• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক

আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক

3 years ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

3 hours ago
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

4 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

4 hours ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

5 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

6 hours ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

6 hours ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

7 hours ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

8 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

9 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

9 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক

editor by editor
November 20, 2022
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ! বিশ্বকাপ ২০২২ৰ সবিশেষ চাওক
0
SHARES
349
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজিৰে পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ ২০২২ । সুদীৰ্ঘ ৪ বছৰৰ মূৰত আৰম্ভ হ’বলগীয়া ফিফাক লৈ উছাহ-উদ্দীপনাৰে ভৰপূৰ ক্ৰীড়া অনুৰাগীসকলৰ। কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ সবিশেষ জানো আহক।

ফিফা বিশ্বকাপ ২০২২, কাটাৰ
ফিফা বিশ্বকাপত মুঠ ৮টা গ্ৰুপে অংশগ্ৰহণ কৰিব। প্ৰতিটো গ্ৰুপতে ৪টা দল আছে। অৰ্থাৎ মুঠ ৩২ খন দেশে খেলিব টুৰ্ণামেণ্টখন। ফিফা বিশ্বকাপৰ গ্ৰুপ ফেজ আজিৰে পৰা আৰম্ভ হ’ব আৰু ২ ডিচেম্বৰলৈ চলিব আৰু নকআউট খেল ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব, লগতে ফাইনেল খেলখন ১৮ ডিচেম্বৰত সমাপ্তি ঘটিব। ফিফা বিশ্বকাপত মুঠ ৬৪ খন খেল হ’ব।

আয়োজক দেশৰ ষ্টেডিয়াম
৬৪ খেলকেইখন আয়োজিত হ’ব কাটাৰৰ বিভিন্ন প্ৰান্তত থকা ৮ খন ষ্টেডিয়ামত। ষ্টেডিয়ামকেইখন হৈছে-
আল-বাইট ষ্টেডিয়াম, খলিফা ইণ্টাৰনেচনেল ষ্টেডিয়াম, আল-থামামা ষ্টেডিয়াম, আহমেদ বিন আলী ষ্টেডিয়াম, লুছেইল ষ্টেডিয়াম, ষ্টেডিয়াম ৯৭৪, এডুকেচন চিটী ষ্টেডিয়াম আৰু আল-জানাব ষ্টেডিয়াম।
ইয়াৰে আল-বাইট ষ্টেডিয়ামখনত ফিফা বিশ্বকাপৰ প্ৰথমখন খেল আয়োজন কৰা হ’ব। ভাৰতীয় সময় অনুসৰি ৯ঃ৩০ বজাত আৰম্ভ হ’ব খেলখন। আৰম্ভণী খেলখন হ’ব আয়োজক দেশ কাটাৰ আৰু ইকুৱেডৰৰ মাজত।

ফিফা বিশ্বকাপ ২০২২ৰ খিতাপ
ফিফা বিশ্বকাপ খিতাপ জয়ৰ বাবে সকলো দলেই যিমান পাৰে সিমান কষ্ট কৰে। এতিয়া সৰ্বমুঠ ৫টা খিতাপ জয় কৰিছে ব্ৰাজিল দলটোৱে। লগতে জাৰ্মানী ৪টা, ইটালী ৪টা, আৰ্জেণ্টিনা দুটা, ফ্ৰান্স দুটা, উৰুগুৱে দুটা, ইংলেণ্ড এটা আৰু স্পেইন দলটোৱে এটা খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। এইবাৰৰ ফিফা বিশ্বকাপৰ বিজয়ী দলটোৱে কিমান টকা পাব জানেনে? মুঠ ৪২ মিলিয়ন ডলাৰ ধাৰ্য কৰা হৈছে বিজয়ী দলটোৰ বাবে। ভাৰতীয় মূল্য অনুসৰি এই টকাৰ পৰিমান হ’ব প্ৰায় ৩,৪২,৩৮,৪৬,৪২৬ টকা। বাকী কেইটা টীমে কিমান টকা লাভ কৰিব তলত দিয়া ফটোখনত উল্লেখ আছে ।

ফিফা বিশ্বকাপৰ ১৯৮২ৰ পৰা ২০১৮লৈ বিজয়ী দলটোৱে কিমান ডলাৰ লাভ কৰিছিল সংলগ্ন ফটোখনত উল্লেখ আছে।

ফিফা বিশ্বকাপ ২০২২ৰ গ্ৰুপ ষ্টেজৰ খেলসমূহ তলত দিয়া ফটো অনুসৰি ভাৰতীয় সময়মতে আৰম্ভ হ’ব ।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?
বিবিধ

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

January 12, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?
জীৱনশৈলী

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

January 6, 2026
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?
জীৱনশৈলী

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

January 3, 2026
Next Post
টুইটাৰত খহনীয়া! ইজনৰ পিছত সিজন কৰ্মচাৰীৰ পদত্যাগ । ড’নাল্ড ট্ৰাম্পৰ ওচৰত নতিস্বীকাৰ ইলন মাস্কৰ!

টুইটাৰত খহনীয়া! ইজনৰ পিছত সিজন কৰ্মচাৰীৰ পদত্যাগ । ড’নাল্ড ট্ৰাম্পৰ ওচৰত নতিস্বীকাৰ ইলন মাস্কৰ!

মেৰাপানীত অমানৱীয় ঘটনা, প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ

মেৰাপানীত অমানৱীয় ঘটনা, প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.