• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৭ চনত দেশে লাভ কৰিব প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ, শীঘ্ৰেই নিযুক্তি লাভ কৰিব ৯ গৰাকী ন্যায়াধীশে

২০২৭ চনত দেশে লাভ কৰিব প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ, শীঘ্ৰেই নিযুক্তি লাভ কৰিব ৯ গৰাকী ন্যায়াধীশে

5 years ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

29 minutes ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

1 hour ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

2 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

3 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

3 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

4 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

4 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

22 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

22 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

23 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

23 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

২০২৭ চনত দেশে লাভ কৰিব প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ, শীঘ্ৰেই নিযুক্তি লাভ কৰিব ৯ গৰাকী ন্যায়াধীশে

editor by editor
August 26, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
২০২৭ চনত দেশে লাভ কৰিব প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ, শীঘ্ৰেই নিযুক্তি লাভ কৰিব ৯ গৰাকী ন্যায়াধীশে
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শীঘ্ৰেই ৯ গৰাকী নতুন ন্যায়াধীশে নিযুক্তি লাভ কৰিব দেশৰ উচ্চতম ন্যায়ালয়ত৷ মুখ্য ন্যায়াধীশ এন ভি ৰমণৰ অধ্যক্ষতাত বিশেষজ্ঞ কমিটীয়ে প্ৰেৰণ কৰা ৯গৰাকী ন্যায়াধীশৰ নামক স্বীকৃতি প্ৰদান কৰে কেন্দ্ৰই৷ সেইসকলৰ ভিতৰত ৩ গৰাকী মহিলা ন্যায়াধীশো আছে৷ ইয়াৰে ৩ গৰাকী ন্যায়াধীশ ক্ৰমে বিক্ৰম নাথ, বি ভি নাগাৰত্না আৰু পি এচ নৰসিংহাৰ মাজৰ এগৰাকী ভৱিষ্যতে দেশৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্ত হ’ব৷ এই ক্ষেত্ৰত সৰ্বাধিক চৰ্চিত ব্যক্তিগৰাকী হৈছে ন্যায়াধীশ বি ভি নাগাৰত্না৷ বৰ্তমানলৈকে উচ্চতম ন্যায়ালত মহিলা ন্যায়াধীশে মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰা নাই৷ তেনে পৰিপ্ৰেক্ষিতত ন্যায়াধীশ বি ভি নাগাৰত্না ২০২৭ চনৰ ছেপ্তেম্বৰত দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ত পুৰুষ ন্যায়াধীশৰ তুলনাত মহিলা ন্যায়াধীশৰ সংখ্যা অতি কম৷ ১৯৮৯ চনত নিযুক্তি লাভ কৰা ফাটিমা বিবি উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী ন্যায়াধীশ৷ ন্যায়াধীশ ন্যায়মূৰ্তি সুজাতা বি মনোহৰ, ন্যায়াধীশ ৰুমা পাল, ন্যায়াধীশ সুধা মিশ্ৰা, ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই, ন্যায়াধীশ আৰ ভানুমতি, ন্যায়াধীশ ইন্দু মলহোট্ৰা আৰু ন্যায়াধীশ ইন্দ্ৰা বেনাৰ্জী দেশৰ উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ৷ ইয়াৰ বিপৰীতে ২০২৭চনত দেশে লাভ কৰিব প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24b v nagarantnafirst women cji in india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা
জীৱনশৈলী

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!
বিনোদন

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

September 4, 2026
Next Post
চুবুৰীয়া ৰাজ্যৰে সীমা সংঘাত ওৰ পৰিবলৈ নামেই নোলোৱা হৈছে অসমৰ

চুবুৰীয়া ৰাজ্যৰে সীমা সংঘাত ওৰ পৰিবলৈ নামেই নোলোৱা হৈছে অসমৰ

প্ৰ’ট’কল ভংগৰ প্ৰতিযোগিতাত বিজেপিৰ মন্ত্ৰী-বিধায়ক

প্ৰ’ট’কল ভংগৰ প্ৰতিযোগিতাত বিজেপিৰ মন্ত্ৰী-বিধায়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.