• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মদ্যপানৰ অভ্যাস এৰিব পৰা নাই? দৈনিক কি কি খালে লিভাৰ সুস্থ থাকিব?

মদ্যপানৰ অভ্যাস এৰিব পৰা নাই? দৈনিক কি কি খালে লিভাৰ সুস্থ থাকিব?

3 years ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

1 hour ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

2 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

2 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

18 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

18 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

18 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

19 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

20 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

20 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

20 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

20 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মদ্যপানৰ অভ্যাস এৰিব পৰা নাই? দৈনিক কি কি খালে লিভাৰ সুস্থ থাকিব?

editor by editor
May 1, 2023
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
মদ্যপানৰ অভ্যাস এৰিব পৰা নাই? দৈনিক কি কি খালে লিভাৰ সুস্থ থাকিব?
0
SHARES
8.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অনিয়ন্ত্ৰিত জীৱন, অস্বাস্থ্যকৰ খাদ্যভাষ, কৰ্মব্যস্ততাৰ কাৰণে শৰীৰৰ যত্ন বহুতেই ভালধৰণে নলয়। অতিৰিক্ত মদ্যপানো আধুনিক জীৱনধাৰাৰ এক সংগী হৈ পৰিছে। ইয়াৰ ফলতেই একাংশৰ মূল সমস্যা হৈ পৰিছে ফেটি লিভাৰ বা লিভাৰ চিৰোছিচৰ দৰে ৰোগ। বেছিভাগৰ ক্ষেত্ৰতেই এই ৰোগ নিজৰ বদভ্যাসৰ বাবেই হয়। ক’ম তেলমছলা খোৱা, বাহিৰৰ খাদ্য কমাই খোৱা, মদ এৰি দিয়া এই অভ্যাসসমূহ লিভাৰক ভালে ৰখাৰ প্ৰধান উপায়। শৰীৰ ভালে ৰাখিবলৈ কি কি খাদ্য দৈনিক খাব লাগে? কোনবোৰ খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী?

গৰমৰ দিনত শৰীৰৰ আদ্ৰতা ধৰি ৰাখিবলৈ নেমু খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে। লিভাৰ সুস্থ ৰাখিবলৈ নিয়মিত খাদ্য তালিকাত নেমু ৰাখিব লাগে। ইয়াৰোপৰি কেইবিধমান প্ৰধান খাদ্য হৈছে

আঙুৰ
আঙুৰত প্ৰচুৰ মাত্ৰাত ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট থাকে। এই উপাদানসমূহে লিভাৰৰ পৰা টক্সিনজাতীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। লিভাৰ সংক্ৰমণৰ মাত্ৰাও কমায়।

চজিনা খাব পাৰে
ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ চজিনা খাব পাৰে। চজিনাই হজম শক্তি বঢ়ায়। বিভিন্ন গৱেষণাত পোৱা গৈছে যে চজিনাই লিভাৰ ফাইব্ৰোচিছ ৰোগৰ সম্ভাৱনা কমায়।

দৈ
দৈ’ত প্ৰবায়টিক থাকে। বিভিন্ন গৱেষণাত দেখা গৈছে যে লিভাৰত জমা হৈ থকা ফেট গলাবলৈ দৈয়ে সহায় কৰে। গৰমৰ দিনত খাদ্যতালিকাত দৈ ৰাখিলে হজম ক্ষমতা বাঢ়ে। পেটো পৰিষ্কাৰ কৰে।

গ্ৰীণ টি
মেদবহুলতা কমাবলৈ গ্ৰীণ টিৰ ওপৰত বহুতেই ভৰষা ৰাখে। গ্রীণ টিত এণ্টি অক্সিডেণ্ট থাকে। যিয়ে লিভাৰত চাৰিওফালে মেদ জমা হোৱাৰ পৰা ৰক্ষা কৰে। লিভাৰ সুস্থ ৰাখিবলৈ দৈনিক গ্ৰীণ টি খাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!
জীৱনশৈলী

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

April 12, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
Next Post
বিবাহ বিচ্ছেদৰ বাবে ৬মাহ অপেক্ষা কৰিব নালাগে! গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

বিবাহ বিচ্ছেদৰ বাবে ৬মাহ অপেক্ষা কৰিব নালাগে! গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

মহাপ্ৰলয়ৰ দিশে উত্তৰ-পূৰ্ব! ক্ৰমান্বয়ে ইউৰাছিয়ান প্লেটৰ দিশে আগবাঢ়িছে টেকটনিক প্লেট

মহাপ্ৰলয়ৰ দিশে উত্তৰ-পূৰ্ব! ক্ৰমান্বয়ে ইউৰাছিয়ান প্লেটৰ দিশে আগবাঢ়িছে টেকটনিক প্লেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.