• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টুইটাৰত খহনীয়া! ইজনৰ পিছত সিজন কৰ্মচাৰীৰ পদত্যাগ । ড’নাল্ড ট্ৰাম্পৰ ওচৰত নতিস্বীকাৰ ইলন মাস্কৰ!

টুইটাৰত খহনীয়া! ইজনৰ পিছত সিজন কৰ্মচাৰীৰ পদত্যাগ । ড’নাল্ড ট্ৰাম্পৰ ওচৰত নতিস্বীকাৰ ইলন মাস্কৰ!

4 years ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

16 minutes ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

46 minutes ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

1 hour ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

2 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

3 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

3 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

4 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

5 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

5 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

8 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

টুইটাৰত খহনীয়া! ইজনৰ পিছত সিজন কৰ্মচাৰীৰ পদত্যাগ । ড’নাল্ড ট্ৰাম্পৰ ওচৰত নতিস্বীকাৰ ইলন মাস্কৰ!

editor by editor
November 20, 2022
in প্ৰযুক্তি, বিনোদন, বিবিধ, বিশ্ব
0
টুইটাৰত খহনীয়া! ইজনৰ পিছত সিজন কৰ্মচাৰীৰ পদত্যাগ । ড’নাল্ড ট্ৰাম্পৰ ওচৰত নতিস্বীকাৰ ইলন মাস্কৰ!
0
SHARES
618
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ খহনীয়া লাগিছে টুইটাৰত৷ অব্যাহত আছে কৰ্মচাৰীৰ পদত্যাগ৷ কৰ্মচাৰীৰ অব্যাহতিৰ মাজতে ইলন মাস্কে কৰিছে এক বিশেষ ঘোষণা৷ টুইটাৰত নিজৰ মতে চলোৱাৰ মন বনাইছে ইলন মাস্কে৷ শনিবাৰে ইলন মাস্কে টুইটাৰত কণ্টেণ্ট মাডৰেচনৰ বাবে নিজৰ যোজনাৰ কথা ব্যক্ত কৰিছে৷ টুইটাৰৰ নতুন পলিচী অনুসৰি ব্যক্তিৰ মত প্ৰকাশৰ স্বাধীনতা আছে কিন্তু প্ৰৱেশৰ স্বাধীনতা নাই৷ বৃহৎ সংখ্যক কৰ্মচাৰীৰ অব্যাহতিৰ পাছতে মাস্কে কৰিছে এই ঘোষণা৷

শুকুৰবাৰেও শ শ টুইটাৰ কৰ্মচাৰীয়ে পদত্যাগ কৰিছিল ৷ মাস্কৰ অধিগ্ৰহণৰ এসপ্তাহৰ পাছত কোম্পানীটোৰ কৰ্মশক্তি কমি আহিছে৷ সময়সীমাৰ আগতে শ শ কৰ্মচাৰীয়ে কোম্পানীৰ পৰা পদত্যাগ কৰাৰ পাছতে মাস্কে কৈছে যে তেওঁ এই বিষয়ে চিন্তিত নহয়৷ কিয়নো শ্ৰেষ্ঠ কৰ্মচাৰীসকল এতিয়াও কোম্পানীত আছে৷ মাস্কে টুইটাৰত লিখিছে টুইটাৰৰ নতুন নীতিত মতপ্ৰকাশৰ স্বাধীনতা আছে৷ কিন্তু প্ৰৱেশাধিকাৰৰ স্বাধীনতা এতিয়াও মঞ্জুৰ কৰা হোৱা নাই৷ ঘৃণা আৰু নেতিবাচক টুইটবোৰো অধিককৈ বিমুদ্ৰাকৰণ হ’ব৷ টুইটাৰত কোনো বিজ্ঞাপন বা ৰাজহৰ আন উৎস উপলব্ধ নহ’ব৷ যেতিয়ালৈকে আপুনি ইয়াক বিশেষভাৱে বিচাৰি নাযায় আপুনি এটাও টুইট বিচাৰি নাপাব৷

টুইটাৰত এই খহনীয়াৰ মাজতে ১৯ নৱেম্বৰ অৰ্থাৎ শনিবাৰে ইলন মাস্কে টুইটাৰত ইউজাৰকাৰীসকলৰ প্ৰশ্ন কৰিছিল যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বন্ধ হৈ থকা টুইটাৰ একাউণ্টটো পুনৰ খুলি দিম নে নাই। আপোনালোকক জনাই থও বিগত বৰ্ষৰ জানুৱাৰী মাহত টু্ইটাৰে বন্ধ কৰি দিছিল ডনাল্ড ট্ৰাম্পৰ একাউণ্টটো।

আৰু প্ৰায় ১ কোটি ৬০ লাখ ইউজাৰকাৰীয়ে মত প্ৰকাশ কৰিছিল। সেই মৰ্মে আজি দেওবাৰে ইলন মাস্কে ডনাল্ড ট্ৰামৰ একাউণ্টটো পুনৰ সক্ৰিয় কৰিবলৈ নিৰ্দেশ দিয়ে কৰ্মচাৰীবৃন্দক। তাৰ পাছতে বৰ্তমান টুইটাৰত ট্ৰেণ্ডিঙত আছে হেজটেগ ডনাল্ড ট্ৰাম্প। লগতে ইলন মাস্কেও Vox Populi, Vox Dei বুলি লিখি ডনাল্ড ট্ৰাম্পক আদৰণি জনায়।  Vox Populi, Vox Dei বাক্য়শাৰী লেটিন ভাষাৰ পৰা লোৱা হৈছে আৰু ইয়াৰ অৰ্থ হ’ল মানুহৰ মাত হৈছে ঈশ্বৰৰ কণ্ঠস্বৰ। কিন্তু ডনাল্ড ট্ৰাম্পে টুইটাৰত পুনৰ আহিবলৈ আগ্ৰহী নহয়। তেওঁ শনিবাৰে  এক আলোচনাত কয় যে- মই অন্য় এটা সামাজিক মাধ্য়মত ব্য়স্ত হৈ আছো। মই টুইটাৰত ঘূৰি যোৱাৰ কোনো কাৰণ পোৱা নাই। আচলতে টুইটাৰত একাউণ্ট বন্ধ হৈ যোৱাৰ পাছত ট্ৰাম্পে নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম TRUTH SOCIALত সক্ৰিয় হৈ আছে।

দেওবাৰে ইলন মাস্কে কৰা এটা টুইটত পুনৰ তোলপাৰ লাগিছে টুইটাৰত। তেওঁ লিখিছে টুইটাৰ ইজ এলাইভ।

টু্ইটাৰত এই খহনীয়াৰ পাছতো ইলন মাস্কৰ এই টুইটটোৱে খলকনি তুলিছে টুইটাৰত। সম্ভৱত তেওঁ নতুন কৰ্মচাৰী নিযুক্তিৰ কথা চিন্তা কৰি এই টুইট কৰা বুলি একাংশ ইউজাৰকাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ
বিনোদন

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

July 28, 2026
Next Post
মেৰাপানীত অমানৱীয় ঘটনা, প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ

মেৰাপানীত অমানৱীয় ঘটনা, প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ

কিমান সুৰক্ষিত মহানগৰী ? দিন-দুপৰতে দুৰ্বৃত্তই গুলীয়ালে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক

কিমান সুৰক্ষিত মহানগৰী ? দিন-দুপৰতে দুৰ্বৃত্তই গুলীয়ালে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.