• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ প্ৰথমটো পৰ্যায়ৰ ভোটদানতেই বিকল বহু EVM, এঠাইত আকৌ পৰিল ৭ টা ভোট, দেখুৱালে ৫৭ টা ভোট

আজিৰ প্ৰথমটো পৰ্যায়ৰ ভোটদানতেই বিকল বহু EVM, এঠাইত আকৌ পৰিল ৭ টা ভোট, দেখুৱালে ৫৭ টা ভোট

2 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

2 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

3 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

5 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

6 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

6 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

6 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

7 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

8 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

8 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

9 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰ প্ৰথমটো পৰ্যায়ৰ ভোটদানতেই বিকল বহু EVM, এঠাইত আকৌ পৰিল ৭ টা ভোট, দেখুৱালে ৫৭ টা ভোট

editor by editor
April 19, 2024
in অসম, উত্তৰ-পূব
0
আজিৰ প্ৰথমটো পৰ্যায়ৰ ভোটদানতেই বিকল বহু EVM, এঠাইত আকৌ পৰিল ৭ টা ভোট, দেখুৱালে ৫৭ টা ভোট
0
SHARES
362
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ প্ৰথমটো পৰ্যায়ৰ ভোটদানতেই বিকল বহু EVM, এঠাইত আকৌ পৰিল ৭ টা ভোট, দেখুৱালে ৫৭ টা ভোট

ভোটদান মানেই বৰ্তমান সময়ত ই ভি এম বিকলৰ বহু খবৰ বিভিন্ন ঠাইৰ পৰা অহা দেখা যায়। যাৰ বাবে বহুঠাইত ভোটগ্ৰহণো আৰম্ভ হয় দেৰিকৈ। এঠাইত আকৌ ঘটে আজৱ ঘটনা। ৭ জন ভোটাধিকাৰে ভোট সাব্যস্ত কৰাৰ পাছতে ৫৭ টা ভোট পৰা বুলি দেখুৱাই। লগে লগে লাগি যায় হাহাকাৰ।

নগাঁৱৰ চামগুৰিত এই ঘটনা সংঘটিত হৈছে। ই ভি এম বিকল হৈ এই অথন্তৰ। ৭টা ভোটৰ বিনিময়ত EVM ত নিজে নিজে বন্দী হ’ল ৫৭ টা ভোট। আজৱ দেশৰ ,আজৱ নিৰ্বাচন। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৯নং বঢ়মপুৰ সমষ্টিৰ পহুকটা পানী গাঁও ২২৮ নং ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই অথন্তৰ।

বিসংগতিপূৰ্ণ EVM মেচিনৰ লীলা। ভোট দিলে ৭ জনে, ভোট পৰিল ৫৭ টা। সাতজন লোকে ভোট দি ঘৰলৈ যোৱাৰ পাছত একাংশ লোকৰ তৎপৰতাত ধৰা পৰিল ই ভি এম মেচিনৰ বিসংগতি। লগে লগে বন্ধ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া।

সাতজনে ভোট দিওঁতেই অতিৰিক্ত ৫৭টা ভোট ই ভি এম মেচিনত বন্দী হল। এঘণ্টা পলমকৈ ই ভি এম মেচিনটো মেৰামতি কৰি পুনৰ ভোট গ্ৰহণ আৰম্ভ হয়। ভোট দি ঘৰলৈ যোৱা সাতজন লোকক ঘৰৰ পৰা মাতি আনি দ্বিতীয় বাৰ ভোটদান কৰালে নিৰ্বাচনী বিষয়াই।

আনহাতে কেইবাঠাইতো বিকল মেছিন। বোকাখাতৰ বালিজান এম ই স্কুলৰ ২ নং খণ্ড ভোটকেন্দ্ৰত ই ভি এম বিকল । ভোট গ্ৰহণত বিলম্ব। প্ৰায় ৪০ মিনিট সময় শাৰী পাতি ৰখি আছিল ভোট দিবলৈ অহা জনসাধাৰণ । ১৩৬ কলাখোৱা এল পি স্কুল ভোটগ্ৰহন কেন্দ্ৰতো ই ভি এম বিকল।

কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বিন্নাকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯৯ নং পূৱজাৰুণী এম ই স্কুলৰ ভোট কেন্দ্ৰত EVM মেচিন বিকল। গোলাঘাট ২ নং টাউন নতুন বিদ্যালয়ত ৬ নং ৱাৰ্ডৰো এটা ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল।

হোজাইৰ ৰাষ্ট্ৰভাষা এম ই স্কুল পূৱ খণ্ডৰ ই ভি এমত বিসংগতি। যোৰহাট মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত EVM মেচিনত এগৰাকী মহিলাৰ ভৰি লাগি ভোট দান কায্যসুচিৰি মাজতেই মেচিন বিকল হৈ পৰে।

টিয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত চেনী আমগুৰি, ভকত গাওঁ, উত্তৰ দুলিয়া, হুলাল বাৰি,171 খেৰমিয়া আদিত প্ৰায় ছয় টা মেচিন বিকল হোৱাৰ খবৰ । যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পলি স্কুল, গীতাৰ্থ স্কুল, 49 পঞ্চায়ত চেন্টাৰ নম্বৰ 5, আদিতো মেচিন বিকল হোৱাৰ খবৰ।
তিতাবৰ পুলিঙ ষ্টেচন 131, 128, 189, 87, 203, 88, 123, 107, 189ত মেচিন বিকল হোৱাৰ খবৰ আহিছে।

নগাঁৱৰ ১০ নং কাজিৰঙা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪৪ নং ভোট গ্ৰহণ কেন্দ্ৰত EVM বিকল । প্ৰায় ১ ঘন্টা সময় ধৰি বন্ধ হৈ থাকে ভোট গ্ৰহণ । শদিয়াত বিকল দুটাকৈ ই ভি এম । ৰতনপুৰ উচ্চমাধ্যমিক বিদ্যালয় আৰু দেওপানী গোঁহাই গাঁও প্ৰাথমিক বিদ্যালয়ত ভোটকেন্দ্ৰত এই অঘটন ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: electionElection 2024evmloksabhaVoteVoter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
Next Post
পিতৃহীন যুৱতীয়ে ঘৰটো চুবুৰীয়া যুৱকৰ নামত কৰি নিদিয়াৰ বাবেই কৰিলে এনে, শুনিয়েই আচৰিত হ’ব আপুনি

পিতৃহীন যুৱতীয়ে ঘৰটো চুবুৰীয়া যুৱকৰ নামত কৰি নিদিয়াৰ বাবেই কৰিলে এনে, শুনিয়েই আচৰিত হ'ব আপুনি

সন্ধান ওলাল এক আচৰিত জীৱৰ, মাছো নহয়-কাছও নহয়, জীৱ বিজ্ঞানী আচৰিত

সন্ধান ওলাল এক আচৰিত জীৱৰ, মাছো নহয়-কাছও নহয়, জীৱ বিজ্ঞানী আচৰিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.