• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুকুৰ বিষ মানেই হৃদৰোগ নহয়! হাওঁফাওঁৰ সংক্ৰমণ হ’লেও হ’ব পাৰে বুকু বিষ, লক্ষণসমূহ কেনেকৈ বুজিব?

বুকুৰ বিষ মানেই হৃদৰোগ নহয়! হাওঁফাওঁৰ সংক্ৰমণ হ’লেও হ’ব পাৰে বুকু বিষ, লক্ষণসমূহ কেনেকৈ বুজিব?

3 years ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

39 minutes ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

56 minutes ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

2 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

12 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

12 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

13 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

13 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

14 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

14 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

14 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বুকুৰ বিষ মানেই হৃদৰোগ নহয়! হাওঁফাওঁৰ সংক্ৰমণ হ’লেও হ’ব পাৰে বুকু বিষ, লক্ষণসমূহ কেনেকৈ বুজিব?

editor by editor
June 5, 2023
in বিবিধ, স্বাস্থ্য
0
বুকুৰ বিষ মানেই হৃদৰোগ নহয়! হাওঁফাওঁৰ সংক্ৰমণ হ’লেও হ’ব পাৰে বুকু বিষ, লক্ষণসমূহ কেনেকৈ বুজিব?
0
SHARES
827
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুকুত বিষ, মাজে মাজে খুব ঠাণ্ডা লাগে, এইধৰণৰ লক্ষণসমূহে দেখা দিলে সাবধান হওক। এইসমূহ লক্ষণে দেখা দিয়া মানেই আপোনাৰ হাওঁফাওঁত সংক্ৰমণ হৈছে। ব্ৰঙ্কাইটিছৰ দৰে সংক্ৰমনে দেখা দিলে এইসমূহ লক্ষণে দেখা দিয়ে। ইয়াৰোপৰি হাওঁফাওঁৰ ৰোগ যিকোনো বয়সতেই হ’ব পাৰে। ধূমপান কৰিলেই এই ৰোগ হয় তেনে নহয়। কিন্তু এটা কথাও ঠিক যে ধূমপান কৰা লোকৰ এই ৰোগ হোৱাৰ আশংকা কিছু বেছি হয়। কি কি উপসৰ্গই দেখা দিলে আগতীয়াকৈ সাৱধান হ’ব?

১) ঘনে ঘনে কাঁহ-ছৰ্দি হৈ থাকে নেকি? এই লক্ষণ কিন্তু স্বাভাৱিক নহয়। গৰমৰ দিনটো অত্যাধিক ঠাণ্ডা লাগিলে সাৱধান হোৱাটো প্ৰয়োজন। কেতিয়াবা কাঁহ হ’লে বহুদিন কমাৰ নামেই নলয়, তেনেক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰাটো জৰুৰী।

২) টোপনিৰ পৰা উঠি ক্লান্তিবোধ কৰে, কান্ধ, পিঠি আদিত বিষ অনুভূত হয়। বহুসময়ত শৰীৰৰ কোনো অংশত অত্যাধিক বিষ অনুভূত হয়। এই ধৰণৰ বিষক চিকিৎসাৰ পৰিভাষাত ‘ৰেফাৰ্ড পেইন’ বুলিও কোৱা হয়।

৩) শ্বাস প্ৰশ্বাসত সমস্যা হোৱাটোও ব্ৰঙ্কাইটিছৰেই লক্ষণ। এই সমস্যাই দেখা দিলে অৱহেলা নকৰিব। এনে ধৰণৰ অসুবিধা মানেই আপোনাৰ হাওঁফাওঁত সমস্যাই দেখা দিছে। হাওঁফাওঁৰ আশে পাশে প্ৰদাহ সৃষ্টি হ’লে এনেধৰণৰ সমস্যাই দেখা দিয়ে।

৪) অনবৰতে মাত বহি থাকে নেকি? ছৰ্দি-কাঁহ হ’লে এনেধৰণৰ সমস্যাই দেখা দিয়ে। কিন্তু দিনৰ পাছত দিন ধৰি যদি এই সমস্যাই দেখা দিয়ে তেন্তে সমস্যা গুৰুতৰ বুলি ধৰিব পাৰে। এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

৫) বুকুত কফ জমা হ’লেও চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। এনেধৰণৰ লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। সকলোসময়তে বুকুত কফ জমা হৈ থকাটো হাওঁফাওঁ দুৰ্বল হোৱাৰেই ইংগিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
Next Post
হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.