৫ৰাশিক

শনিৰ ঘৰত ৫গ্ৰহৰ মেলা, ফেব্ৰুৱাৰীতে ধনৰ গাদীত উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

শনিৰ ঘৰত ৫গ্ৰহৰ মেলা, ফেব্ৰুৱাৰীতে ধনৰ গাদীত উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.